Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 শালবাৰীৰ কামাৰদৈছা লক্ষ্মীবজাৰত ইউপিপিএলৰ বিশাল কৰ্মীসভাত ৰৌনগৌৰা নাৰ্জাৰী, বি আৰ ফেৰেংগা

publisher by publisher
January 20, 2021
in Assam, India, News
Reading Time: 1 min read
0
 শালবাৰীৰ কামাৰদৈছা লক্ষ্মীবজাৰত ইউপিপিএলৰ বিশাল কৰ্মীসভাত ৰৌনগৌৰা নাৰ্জাৰী, বি আৰ ফেৰেংগা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

“বিগত ১৭টা বছৰ ধৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ দুৰ্নীতি, অপশাসন , অত্যাচাৰৰ পৰিৱৰ্তন ৰাইজেই বিচাৰিছিল আৰু ৰাইজে বিচৰা ধৰণে বিটিচিত পৰিৱৰ্তনৰ চিহ্ন হিচাপে প্ৰমোদ বড়োৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈছে। প্ৰমোদ বড়োৰ নেতৃত্বত সন্মিলিতভাৱে চৰকাৰ গঠনৰ লগে লগে বিটিচিত আৰম্ভ হৈছে প্ৰকৃত নীতি-নিয়ম তথা ন্যায় প্ৰতিষ্ঠাৰ কাৰ্যক্ষম৷ বৰ্তমানৰ সন্মিলিত চৰকাৰখনে সকলো জাতি-জনগোষ্ঠীক ন্যায় দানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু বিটিচিত বৰ্তমানৰ চৰকাৰখনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷

ADVERTISEMENT

কাৰণ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফে ১৭ বছৰে এৰি যোৱা জাৱৰবোৰ চাফ- চিকুন কৰিব লাগিব। তিনি হেজাৰ কোটি টকা ঋণৰ বোজা বিপিএফ চৰকাৰে এৰি গৈছে৷” এইদৰে কয় ইউ পি পি এলৰ কাৰ্যকৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে আজি শালবাৰীৰ কামাৰদৈছা (লক্ষ্মীবজাৰ) ত অনুষ্ঠিত এখন বিশাল কৰ্মীসভাত মুখ্য অতিথিৰ ভাষণত।ইউ পি পি এলৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি কাতিৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত শালবাৰী আৰু মুছলপুৰ জিলা ভিত্তিক কৰ্মীসভাত ৰৌনগৌৰা নাৰ্জাৰীয়ে তেওঁৰ ভাষণত কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত দখলত থকা ১২ টা বিধানসভা সমষ্টিতেই বিপিএফ বিধ্বস্ত হ’ব৷

ইয়াৰ পৰিৱৰ্তে বিটিচিত সন্মিলিতভাৱে চৰকাৰ গঠন কৰা দলক ৰাইজে আদৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৰ্মীসভাত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই বিশিষ্ট অতিথিৰ ভাষণত কয়, “প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত ৰাইজে বিচৰা ধৰণে সকলো জাতি – জনগোষ্ঠীৰ ৰাইজৰ অধিকাৰৰ বাবে ন্যায়ৰ বাবে কাম- কাজ আৰম্ভ কৰিছে। ইতিমধ্যে ভূমিৰ অধিকাৰকে ধৰি সকলোবোৰ অধিকাৰ ৰাইজে পুনৰ ঘূৰাই পাব৷ বিৰোধীয়ে যিমানেই অপপ্ৰচাৰ কৰিলেও প্ৰমোদ বড়োৰ নেতৃত্বত গঠিত চৰকাৰখনে যে সকলো জাতি- জনগোষ্ঠীক ন্যায় আৰু অধিকাৰ দিব সেয়া নিশ্চিত৷

ৰাইজে নিৰ্ভয়ে থাকক৷”ইফালে কৰ্মীসভাত নিৰ্দিষ্ট বক্তাৰূপে দলীয় সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে ইউ পি পি এলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰীয়ে। পাঁ‌চ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী আৰু মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁ‌ত ধৰা কৰ্মীসভাখনত প্ৰাক্তন এম চি এল এ অনিপ বসুমতাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় নেতা ক্ৰমে দীপক কুমাৰ বসুমতাৰী , দ্বিজেন দাস, সুৰেশ সৰকাৰ , মইনুল আলি , ধীৰাজ ডেকা , প্ৰদীপ সৰকাৰ , হাপনা চোৰেন, লেক্তাক বুঢ়াগাই , সত্যজিৎ বড়ো, মণ্টু বড়োকে ধৰি অৰ্ধশতাধিক নেতা- নেত্ৰী অতিথি হিচাপে উপস্থিত থাকে৷উল্লেখ্য যে আজিৰ প্ৰায় পাঁ‌চ ঘণ্টা ধৰি অনুষ্ঠিত কৰ্মীসভাত কেন্দ্ৰীয় নেতৃবৃন্দই জিলা, ব্লক, প্ৰাথমিক , বুথ কমিটিৰ বিষয়ববীয়াসকলক তথা উপস্থিত কৰ্মীসকলক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইউ পি পি এলৰ দলীয় স্থিতি অধিক সবলীকৰণৰ বাবে বিভিন্ন নীতি নিৰ্দেশনা দিয়ে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSalbariUPPL
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d