Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP Will Give Kaziranga Or Tezpur To The AGP:কাজিৰঙা অথবা তেজপুৰহে দিব অগপক, প্রার্থী হ’ব লাগিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত

লোকসভা নিৰ্বাচনৰ সমষ্টিক লৈ মিত্ৰ দলক জটিলতাৰ মাজলৈ ঠেলিলে বিজেপিয়ে, প্রার্থী দিল্লীৰ মতে হ'ব লাগিব বুলিও চর্ত

publisher by publisher
December 15, 2023
in Assam, India, News
Reading Time: 2 mins read
0
BJP Will Give Kaziranga Or Tezpur To The AGP:কাজিৰঙা অথবা তেজপুৰহে দিব অগপক, প্রার্থী হ’ব লাগিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

BJP Will Give Kaziranga Or Tezpur To The AGP:

লোকসভা নিৰ্বাচনত মিত্ৰদলৰ স’তে আসন বুজাবুজিৰ প্ৰক্ৰিয়াত অতি সন্তর্পণে আগবাঢ়িছে বিজেপিয়ে। কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ দলীয় বিৰোধী মঞ্চই স্বাভাৱিকতে শাসকীয় দলটোৰ প্ৰতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। কিয়নো বিৰোধী মঞ্চই প্রতিটো সমষ্টিত উমৈহতীয়া এজন প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত লৈছে।

ADVERTISEMENT

তেনে ক্ষেত্রত বিজেপিয়ে বাহিৰত আনে দেখাকৈ বিষয়টোত উদ্বিগ্নতা প্রকাশ নকৰিলেও ভিতৰি অত্যন্ত সতর্কতা অৱলম্বন কৰিবলগীয়া হৈছে। সেইকাৰণে মিত্রদল বিশেষকৈ অসম গণ পৰিষদক সমষ্টি এৰি দিয়াৰ ক্ষেত্রত যথেষ্ট হিচাপ-নিকাচ কৰিছে।

তাৰ লগতে নিজস্ব শক্তি বৃদ্ধিৰো পৰিকল্পনা কৰিছে। ইউপিপিএলক লৈ সমস্যা হোৱা নাই এইকাৰণেই যে দলটোক এৰি দিবলগীয়া সমষ্টি বিটিআৰতে সীমাবদ্ধ। অগপৰ ক্ষেত্রত এইটো স্বাভাৱিকতে নহয়। আকৌ অগপই এই দাবী বাৰম্বাৰ জনাই আহিছে যে তেওঁলোকক বিজয় নিশ্চিত এটা সমষ্টি এবি দিব লাগিব। যদিও অগপৰ ক্ষেত্ৰত ব্যক্তিগত স্তৰত বিষয়টো আত্মমর্যাদা হানিকৰ, তথাপি দলটোবে এই দাবী সজোৰে বিজেপিৰ মজিয়াত তথা বিজেপিৰ নেতৃত্বৰ  আগত বাৰে বাৰে উত্থাপন কৰিছে।

তদুপৰি অগপই বিচাৰিছে যে বিজেপিয়ে  তেওঁলোকক দুটাতকৈ অধিক সমষ্টি এৰি দিয়ক; কিন্তু অগপৰ এই দাবীক বিজেপিয়ে কিমানদূৰ মান্যতা দিয়ে সেয়া সময়ত স্পষ্ট হ’ব। ইয়াৰ বিপৰীতে সাম্প্রতিক হিচাপ-নিকাচত অগপক অতি বেছি দুটা সমষ্টিহে বিজেপিয়ে এবি দিয়াৰ স্থিতিত আছে।

সেই অনুসৰি দলটোক ধুবুৰী এৰি দিয়াৰ স্থিতিত বিজেপি আছে। আনটো সমষ্টি তেজপুৰ হোৱাৰ সম্ভাৱনা অধিক। তেজপুৰ এৰি দিয়াৰ চর্তও বিজেপিয়ে অগপক দিছে। এই সময়তে অগপই নবগঠিত কাজিৰঙা সমষ্টিও বিচৰাৰ প্ৰসংগ আহিছে। কাজিৰঙাৰ প্রার্থী কোন হ’ব সেয়াও প্ৰাৰম্ভিকভাবে নির্ধাৰণ কৰিছে দলটোৱে।’

কাজিৰঙা বিচৰাৰ দাবী উত্থাপনৰ পাছতে মুখ্যমন্ত্রীয়ে একপ্ৰকাৰ নাকচেই কৰিছে। তথাপি আলোচনাৰ প্ৰয়োজনীয়তা আছে বুলি দিয়া আশ্বাসৰ ভিত্তিত অগপই নিজৰ দাবীৰ পৰা আঁতৰি অহা নাই। অগপৰ এনে ভূমিকাৰ বাবে এতিয়া বিজেপিয়ে দলটোক ঠেলি দিছে জটিল এক অংকলৈ।

কাজিৰঙাৰ দাবী বাৰম্বাৰ উত্থাপন কৰাত অগপক স্পষ্ট কৰি দিয়া হৈছে যে যদিহে সমষ্টিটো বিজেপিয়ে এৰিব লাগে, তেজপুৰ সমষ্টি নাপাব। অর্থাৎ অগপই সর্বাধিক দুটা সমষ্টিতে প্রার্থী প্রক্ষেপ কৰিব পাৰিব। তাৰে এটা ধুবুৰী হোৱাৰ বিপৰীতে আনটো তেজপুৰ অথবা কাজিৰঙা হ’ব লাগিব। কেবল এয়াই নহয়, কাজিৰঙাতো বিজেপিৰ মতেহে অগপৰ প্রার্থী হ’ব।

সেই অনুসৰি কাজিৰঙাত প্রার্থী হ’ব লাগিব স্বাস্থ্যমন্ত্রী কেশৱ মহস্ত। মন্ত্রী মহন্ত সাংসদ নির্বাচিত হোৱাৰ পাছত খালী হ’বলগীয়া বিধানসভা সমষ্টিৰ উপ-নির্বাচনত প্রার্থী হ’ব বিজেপিৰ পৰা।

উল্লেখ্য যে তেজপুৰৰ ক্ষেত্ৰতো এই একে চর্তই বিজেপিয়ে অগপৰ ওপৰত আৰোপ কৰি থৈছে। সেই অনুসৰি তেজপুৰত লোকসভাৰ প্রার্থী হ’ব লাগিব বিধায়ক পৃথ্বিৰাজ ৰাভা। তেওঁ সাংসদ নির্বাচিত হোৱাৰ পাছত তেজপুৰ বিধানসভা সমষ্টিৰ উপ- নির্বাচনত প্রার্থী হ’ব বিজেপিৰ সাংসদ পল্লৱ লোচন দাস। বিজেপিৰ এনে চর্তই অংকত আউল লগাইছে অগপৰ শিবিৰত।

উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে এই পর্যন্ত তেওঁলোকে বিজয়ী হ’বলগীয়া আসনৰ সংখ্যা হ’ল চাৰে ১১ খন। প্রত্যাহ্বান থাকিলেও বিজেপিয়ে মিত্রজোঁটৰে মিলি এইবাৰ ন্যূনতম ১১ টা সমষ্টিত জয়লাভ নিশ্চিত কৰাৰ যুঁজত অবতীর্ণ হৈছে। এই সংখ্যা ১২ টালৈ বৃদ্ধিৰো গুণা-গঁথা অব্যাহত ৰাখিছে দলটোৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpBJP Will Give KazirangaKeshab MahantaTEZPUR
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d