Social Media Actress Poonam Pandey Passes Away :ছ’চিয়েল মিডিয়াৰ মোহময়ী অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু

দুৰাৰোগ্য ৰোগত আক্ৰান্তত মৃত্যু অভিনেত্ৰী গৰাকীৰ

pande

Social Media Actress Poonam Pandey Passes Away :

ছ’চিয়েল মিডিয়াৰ ষ্টাৰ মোহময়ী অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু ৷ দুৰাৰোগ্যত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৩২ বছৰীয়া অভিনেত্ৰী গৰাকী ৷

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত জনাই তেওঁৰ ব্যক্তিগত মেনেজাৰেজনে ৷

ইতিমধ্যে অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ ৷

তেওঁৰ অনুৰাগী সকলে পাণ্ডেৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই ৷ তেওঁলোকৰ সন্দেহ এইয়া কোনো লোকৰ বিভ্ৰান্তিমূলক অপপ্ৰচাৰ ৷

Exit mobile version