Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri Encounter : ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত কেনাৰাম নহয় ডিম্বেশ্বৰ মুছাহাৰীৰ ,পত্নীৰ দাবী

নিহত লোকজন এজন নিৰীহ কৃষক !

publisher by publisher
February 25, 2023
in Assam, News
Reading Time: 1 min read
0
Udalguri Encounter : ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত কেনাৰাম নহয় ডিম্বেশ্বৰ মুছাহাৰীৰ ,পত্নীৰ দাবী
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri Police Encounter Incident :আৰক্ষী-ডিম্বেশ্বৰৰ পৰিয়ালৰ মাজত বৈঠক সমাপ্ত

Encounter In Udalguri :ওদালগুৰিত এনকাউন্টাৰ ,আৰক্ষীৰ গুলিত নিহত এজন দুৰ্ধৰ্ষ ডকাইত

Udalguri Encounter :

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাঙত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা আৰক্ষীৰ এনকাউণ্টাৰত নিহত ডকাইতৰ পৰিচয়ক লৈ এতিয়া সৃষ্টি হৈছে বিভ্ৰান্তি ৷

ADVERTISEMENT

কিন্ত শেহতীয়াকৈ এক ঘটনাই লৈছে নতুন মোৰ ৷ আৰক্ষীৰ গুলীত নিহত লোকজন ডকাইত নাছিল ৷তেওঁ আছিল বাক্সা জিলাৰ শালবাৰীৰ এজন নিৰীহ কৃষক ৷ নাম ডিম্বেশ্বৰ মুছাহাৰী ৷এই দাবী কৰিছে মুছাহাৰীৰ পত্নীৰ ৷ ইতিমধ্যে এই দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে,আৰক্ষীৰে হোৱা সংঘৰ্ষত কেনাৰাম বড়ো নামৰ দুৰ্ধৰ্ষ ডকাইত এজন মৃত্যু হৈছিল বুলি আৰক্ষীয়ে সদৰি কৰিছিল শুক্ৰবাৰে ৷ কিন্ত এটা দিনৰ পাছতে নিহত লোকজন কেনাৰাম বড়ো নহয় ডিম্বেশ্বৰ মুছাহাৰী নামৰ নিৰীহ লোক বুলি সাজোৰে দাবী কৰে ডিম্বেশ্বৰৰ পত্নী আৰু স্থানীয় লোকে ৷

সংবাদ মাধ্যমৰ আগত আজি সদৰি কৰা মতে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত লোকজন কেনাৰাম নহয় মোৰ স্বামী ডিম্বেশ্বৰহে ৷

উল্লিখিত দিনা নিশাভাগত কেনাৰাম আমাৰ ঘৰলৈ আহি মোৰ স্বামীক মাতি লৈ গৈছিল ৷ কিন্ত পৰৱৰ্তী সময়ত এনকাউণ্টাৰত মোৰ স্বামী নিহত হোৱাৰ পাছতে কেনাৰামৰ পৰিয়ালে অতি কৌশলৰে সমাধিস্থ কৰে ডিম্বেশ্বৰৰ নশ্বৰদেহ ৷

আজি মুছাহাৰীৰ পত্নীয়ে থানাত উপস্থিত হৈ তেওঁৰ স্বামীৰ মৃতদেহ ঘূৰাই দিবলৈ সাজোৰে দাবী উদ্থাপন কৰে ৷ উল্লেখ্য যে,মৃতদেহটো ডিম্বেশ্বৰৰ বুলি অকল পত্নীয়ে দাবী কৰা নাই দাবী কৰিছে গঞাই ৷ এইয়া ভূৱা এনকাউণ্টাৰ বুলি দাবী কৰি মুছাহাৰীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে সংশ্লিষ্ট থানাত ৷ আনহাতে এই বিভ্ৰান্তিমূলক কাৰ্যই একপ্ৰকাৰ হাহাকাৰ সৃষ্টি কৰিছে আৰক্ষী মহলত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Udalguri Encounter
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d