Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড

বহি:ৰাজ্যৰ ব্যৱসায়ীক হত্যা ক'লকাতাৰ প্ৰেমিক- প্ৰেমিকাৰ, বিমানবন্দৰলৈ যোৱা পথত আজাৰাত গ্ৰেপ্তাৰ প্ৰেমিক- প্ৰেমিকা

publisher by publisher
February 6, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড
2
SHARES
24
VIEWS
ShareShareShareShare

Guwahati Redisson Blu Murder :

মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ ঘটনা ৷ বহি:ৰাজ্যৰ ব্যৱসায়ী যুৱকক প্ৰেমিকা- প্ৰেমিকাই হোটেলৰ কোঠাত অচেতন কৰি হত্যা কৰে ৷ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি বিমানবন্দৰলৈ গৈ থকা পথত আজৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই প্ৰেমিক – প্ৰেমিকাক ৷

ADVERTISEMENT

rb inপঞ্চতাৰকা হোটেল ৰেডিশ্বন ব্লু’ৰ নৱম মহলাৰ ৯০২নম্বৰ বন্ধ কোঠাত সংঘটিত হয় এই ঘটনা ৷ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন মহাৰাষ্ট্ৰৰ পুনেৰ এজন ব্যৱসায়ী ৷ নাম সন্দীপ কাম্বলে ৷

RelatedPosts

Guwahati Cp Pressmeet :মহানগৰত ভুৱা কল চেন্টাৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ মাৰাথন অভিযান

উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা যুৱক- যুৱতীদ্বয় হ’ল কল’কাতাৰ অঞ্জলে শ্ব’ আৰু বিকাশ শ্ব’৷ অঞ্জলী শ্ব’ আছিল সন্দীপ কাম্বলেৰ প্ৰেমিকা ৷ জানিব পৰা মতে আটকাধীন দুয়ো নিজৰ নামত হোটেলৰ কোঠা বুক কৰিছিল ৷ আৰু এই কোঠালৈ মাতি আনিছিল সন্দীপক ৷ তাতে গোপনে লাডুত ভাং আৰু টোপনি অহা দৰব মিলাই খাবলৈ দিয়া হয় সন্দীপক ৷

sandeepপাছত কথা- বতৰা চলি থকাৰ মাজতে সন্দীপৰ স’তে অঞ্জলী- বিকাশৰ হতাহতি হয় ৷ এই হতাহতিৰ মাজত সন্দীপ মজিয়াত পৰি মুৰফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয় ৷ হঠাতে হোৱা এই ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ দুয়োয়ে সন্দীপৰ হাত- ভৰি গামোচাৰে বান্ধি হোটেলৰ পৰা ওলাই আহি বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় ৷

ইতিমধ্যে হোটেলৰ ওৱেটাৰে কোঠালীলৈ কিবা অৰ্ডাৰ ল’বলৈ আহোতেই কোঠালীৰ মজিয়াত তেজেৰে তুমৰলি হৈ পৰি থকা সন্দীপক দেখি হুৱাদুৱা লাগে ৷
হোটেল কৰ্তৃপক্ষই ততাতৈয়াকৈ সমস্ত বিষয়টো গুৱাহাটী আৰক্ষী কমিচনাৰৰ দৃষ্টিগোচৰ কৰে ৷ আৰক্ষীয়ে প্ৰেমিক যুগলৰ ম’বাইল নম্বৰ হোটেলৰ ৰেজিষ্টাৰৰ পৰা সংগ্ৰহ কৰি জিপিএছ ট্ৰেকৰ জৰিয়তে কৰি আজাৰাত আটক কৰে ৷

ইতিমধ্যে,ৰেডিশ্বন ব্লু’ত আৰক্ষী, চিআইডি, ফৰেনচিকৰ দল উপস্থিত হৈ নৱম মহলাৰ পৰা মহানগৰ আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

মন কৰিবলগীয়া যে, পূৰ্বৰ প্ৰেমিকক গুৱাহাটীলৈ মাতি আনি প্ৰেমিক যুগলে মিলি হত্যা কৰাৰ কথা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰিছে ৷

criminal 1অভিযুক্ত প্ৰেমিক যুগলে কিয় যুৱতী গৰাকীৰ পূৰ্বৰ প্ৰেমিকক কলকাতাৰ পৰা গুৱাহাটীলৈ আনি এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে উন্মোচিত কৰিব ঘটনাৰ সকলো দিশ ।

উল্লেখ্য যে, ৰেডিচন ব্লুত মাত্র ১৫ মিনিটৰ বাবে সংশ্লিষ্ট কোঠালিটোত আছিল সন্দীপ ৷ সন্দীপৰ হাতত আছিল অঞ্জলি শ্ব’ৰ বহু অন্তৰংগ মুহূৰ্তৰ গোপন ফটো। যিবোৰ ফটোৰ জৰিয়তে সন্দিপে বিভিন্ন সময়ত অঞ্জলিক ব্লেকমেইল কৰি আছিল বুলি জানিব পৰা গৈছে ৷

আনহাতে ফটো বিচাৰি সন্দীপক পুনেৰ পৰা আহিবলৈ যোগাযোগ কৰিছিল অঞ্জলিয়ে। কিন্তু কলকাতালৈ আহিবলৈ অমান্তি হৈছিল সন্দীপ। দেওবাৰে তিনিও একেখন বিমানতে কলকতাৰ পৰা গুৱাহাটীলৈ আহিছিল ৷

আনহাতে আজাৰা থানাত আটকাধীন প্ৰেমিক যুগলক আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

ইপিনে, ৰেডিশ্বন ব্লু’ৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

cpসংবাদমেলত আৰক্ষী আয়ুক্ত গৰাকীয়ে সমস্ত ঘটনাৱলী আৰু অভিযুক্ত আটক কৰাৰ সামগ্ৰিক বিৱৰণ সংবাদমেলত দাঙি ধৰে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Boy Friend -Girl Friend ArrestedGuwahati Cp PressmeetGuwahati Redisson Blu Murder
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d