Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড

বহি:ৰাজ্যৰ ব্যৱসায়ীক হত্যা ক'লকাতাৰ প্ৰেমিক- প্ৰেমিকাৰ, বিমানবন্দৰলৈ যোৱা পথত আজাৰাত গ্ৰেপ্তাৰ প্ৰেমিক- প্ৰেমিকা

publisher by publisher
February 6, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড
3
SHARES
26
VIEWS
ShareShareShareShare

Guwahati Redisson Blu Murder :

মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ ঘটনা ৷ বহি:ৰাজ্যৰ ব্যৱসায়ী যুৱকক প্ৰেমিকা- প্ৰেমিকাই হোটেলৰ কোঠাত অচেতন কৰি হত্যা কৰে ৷ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি বিমানবন্দৰলৈ গৈ থকা পথত আজৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই প্ৰেমিক – প্ৰেমিকাক ৷

ADVERTISEMENT

rb inপঞ্চতাৰকা হোটেল ৰেডিশ্বন ব্লু’ৰ নৱম মহলাৰ ৯০২নম্বৰ বন্ধ কোঠাত সংঘটিত হয় এই ঘটনা ৷ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন মহাৰাষ্ট্ৰৰ পুনেৰ এজন ব্যৱসায়ী ৷ নাম সন্দীপ কাম্বলে ৷

RelatedPosts

Guwahati Cp Pressmeet :মহানগৰত ভুৱা কল চেন্টাৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ মাৰাথন অভিযান

উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা যুৱক- যুৱতীদ্বয় হ’ল কল’কাতাৰ অঞ্জলে শ্ব’ আৰু বিকাশ শ্ব’৷ অঞ্জলী শ্ব’ আছিল সন্দীপ কাম্বলেৰ প্ৰেমিকা ৷ জানিব পৰা মতে আটকাধীন দুয়ো নিজৰ নামত হোটেলৰ কোঠা বুক কৰিছিল ৷ আৰু এই কোঠালৈ মাতি আনিছিল সন্দীপক ৷ তাতে গোপনে লাডুত ভাং আৰু টোপনি অহা দৰব মিলাই খাবলৈ দিয়া হয় সন্দীপক ৷

sandeepপাছত কথা- বতৰা চলি থকাৰ মাজতে সন্দীপৰ স’তে অঞ্জলী- বিকাশৰ হতাহতি হয় ৷ এই হতাহতিৰ মাজত সন্দীপ মজিয়াত পৰি মুৰফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয় ৷ হঠাতে হোৱা এই ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ দুয়োয়ে সন্দীপৰ হাত- ভৰি গামোচাৰে বান্ধি হোটেলৰ পৰা ওলাই আহি বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় ৷

ইতিমধ্যে হোটেলৰ ওৱেটাৰে কোঠালীলৈ কিবা অৰ্ডাৰ ল’বলৈ আহোতেই কোঠালীৰ মজিয়াত তেজেৰে তুমৰলি হৈ পৰি থকা সন্দীপক দেখি হুৱাদুৱা লাগে ৷
হোটেল কৰ্তৃপক্ষই ততাতৈয়াকৈ সমস্ত বিষয়টো গুৱাহাটী আৰক্ষী কমিচনাৰৰ দৃষ্টিগোচৰ কৰে ৷ আৰক্ষীয়ে প্ৰেমিক যুগলৰ ম’বাইল নম্বৰ হোটেলৰ ৰেজিষ্টাৰৰ পৰা সংগ্ৰহ কৰি জিপিএছ ট্ৰেকৰ জৰিয়তে কৰি আজাৰাত আটক কৰে ৷

ইতিমধ্যে,ৰেডিশ্বন ব্লু’ত আৰক্ষী, চিআইডি, ফৰেনচিকৰ দল উপস্থিত হৈ নৱম মহলাৰ পৰা মহানগৰ আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

মন কৰিবলগীয়া যে, পূৰ্বৰ প্ৰেমিকক গুৱাহাটীলৈ মাতি আনি প্ৰেমিক যুগলে মিলি হত্যা কৰাৰ কথা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰিছে ৷

criminal 1অভিযুক্ত প্ৰেমিক যুগলে কিয় যুৱতী গৰাকীৰ পূৰ্বৰ প্ৰেমিকক কলকাতাৰ পৰা গুৱাহাটীলৈ আনি এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে উন্মোচিত কৰিব ঘটনাৰ সকলো দিশ ।

উল্লেখ্য যে, ৰেডিচন ব্লুত মাত্র ১৫ মিনিটৰ বাবে সংশ্লিষ্ট কোঠালিটোত আছিল সন্দীপ ৷ সন্দীপৰ হাতত আছিল অঞ্জলি শ্ব’ৰ বহু অন্তৰংগ মুহূৰ্তৰ গোপন ফটো। যিবোৰ ফটোৰ জৰিয়তে সন্দিপে বিভিন্ন সময়ত অঞ্জলিক ব্লেকমেইল কৰি আছিল বুলি জানিব পৰা গৈছে ৷

আনহাতে ফটো বিচাৰি সন্দীপক পুনেৰ পৰা আহিবলৈ যোগাযোগ কৰিছিল অঞ্জলিয়ে। কিন্তু কলকাতালৈ আহিবলৈ অমান্তি হৈছিল সন্দীপ। দেওবাৰে তিনিও একেখন বিমানতে কলকতাৰ পৰা গুৱাহাটীলৈ আহিছিল ৷

আনহাতে আজাৰা থানাত আটকাধীন প্ৰেমিক যুগলক আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

ইপিনে, ৰেডিশ্বন ব্লু’ৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

cpসংবাদমেলত আৰক্ষী আয়ুক্ত গৰাকীয়ে সমস্ত ঘটনাৱলী আৰু অভিযুক্ত আটক কৰাৰ সামগ্ৰিক বিৱৰণ সংবাদমেলত দাঙি ধৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Boy Friend -Girl Friend ArrestedGuwahati Cp PressmeetGuwahati Redisson Blu Murder
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d