Excessive Price Increase Of Garlic:ৰাজ্যত পিঁয়াজে নহয় এইবাৰ কন্দুৱাইছে নহৰুৱে

খুচুৰা বজাৰত প্ৰতিকিলো নহৰুৰ দাম হৈছেগৈ ৪৮০-৪৫০ টকা

ghy bazar

Excessive Price Increase Of Garlic:

ৰাজ্যত পিঁয়াজে নহয় এইবাৰ কন্দুৱাইছে নহৰুৱে ৷ গুৱাহাটী মহানগৰী সহ ৰাজ্যৰ খুচুৰা বজাৰত পিঁয়াজৰ দাম হৈছেগৈ ৪৮০ টকাৰ পৰা ৪৫০ টকা৷

হঠাতে নহৰুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে ৰাইজক খুৱাইছে জ্বলাকলা ৷ অথচ কিছুদিন আগলৈকে খুচুৰা বজাৰত প্ৰতিকিলোৰ নহৰুৰ দাম আছিল ২০০ পৰা ২৪০ টকা ৷

নহৰুৰ অত্যাধিক দাম বৃদ্ধিক লৈ মুঠেই চিন্তিত নহয় ৰাজ্যৰ বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগ ৷ এনেক্ষেত্ৰত কোনে নিয়ন্ত্ৰণ কৰিব নহৰুৰ অত্যাধিক দামক ৷

Exit mobile version