Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price Rise In Food Items: শাৰদীয় দুৰ্গোৎসৱৰ সুযোগ লৈ খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি

পূজাৰ সময়তে বিভিন্ন পাচলিৰো ব্যাপক মূল্যবৃদ্ধিৰে মুনাফা লুটিছে মধ্যভোগীয়ে, কুম্ভকৰ্ণ নিদ্ৰাত যোগান বিভাগ

publisher by publisher
October 21, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Price Rise In Food Items: শাৰদীয় দুৰ্গোৎসৱৰ সুযোগ লৈ খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

Onion prices have risen sharply in the state:চেঞ্চুৰী কোবাবলৈ সাজু পিয়াজৰ মূল্য !

Vegetable Prices Have doubled in Four Days:চাৰিদিনতে দুগুণলৈ বাঢ়িল পাচলিৰ মূল্য !

Excessive Price Increase Of Garlic:ৰাজ্যত পিঁয়াজে নহয় এইবাৰ কন্দুৱাইছে নহৰুৱে

Price Rise In Food Items:

অনাটনে সৃষ্টি কৰা কঠিন পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ জীৱন নিৰ্বাহ প্ৰণালীত পুনৰ মাধমাৰ শোধাই ঊর্ধ্বগামী হ’ল দাইল, পিঁয়াজকে ধৰি বিভিন্ন নিত্য ব্যৱহাৰ্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য।

ADVERTISEMENT

শাৰদীয় দুর্গোৎসৱৰ প্রস্তুতিক লৈ সকলো পক্ষ ব্যস্ত হৈ থকাৰ সুযোগতে ৰাজ্যৰ বজাৰত বিগত এসপ্তাহৰ পৰা ধাৰাবাহিক গতিত বৃদ্ধি পাইছে খাদ্য- সামগ্ৰীৰ মূল্য। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে,ৰাজ্যৰ চৰকাৰ-প্ৰশাসন তথা যোগান বিভাগটোৰ অস্তিত্ব নাকচ কৰি বজাৰত বিগত এসপ্তাহৰ ভিতৰত প্ৰতি কিলোগ্রাম দাইলৰ দাম ৪০ টকা পর্যন্ত বৃদ্ধি পাইছে ।

ইফালে, সৌ সিদিনালৈকে ৪০টকাত বিক্ৰী হৈ থকা প্রতি কিলোগ্রাম পিঁয়াজৰ খুচুৰা মূল্য ৫০-৫৫ টকালৈ বৃদ্ধি পাইছে ৷ গুৱাহাটী পাইকাৰী ব্যৱসায়ীয়ে সদৰি কৰা মতে,পিয়াজকে ধৰি দাইল আদিৰ দাম উৎসতে বৃদ্ধি পোৱা নাই ৷বিভিন্ন খাদ্য সামগ্ৰী আমদানি কৰি অনাৰ পাছত অসমত প্ৰৱেশ কৰাৰ লগে লগে অদৃশ্য কাৰণত বৃদ্ধি পাইছে পিঁয়াজ-দাইলকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম।

উল্লেখ্য যে গুৱাহাটীৰ পাইকাৰী কি বজাৰত আজি ৰহৰ দাইলৰ দাম হৈছে ১৮০-১৯০ টকা পৰ্যন্ত। এসপ্তাহ পূৰ্বে ৰহৰ দাইলৰ খুচুৰা মূল্য আছিল ১৪০-১৭৫ টকা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে যোৱা ন অক্টোবৰত প্ৰকাশ কৰা তালিকা অনুসৰি, ৰহৰ দাইলৰ দাম এসপ্তাহৰ ভিতৰতে প্ৰতি কিলোগ্ৰামত ৪০ টকাকৈ বৃদ্ধি পাইছে। পাইকাৰী ব্যৱসায়ীৰ মতে, বিগত সপ্তাহটোত যি কেইবিধ সামগ্ৰীৰ দাম বাঢ়িছে, তাৰ ভিতৰত সৰ্বাধিক মূল্যবৃদ্ধি ঘটিছে ৰহৰ দাইলৰ।

 ইফালে, মণ্ড দাইলৰ এসপ্তাহ পূৰ্বে প্ৰতি কিলোগ্ৰামৰ খুচুৰা দাম ১০৫-১১৮ টকাৰ বিপৰীতে এই দাম চলিত সপ্তাহত প্রতি কিলোগ্রাম মণ্ড দাইলৰ দাম বাঢ়িছে ১১৫-১২৫ টকা পৰ্যন্ত। আকৌ পিঁয়াজৰ প্ৰতি কিলোগ্ৰামৰ মূল্য পাঁচ-১০ টকা হাৰত বৃদ্ধি পাইছে। গুৱাহাটীত প্রতি কিলোগ্রাম পিঁয়াজ ৩৬-৪৫ টকা দৰত এসপ্তাহ পূর্বে উপলব্ধ হোৱাৰ বিপৰীতে আজি গুৱাহাটীত প্রতি কিলোগ্রাম পিঁয়াজৰ খুচুৰা মূল্য ঊর্ধ্বগামী হৈছে ৪৬-৫৫ টকা পর্যন্ত।

ইফালে, কাবুলি বুটৰ দামো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। গুৱাহাটীৰ বজাৰত এসপ্তাহ পূৰ্বে প্ৰতি কিলোগ্রাম কাবুলি বুট (ডাঙৰ) ১৪০ টকা হাৰত বিক্ৰী হোৱাৰ বিপৰীতে আজি গুৱাহাটীত প্ৰতি কিলোগ্রাম ডাঙৰ কাবুলি বুটৰ দাম বাঢ়িছে ১৮০ টকালৈ৷ একেদৰে মধ্যমীয়া আকাৰৰ কাবুলি বুটৰ দাম পূৰ্বৰ ১২০ৰ পৰা বৰ্তমান ১৫০ টকালৈ অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ৩০ টকাকৈ দাম বাঢ়িছে।

উল্লেখ্য যে শাৰদীয় দুর্গোৎসৱৰ প্ৰাক মুহূৰ্তত সকলো পক্ষই পূজাৰ প্ৰস্তুতিত ব্যস্ত থকাৰ সুযোগ লৈ খাদ্য-সামগ্ৰীৰ বজাৰত প্ৰায় প্ৰতিদিনে সামগ্ৰীৰ দাম বৃদ্ধি অব্যাহত আছে। কেৱল দাইল বা পিঁয়াজেই নহয়, গুৱাহাটীত দাম বাঢ়িছে শাক- পাচলিৰো। পূজাৰ সুযোগ লৈ অস্বাভাৱিক হাৰত শাক-পাচলিৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে গুৱাহাটীলৈ প্ৰতিদিনে অহা শাক-পাচলিৰ কেন্দ্ৰস্থল খাৰুপেটীয়াৰ তুলনাত গুৱাহাটীত কে’বাগুণে অধিক হাৰত বিক্ৰী কৰা হৈছে শাক-পাচলি। খাৰুপেটীয়াত প্ৰতি কিলোগ্রাম ফুলকবিৰ খুচুৰা মূল্য ৪০ টকাৰ বিপৰীতে গুৱাহাটীত ফুলকবিৰ মূল্য প্রতি কিলোগ্ৰামত ১০০ টকাকৈ নিৰ্ধাৰণ কৰিছে খুচুৰা ব্যৱসায়ীয়ে।

একেদৰে ওলকবি আৰু শ্বিলঙৰ পৰা অহা বন্ধাকবিৰ দামো উৎসৰ তুলনাত যথেষ্ট অধিক। আন পাচলিৰ দামো ব্যাপক হাৰত ঊর্ধ্বমুখী হোৱাৰ পৰিপ্ৰেক্ষিতত নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে দৈনন্দিন প্রয়োজনীয় খাদ্য-সামগ্ৰী ক্ৰয় কৰাটো সাধ্যাতীত হৈ পৰিছে।

উল্লেখ্য যে খাদ্য-সামগ্ৰীৰ বজাৰত দুৰ্গা পূজাৰ অচিলা লৈ ব্যাপক মূল্যবৃদ্ধি হোৱাৰ সময়তো এই বিষয়টোক লৈ নীৰৱে ৰৈছে ৰাজ্যৰ যোগান বিভাগ। সততে সামাজিক মাধ্যমত সক্ৰিয় যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজাৰত খাদ্য- সামগ্ৰীৰ দাম বৃদ্ধি দেখিও মৌন হৈ ৰৈছে। শাৰদীয় বতৰত খাদ্য-সামগ্ৰীৰ বজাৰত কাৰ্যতঃ জুই লগাৰ সময়ত বজাৰ নিয়ন্ত্ৰণৰ পৰিবৰ্তে সমগ্ৰ বিষয়টোকে গাপ দি থ’ব বিচাৰিছে প্ৰশাসনেও।

উল্লেখ্য যে গুৱাহাটীত খাদ্য-সামগ্ৰীৰ পাইকাৰী ট আৰু খুচুৰা মূল্য নিৰ্ধাৰণ কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে সামাজিক মাধ্যমযোগে পূর্বে প্রায় প্রতিদিনে বিভিন্ন সামগ্ৰীৰ মজুত পৰিমাণ আৰু দামৰ তালিকা প্রকাশ কৰিছিল।

জিলা প্ৰশাসনে যোৱা ন অক্টোবৰত খাদ্য-সামগ্ৰী আৰু দামৰ তালিকা প্রকাশ কৰাৰ পিছদিনাৰ পৰা গুৱাহাটীৰ বজাৰত খাদ্য-সামগ্ৰীৰ দাম বাঢ়িবলৈ লৈছিল।
লক্ষ্যণীয়ভাৱে ন অক্টোবৰৰ পাছৰে পৰা আজি ২১ অক্টোবৰ পৰ্যন্ত জিলা প্রশাসনে সামাজিক মাধ্যমযোগে খাদ্য-সামগ্ৰীৰ মজুত ভাণ্ডাৰ আৰু খুচুৰা তথা পাইকাৰী মূল্য তালিকা প্রকাশৰ পৰাই বিৰত আছে ।

দাইল আৰু পিঁয়াজকে ধৰি বিভিন্ন খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধিৰ দিশটো উন্মোচিত হোৱাৰ আশংকাতে যে মহানগৰ প্ৰশাসনে এনেদৰে তালিকা ৰাজহুৱা কৰাৰ পৰা বিৰত আছে সেই কথা স্পষ্ট হৈ উঠিছে । চৰকাৰ আৰু প্ৰশাসনৰ এই ভূমিকাৰ ফলত এতিয়া শাৰদীয় দুর্গোৎসৱৰ সময়ত কে’বাগুণে অধিক দৰত খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Food &Civil Supply Dept.Food ItemsGuwahati BazarPrice Rise
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d