MAHAKLANTAR JUG GEET:জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ নতুন বৈপ্লৱিক গীত মুকলি  জ্যেষ্ঠ সাংবা

biju

MAHAKLANTAR JUG GEET:

জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ নতুন বৈপ্লৱিক গীত মুকলি ৷ গুৱাহাটীৰ গণেশগুৰিস্থিত নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্য্যালয়ত নতুন গীতটো মুকলি কৰে নিউজ 18ৰ সম্পাদক পৰাগমণি আদিত্যই৷

‘মহাক্লান্তৰ যুগ’ শীৰ্ষক গীতটোৰ প্ৰয়োজনা দিগন্ত মেধি, কণ্ঠ আৰিয়ান হাজৰিকা, সুৰ আৰু বাহী দিগন্ত হীৰাৰ, গীতটোৰ সংগীত ব্যৱস্থাপনা ভাস্কৰ মেধিৰ। যুগে যুগে প্ৰতি যুগে এন্ধাৰৰ পিছে পিছে, মুক্ত এই জীৱন ধৰা।

‘গেৰিলা’ গ্ৰন্থৰ তুমুল বিতৰ্ক, পিছলৈ প্ৰকাশিত ‘বিদ্ৰোহ বিপ্লৱ আৰু পৰেশ বৰুৱা’ গ্ৰন্থখনি চৰকাৰ-প্ৰশাসনে নিষিদ্ধ কৰাৰ পিছত জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ এইবাৰ নতুন চিন্তাৰ সৃষ্টি ‘মহাক্লান্তৰ যুগ’ নামৰ গীতটি।

Exit mobile version