Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

    নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

    যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

    দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

    দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prominent Musician Bhupen Uzir Passes Away:বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান

বৰেণ্য শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন হ'ব নৱগ্ৰহ শ্মশানত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

publisher by publisher
January 10, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Prominent Musician Bhupen Uzir Passes Away:বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Assam Tribune Director Surjit Govind Baruah passes away:আছাম ট্রিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

Dr. Sivanath Barman Passes Away : ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° শিৱনাথ বৰ্মনৰ দেহাৱসান

Prominent Musician Bhupen Uzir Passes Away:

ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ মহাপ্ৰয়াণ। মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে নিশা ১০ বজাত প্ৰথিতযশা সংগীত শিল্পী গৰাকীয়ে নিশ্বাস ত্যাগ কৰে।

ADVERTISEMENT

নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি পুৱা মঠঘৰীয়াস্থিত নিজ বাসগৃহলৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ অনা হয় ৷ ইয়াত জনপ্ৰিয় যন্ত্ৰশিল্পী গৰাকীক তেওঁৰ অলেখ গুণমুগ্ধ আৰু অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনায় ৷

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে আজি বিয়লি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ছয় জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল নেমকেয়াৰ হাস্পতালত ৷ ভূপেন উজিৰৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব।

ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। তাতে তেওঁ শৈশৱ পাৰ কৰিছিল ৷ সংগীত জগত খনত ভৰি দিয়ে এজন গীটাৰিষ্ট হিচাপে ৷ তেওঁ সুধাকণ্ঠ ড:ভূপেন হাজৰিকা আৰু দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ স’তেওঁ গীটাৰ বজাইছিল। জনপ্ৰিয় সংগীত পৰিচালক গৰাকীয়ে ইহ সংসাৰত এৰি যায় পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক।

উল্লেখ্য যে ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা বহু দীঘলীয়া। তেওঁ একেধাৰে আছিল সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী । ২০ খনৰো অধিক ছবিত ভূপেন উজীৰে কৰিছিল সংগীত পৰিচলনা । এসময়ৰ দশৰ্কৰ মন জয় কৰিব সক্ষম হোৱা জনপ্ৰিয় কথাছবি জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে।

উজীৰে সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। উল্লেখ্য যে ,সুগায়িকা পত্নী শান্তা আৰু ভূপেন উজীৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান।মুম্বাইৰ প্ৰতিষ্ঠিত সংগীত পৰিচালক জিতু -তপনৰ দ্বাৰা পৰিচালিত অৰ্কেষ্ট্ৰাত গীটাৰ সংগত কৰিছিল ভূপেন উজীৰে।

ভূপেন উজীৰে ভাৰতীয় খাদ্য নিগমত চাকৰিত যোগদান কৰিলেও সংগীতৰ সাধনা এৰি দিয়া নাছিল। এসময়ত সংগীত যাত্ৰা ব্যাহত হোৱাৰ আশংকা কৰি তেওঁ স্বইচ্ছাৰে চাকৰি ত্যাগ কৰিছিল এফচিআইৰ ।

পৰৱৰ্তী সময়ত মহানগৰীৰ গীতানগৰৰ ভাড়াঘৰত ভূপেন উজীৰে আৰম্ভ কৰিছিল অডিটেক নামৰ নিজৰ ষ্টুডিঅ’টো। ষ্টুডিঅ’ৰ বাবে এটা ছেকেণ্ডহেণ্ড শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেওঁ অডিটেক আৰম্ভ কৰিছিল। মনকৰিবলগীয়া যে,এই ষ্টুডিঅ’তে নবীন- প্ৰবীন বহু শিল্পীয়ে গীত ৰেকর্ডিং কৰি বহু শিল্পীয়ে জনপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, ভূপেন উজীৰ এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ লগতে উজীৰৰ শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Namcare HospitalRenowned Assamese Musician Bhupen Uzir Passes Away
publisher

publisher

Related Posts

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক
India

কুঁহিয়াৰৰ খেতিৰ শ্রমিকৰূপে দক্ষিণ আফ্রিকালৈ নিছিল ককাক-আইতাকক

October 10, 2026
নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ
India

নেতৃত্ব অবিহনেও যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা CJPৰ

October 10, 2026
যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ
India

যন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ মুকলি পত্ৰ

October 10, 2026
দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ
India

দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে, দাবী অভিজিৎ দীপকেৰ

October 10, 2026
দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা
India

দিল্লী বিমানবন্দৰত অৱতৰণৰ পাছতে আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d