Sexually Assaulted At Janata Bhawan:ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনত চাঞ্চল্যকৰ নিৰ্যাতনৰ ঘটনা

কাৰ্যালয়ত এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা, প্ৰভাৱশালী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী মহিলাৰ এজাহাৰ দাখিল দিছপুৰ থানাত

janata bhawan

Sexually Assaulted At Janata Bhawan:

ৰাজ্য প্ৰশাসন হৃদপিণ্ড দিছপুৰৰ জনতা ভৱনত চাঞ্চল্যকৰ নিৰ্যাতনৰ ঘটনা ৷ এটা বিভাগৰ কাৰ্যালয়তে এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা প্ৰভাৱশালী বিষয়াৰ ৷

ইতিমধ্যে এই ঘটনাক লৈ জনতা ভৱনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ভুক্তভোগী মহিলা গৰাকীয়ে ইতিমধ্যে প্ৰভাৱশালী বিষয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ সম্বলিত এজাহাৰ দিছপুৰ থানাত দাখিল কৰে ৷

আনহাতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ১০৫/২৪ ৰ অধীনত ভা:দ:বি:আইনৰ ৩৫এ/৩৫৪বি ধাৰাত গোচৰ ৰুজু কৰিছে ৷

Exit mobile version