Education Minister Announces in Assembly:সদনত শিক্ষামন্ত্ৰীৰ ঘোষণা

মধ্যাহ্ন ভোজন আঁচনিৰ ৰান্ধনীৰ মাননি ১৫০০ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ, ৰাজ্যৰ ৪০০ খন বিদ্যালয়ত নতুনকৈ নিৰ্মাণ হ'ব অত্যাধুনিক ৰান্ধনীশাল

ranoj pegu

Education Minister Announces in Assembly:

ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত নিয়োজিত হৈ থকা মধ্যাহ্ন ভোজন আঁচনিৰ ৰান্ধনীৰ মাননি ১৫০০ কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে গ্ৰহন কৰিছে ৷

আজি বিধানসভাৰ সদনত এই কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে ৷ আনহাতে ৰাজ্যৰ ৪০০ খন বিদ্যালয়ত নতুনকৈ অত্যাধুনিক ৰান্ধনীশাল নিৰ্মাণ হ’ব বুলিও সদনক অৱগত কৰে ৷

Exit mobile version