Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deeplal Has Cut more Than One Lakh Bodies On The Post-Mortem Table For 37 Years:কাটি গৈছে ইটোৰ পাছত সিটোকৈ মৃতদেহ

প'ষ্টমর্টেম টেবুলত ৩৭ বছৰে লক্ষাধিক মৃতদেহ কাটিও ভাগৰা নাই দ্বীপলালে

publisher by publisher
February 14, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Deeplal Has Cut more Than One Lakh Bodies On The Post-Mortem Table For 37 Years:কাটি গৈছে ইটোৰ পাছত সিটোকৈ মৃতদেহ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
ADVERTISEMENT

Deeplal Has Cut more Than One Lakh Bodies On The Post-Mortem Table For 37 Years:

চুটি চাপৰ, ক্ষীণ সকলো সময়তে চকুৱে-মুখে উদ্বিগ্নতাৰ ছাপ স্পষ্ট হৈ থকা লোকজনৰ নাম দ্বীপলাল বাছফৰ। মৃতদেহৰ লগতেই যাৰ সম্পর্ক। সুদীর্ঘ ৩৭ টা বছবে তেওঁ হাতত ছার্জিকেল ব্লেড তুলি লৈ ইটোৰ পাছত সিটো মৃতদেহ কটা- ফলা কৰিছে। এই পর্যন্ত তেওঁ প্রায় ৭৮ হেজাৰটা মৃতদেহ পৰীক্ষাৰ কক্ষৰ মৰণোত্তৰ টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেৰে কটা-ফলা কৰিছে।

কিন্তু ক্লান্ত হোৱা নাই। সাধাৰণ যেন লগা অথচ অসাধাৰণ কাম কৰি থকা এই দ্বীপলাল বাছফৰ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্টমর্টেম কক্ষত নিয়োজিত চুইপাৰ। এজন চিকিৎসালয়ৰ মর্গ আৰু প’ষ্টমর্টেম কক্ষৰ মৃতদেহৰ লগত যাৰ এৰাব নোৱাৰা সম্পর্ক।

deeplalতেওঁ সুদীর্ঘ ৩৭ বছৰে চিকিৎসালয়খনৰ প’ষ্টমর্টেম কক্ষত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কটা-ফলা কামত নিয়োজিত হৈ আছে। সুদীর্ঘ ৩৭ টা বছৰে বিভিন্ন বয়সৰ ব্যক্তিৰ মৃতদেহ পষ্টমর্টেম টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেবে কটা-ফলাই যাৰ প্রধান কাম।

এই দ্বীপলাল নহ’লে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষা মুঠেই সম্ভৱ নহয়। কিয়নো মৃতদেহটো তেওঁ কটা-ফলাৰ পাছত তাক প্রত্যক্ষ কবি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লিখে। নিতৌ মৃতদেহৰ লগতে ব্যস্ত থাকিলেও দ্বীপলালৰো আছে এখন সুকুমল হৃদয়।

প’ষ্টমর্টেম টেবুলত কেতিয়াবা মৃতদেহ তুলি লৈ আবেগিক হৈ পৰে তেওঁ। বিশেষকৈ সেই মৃতদেহটো যদি কোনো শিশু, কিশোৰ-কিশোৰী অথবা যুৱক -যুৱতীৰ হয়।

উল্লেখ্য যে দ্বীপলাল বাছফৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন চাফাই কর্মী (চুইপাৰ) ৰূপে চাকৰিত যোগদান কৰিছিল ১৯৮৬ ত। প্রথম তিনিটা মাহ চিকিৎসালয়খনৰ অধীক্ষকৰ কার্যালয়ত চাফাই কর্মচাৰীৰূপে নিয়োজিত হোৱাৰ পাছত তেওঁক নিয়োগ কৰা হয় চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষা কক্ষত।

তেতিয়াৰ পৰা আজি পর্যন্ত সুদীর্ঘ ৩৭ বছৰৰো অধিক কাল তেওঁ প’ষ্টমর্টেম কক্ষত মৃতদেহ কটা- ফলা কৰা কামত নিয়োজিত হৈ আছে। দ্বীপলালে সদৰী কৰা অনুসবি, প্রথম যি দিনা তেওঁ পষ্টমর্টেম ৱার্ডত টেবুলত মৃতদেহ এটা তুলি হাতত ছার্জিকেল ব্লেড লৈ মৃতদেহটো কাটিছিল তেতিয়া যথেষ্ট ভয় খাইছিল। তেওঁব মনটো মুঠেই ভাল লগা নাছিল। এই কামত জড়িত হোৱাৰ পাছত প্রথম তিনিমাহ মান নিশা ভালকৈ শুৱই পৰা নাছিল।

সপোনত প’ষ্টমর্টেম টেবুলত কটা মৃতদেহ বোৰেই দেখা পাইছিল। প্রথমে তেওঁব হাত কপিছিল। কিন্তু এতিয়া আৰু নকঁপে। তেওঁ কয়, ‘এই কামেই যিহেতু মোৰ কৰ্ম, মোৰ কর্তব্য আৰু উপায় নাই। মই মোৰ কৰ্তব্য কৰি গৈছো, অতি নিষ্ঠা সহকাৰে। তেওঁ আৰু কয়, তিনি বছৰ মানৰ আগৰ কথা।

সেই দিনা প’ষ্টমর্টেম টেবুলত এজনী কণমানি ছোৱালীৰ মৃতদেহ তুলি লৈ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ হাতত ছার্জিকেল ব্লেড তুলি লৈছিলো, সেই দিনা বুকুখন বেদনাত বিষাইছিল। মোৰ হাত দুখন থৰ থৰকৈ কপিছিল। দুচকু সেমেকি উঠিছিল। সেই দিনা মই মনৰ দুখত ভাত খাব পৰা নাছিলো।

‘প’ষ্টমর্টেম কৰিবলৈ হত্যা, আত্মহত্যা কৰা, দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা, আন অস্বাভাৱিক মৃত্যু হোৱা লোকৰ মৃতদেহবোৰ প’ষ্টমর্টেম টেবুলত তুলি লৈ ছার্জিকেল ব্লেডেৰে বুকুৰ পৰা তল পেটলৈ ফালিব লাগে দ্বীপলালে। তেওঁ এই কামটোকে সুদীর্ঘ ৩৭ বছৰে কবি আহিলেও আজিও যিকোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম টেবুলত দেখিলেই তেওঁক দুখে হেঁচা মাৰি ধৰে বুলি অকপটে প্রকাশ কৰি আৰু কয়, ৩৭ বছৰে মই এক লাখবো অধিক বিভিন্ন মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ কাটিছো।

কিন্তু যেতিয়াই কোনো শিশুৰ মৃতদেহ প’ষ্টমর্টেম কৰিবলৈ প’ষ্টমর্টেম টেবুলত থৈ হাতত ছার্জিকেল ব্রেডখন তুলি লও তেতিয়াই মোৰ হাত কপি উঠে। দুচকু সেমেকি উঠে। বৰ দুখ লাগে। সেই কাম বৰ কষ্টকৰ। দুৰ্ঘটনাত মৃত্যু হোৱা কোনো শিশুৰ মৃতদেহ যেতিয়া প’ষ্টমর্টেম কৰিবলৈ আনে তেতিয়া অভিভাৱকসকলে প’ষ্টমর্টেমৰ বাবে কাটিব নিদিয়ে।

কান্দোনত গগন ফালে তেওঁলোকে। মোৰো বৰ দুখ লাগে। ডেকা-গাভৰুৰ মৃতদেহো প’ষ্টমর্টেমৰ কাৰণে কাটিবলৈ বেয়া লাগে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প’ষ্টমর্টেম কৰিবলৈ দৈনিক কমেও পাঁচটাকৈ মৃতদেহ অনা হয় বুলি প্রকাশ কৰি দ্বীপলালে কয়, ‘দৈনিক চাৰি-পাঁচটাকৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হয়।

কেতিয়াবা ১৫টা পর্যন্ত হয়গৈ। ১৯৯২ ত সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত নিহত অবিভক্ত নগাঁও জিলাৰ ৫৬টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মই নিজ হাতেৰেই ফালিব লগীয়া হৈছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৩৭ টা বছৰে এক লাখৰো অধিক মৃতদেহ ছার্জিকেল ব্লেডেৰে কাটিও ক্লান্ত নোহোৱা দ্বীপলালে নিজকে উপেক্ষিত-বঞ্চিত বুলি অনুভৱ কবে।

তেওঁ অতি আক্ষেপেৰে কয়, ‘প’ষ্টমর্টেম কৰিবলৈ একোটা মৃতদেহ প’ষ্টমর্টেম টেবুলত তুলি লৈ কটা-ছিঙা কৰাটো ইমান সহজ কাম নহয়। ইমান নিষ্ঠাৰে এই কাম কৰি গৈছো তথাপি আমাক চৰকাৰে একো বিশেষ সুবিধা দিয়া নাই।’ আনহাতে, দ্বীপলালক থাকিবলৈ যিটো আবাসগৃহ দিয়া হৈছে সিও জৰাজীৰ্ণ আৰু জুপুৰি সদৃশ।

জীৱনত কেতিয়াও এটুপিও মদ মুখত দিয়া নাই দ্বীপলালে। যি কাম কৰিছে অতি সততাৰে, নিজৰ দায়িত্ব বুজি কৰি গৈছে। তেওঁ কয়, ‘মৃতদেহ হ’লেও মানুহৰ মৃতদেহ কটা-চিঙা কৰাটো ইমান সহজ কাম নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cut more Than One Lakh BodiesDeeplal BasforFor 37 YearsNagaon BP Civil HospitalPost-Mortem Table
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d