Donald Trump will have to Pay a Fine of Rs 3,550 Crore:নিৰ্বাচনৰ পূৰ্বে মুখ থেকেচা ট্রাম্পৰ !

ভৰিব লাগিব ৩,৫৫০ কোটি টকাৰ জৰিমনা

donald trup

Donald Trump will have to Pay a Fine of Rs 3,550 Crore:

গোপন কৰিছিল নিজৰ সম্পত্তিৰ পৰিমাণ। এই কাৰণতে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে। নিউয়কৰ এখন আদালতে ট্রাম্পক সম্পত্তি গোপন কৰা গোচৰত ৩,৫৫০ লাখ মার্কিন ডলাৰৰ জৰিমনা বিহিলে।

ভাৰতীয় মুদ্রাত প্রায় তিনি হেজাৰ কোটি টকা জৰিমনা হিচাপে আদায় দিব লাগিব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে। নিউয়কৰ এটর্নি জেনেৰেল লেটিচিয়া জেমছৰ আবেদনৰ ভিত্তিত ন্যায়াধীশ আৰ্থাৰ এনগ’ৰেনে ট্রাম্পক দোষী সাব্যস্ত কৰি ৩,৫৫০ লাখ মার্কিন ডলাৰৰ স’তে সুতসহ মুঠ ৪,৫০০ লাখ ডলাৰ জৰিমনা হিচাপে আদায় দিবলৈ নির্দেশ দিলে ৷

Exit mobile version