Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Former Congress President Files Asset Accounts:ৰাজ্যসভাৰ সাংসদ হোৱাৰ পূর্বে সা-সম্পত্তিৰ হিচাপ দাখিল কংগ্ৰেছৰ প্রাক্তন সভানেত্রীৰ

ইটালীৰ ঘৰ, সোণৰ গহনাকে ধৰি চাৰে ১২ কোটিৰ গৰাকী ছোনিয়া গান্ধী

publisher by publisher
February 17, 2024
in India, News
Reading Time: 2 mins read
0
Former Congress President Files Asset Accounts:ৰাজ্যসভাৰ সাংসদ হোৱাৰ পূর্বে সা-সম্পত্তিৰ হিচাপ দাখিল কংগ্ৰেছৰ প্রাক্তন সভানেত্রীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Rajya sabha Election:অসমৰ ৩ আসন সহ ৰাজ্যসভাৰ ৩৭খন আসনৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

Former Congress President Files Asset Accounts:

নিজৰ স্থাবৰ-অস্থাবব সম্পত্তিৰ হিচাপ দাখিল কৰিলে ছোনিয়া গান্ধীয়ে। এই হিচাপতে দেখা গ’ল যে ক্ষমতাত নথকা সত্ত্বেও প্রাক্তন সভানেত্ৰীগৰাকীৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে।

ADVERTISEMENT

অৱশ্যে পূৰ্বৰ তুলনাত এই বৃদ্ধিৰ হাৰ বহুখিনি হ্রাস পাইছে। সোণৰ গহনাৰ পৰা আৰম্ভ কৰি ইটালীৰ ঘৰৰ ভাগ তথা উত্তৰাধিকাৰ সূত্রে লাভ কৰা সম্পত্তিলৈ সকলো মিলাই ২০১৯ৰ পৰা ২০২৪লৈ কংগ্রেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীৰ সম্পত্তি ৫.৮৯ শতাংশ বৃদ্ধি পাইছে।

ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে ছোনিয়া গান্ধীয়ে বুধবাৰে নিজৰ মনোনয়ন পত্র দাখিল কৰে । এইবাৰ লোকসভা এৰি বর্ষীয়ান নেত্ৰীগৰাকীয়ে প্রথমবাৰলৈ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ প্রার্থী হ’বলৈ মন মেলিছে। কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰীগৰাকীয়ে এক পত্রযোগে জনাইছে যে স্বাস্থ্যজনিত কাৰণতে তেওঁ দীর্ঘদিনৰ লোকসভা সমষ্টি ৰায়বেৰেলী ত্যাগ কৰিবলগীয়া হৈছে।

অবশ্যে ৰাজ্যসভাৰ সাংসদৰূপে তেওঁ দেশৰ হকে কাম কৰি যাব বুলিও জনাইছে। ৰাজস্থানব ৰাজাসভাৰ প্রার্থীৰূপে ছোনিয়াই ১৪ ফেব্রুৱাৰীত মনোনয়ন পত্র জমা দিয়ে। নেত্রীগৰাকীয়ে জমা দিয়া শপতনামাৰ পৰাই সম্প্রতি পোহৰলৈ আহিছে তেওঁৰ সাম্প্রতিক আর্থিক অৱস্থাৰ তথ্য।

আনকি ছোনিয়াৰ বিৰুদ্ধে থকা আইনী গোচৰৰ সবিস্তাৰ তথ্যও শপতনামাৰ পৰা পোহৰলৈ আহিছে। শপতনামাৰ তথ্য অনুসৰি, জোনিয়াৰ বর্তমানৰ মুঠ সম্পত্তিৰ মূল্য ১২ কোটি ৫৩ লাখ ৭৬ হেজাৰ ৮২২ টকা। যাৰ ভিতৰত অস্থাবৰ সম্পত্তি আছে ছয় কোটি ৩৮ লাখ ১১ হেজাৰ ৪১৫ টকাৰ। এই অস্থাবৰ সম্পত্তিৰ ভিতৰত আছে নগদ ধন, সোণ-ৰূপৰ গহনা, অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ৰয়েল্টী, বিভিন্ন বিনিয়োগৰ পৰা প্ৰাপ্য ধনৰ উপৰি বহু, বেংকত জমা ধন আদি।

অস্থাবৰ সম্পত্তিৰ এটা বৃহৎ অংশ হৈছে তেওঁৰ গহনা। উল্লেখ্য যে কংগ্রেছৰ বৰ্ষীয়ান সাংসদ গৰাকীক সততে বিশেষ গহনা পৰিধান কৰা দেখা নাযায়। তৎসত্ত্বেও তেওঁৰ এক কোটি সাত লাখ ১৫ হেজাব ৪৯০ টকা মূল্যৰ গহনা আছে বুলি শপতনামাত উল্লেখ কৰিছে।

ইয়াৰ ভিতৰত আছে এক কিলোগ্রাম তিনিশ গ্রাম ওজনৰ সোণৰ গহনা। যাৰ মূল্য এই সময়ত ৪৯.৯৫ লাখ টকা। তদুপৰি আছে ৮৮ কিলোগ্রাম ওজনৰ ৰূপৰ গহনা আৰু বাচন-বর্তন। ইবোৰৰ সাম্প্রতিক মূল্য ৫৭.২ লাখ টকা। ইয়াৰ সমান্তৰালকৈ নগদ ৯০ হেজাৰ টকা থকা বুলি ছোনিয়াই শপতনামাত উল্লেখ কৰিছে।

ইপিনে, ছোনিয়াৰ স্থাবৰ সম্পত্তিৰ মূল্য হৈছে ৬.১৫ কোটি টকা। ইয়াৰ ভিতৰত আছে, উত্তৰাধিকাৰ সূত্রে লাভ কৰা ইটালীৰ ঘৰটো। সেই ঘৰৰ ছোনিয়াৰ ভাগৰ মূল্য হৈছে ২৬.৮৪ লাখ টকা। উল্লেখ্য যে ইয়াৰ পূর্বে প্রতিবাৰৰ লোকসভা নির্বাচনৰ পূর্বেও কংগ্রেছ নেত্ৰীগৰাকীয়ে নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰিছিল।

তাতেই দেখা গৈছে যে প্রতি পাঁচ বছৰৰ অন্তৰালত ছোনিয়াৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাই আছে। অৱশ্যে কংগ্রেছ ক্ষমতাহীন হোৱাৰ পাছৰে পৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ হাৰ ক্রমান্বয়ে হ্রাস পাই আছে। ২০০৯ৰ পৰা ২০১৪ৰ ভিতৰত ছোনিয়াৰ সম্পত্তিৰ পৰিমাণ ৫৭৪.১৮ শতাংশ বৃদ্ধি পাইছিল। অথচ ২০১৪ৰ পৰ্য্য ২০১৯লৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হাৰ ২৭.৫৯ শতাংশলৈ হ্রাস পাইছে।

সেইদৰে ২০১৯ৰ পৰা ২০২৪ত এই বৃদ্ধিৰ হাৰ ৫.৮৯ শতাংশলৈ নামিছে। শপতনামাত কংগ্রেছ সাংসদ গৰাকীৰ সম্পত্তিৰ হিচাপৰ উপৰি তেওঁৰ শিক্ষাগত অর্হতা আৰু তেওঁৰ বিৰুদ্ধে ৰজু হোৱা আইনী গোচৰৰ হিচাপো উল্লেখ কৰা হৈছে।

ছোনিয়াই শপতনামাত জনাইছে যে তেওঁ ১৯৬৪ত ছিয়েনাৰ ইনষ্টিটিউটো ছান্টা টেৰেছাৰ পৰা বিদেশী ভাষা (ফৰাচী আৰু ইংৰাজী)ত তিনি বছৰৰ পাঠ্যক্ৰম কৰিছিল। কেম্ব্রিজৰ লেনক্স কুক স্কুলৰ পৰা তেওঁ ১৯৬৫৩ ইংৰাজী ভাষাৰ ওপৰত এক ছার্টিফিকট ক’র্চ কৰিছিল। শপতনামাত লগতে জনাইছে যে আজি পর্যন্ত ছোনিয়াৰ বিৰুদ্ধে এটাও ফৌজদাৰী গোচৰ পঞ্জীয়ন হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Files Asset Accountsfiles NominationFormer Congress PresidentRajya Sabha eLECTIONSonia Gandhi
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d