SilsakuBeel: চচলত শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ অনিদিষ্ট অবস্থান ধৰ্মঘট

silsaku image

SilsakuBeel:

শিলসাঁকোত অমানবীয় উচ্ছেদৰ বলী হোৱা উচ্ছেদিত পৰিয়াল সকলে আজি পুনৰ উত্তাল কৰে মহানগৰীৰ চচল

কে’বা শতাধিক উচ্ছেদিত পৰিয়ালৰ সদস্যই উচ্ছেদৰ বলী হোৱা প্ৰতিটো থলুৱা পৰিয়ালক অতি শীৰ্ঘে পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপুৰণ প্ৰদানৰ দাবীত অনিদিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অৱস্থান ধৰ্মঘটত অংশ লোৱা শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ চৰকাৰলৈ আহ্বান অতি শীৰ্ঘে তেওঁলোকৰ দাবী সমূহ মানৱীয়তাৰ দৃষ্টিভংগীৰে কাৰ্যকৰী কৰক ৷

Exit mobile version