Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Margherita Illegal Coal Mining:কয়লাৰ লোভতেই ভূমিপুত্ৰক উচ্ছেদ

মাৰ্ঘেৰিটাৰ ভূগৰ্ভত কয়লা ঘাটিৰ উমান পাই কাঢ়ি লৈছে থলুৱাৰ মাটি-ভেটি, তাপ বিদ্যুৎ প্ৰকল্পৰ নামত অধিগ্ৰহণ কৰা পৰিত্যক্ত ছয় বিঘা ভূমিটো অহৰহ চলিছে অবৈধ খনন

publisher by publisher
December 18, 2023
in Assam, India, News
Reading Time: 4 mins read
0
Margherita Illegal Coal Mining:কয়লাৰ লোভতেই ভূমিপুত্ৰক উচ্ছেদ
7
SHARES
71
VIEWS
ShareShareShareShare

RelatedPosts

মাৰ্ঘেৰিটাত অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিবলৈ চলিছে যুদ্ধকালীন তৎপৰতা

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

Kharchang coal syndicate:ডিচেম্বৰৰ ভিতৰতে তিনিশ কোটি সংগ্ৰহৰ লক্ষ্য খাৰচাঙৰ কয়লা ছিণ্ডিকেটৰ

Margherita Illegal Coal Mining:

দখলত থকা ছশ বিঘা কৃষি ভূমি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভারে তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ নামত অধিগ্রহণ কৰি পৰিত্যক্ত অৱস্থাত ৰাখিছে। ফলস্বৰূপে পূর্বে কৃষি কৰ্মৰে নদন-বদন হৈ থকা, আর্থিকভাবে সচ্ছল গাঁওবাসীয়ে সম্প্রতি দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।

ADVERTISEMENT

স্থানীয় বাসিন্দাৰ অভিযোগ, তাপ বিদ্যুৎ প্রকল্পৰ নামত অধিগ্রহণ কৰা উক্ত ভূমিত – শেহতীয়াকৈ পূর্ণোদ্যমে অবৈধ কয়লা খনন চলি আছে। তাৰ উপৰি, শালিকি বস্তিৰ পৰা মাত্র দুশ মিটাৰ আঁতৰৰ পৰা টিপং কলিয়েৰী পর্যন্ত, এই সুদীর্ঘ সাত কিলোমিটাৰ ব্যাসার্ধৰ ভূমি ডাম্পিং গ্রাউণ্ড বনাবৰ কাৰণে গাঁওবাসীৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰাকৈ ক’ল ইণ্ডিয়া উঠিপৰি লাগিছে।

তাতে ক্ষান্ত নাথাকি শেহতীয়াকৈ অসম চৰকাৰৰ বন বিভাগে শালিকী বস্তি, লাল পাহাৰ, পাহাৰপুৰ, মুলং পাহাৰ আদি জনজাতীয় গাঁওসমূহক সংৰক্ষিত বনাঞ্চল ঘোষণাৰ নামত উচ্ছেদৰ জাননী প্ৰেৰণ কৰাক লৈও ভূমিপুত্ৰসকলৰ মাজত উমি – উমি জ্বলি আছে ক্ষোভৰ অগনি। পিছে ৰক্ষকেই ভক্ষক যেতিয়া অভিযোগ দিব কাক আৰু শুনিবইনো কোনে?

পৰিতাপৰ বিষয়টো হ’ল, অসম চৰকাৰৰ ষড়যন্ত্র, ক’ল ইণ্ডিয়াৰ আগ্রাসন আৰু অবৈধ কয়লা মাফিয়াৰ এনে দৌৰাত্ম্য সহিব নোৱাৰি অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ অসমীয়া গাঁও- মুলং পাহাৰ নম্বৰ এক আৰু দুই, বাংৰিংখাং, খেনবিৰ আৰু অঞ্জুৱাৰা ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনৰ লগত চামিল হৈ গৈছে। সেই পাঁচখন অসমীয়া গাঁৱে অসম এৰি গুচি যোৱাৰ পাছতো সাৰ পোৱা নাই অসম চৰকাৰ, অনুতপ্ত হোৱা নাই জাতীয় দল-সংগঠন।

বিপৰীতে, সম্প্রতি বাচি থকা বাকী জনজাতীয় গাঁওসমূহকো বিতাৰনৰ বাবেহে উঠি পৰি লাগিছে। চৰকাৰ তথা প্রশাসনৰ নির্লিপ্ততা আৰু কয়লা মাফিয়াৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ এতিয়া শালিকী বস্তিৰ বাসিন্দাসকলেও মুকলিকৈ অৰুণাচল প্রদেশৰ স’তে চামিল কৰিবলৈ ৰাজ্যখনৰ চৰকাৰক কাতৰ আহ্বান জনাইছে।

শালিকীবস্তিৰ গাঁওবুঢ়া হাকিয়া চেমাই ‘দৈনিক আগ্রদূত’ৰ আগত ক্ষোভ প্রকাশ কৰি কয়, ‘অসম চৰকাৰৰ বন বিভাগে আমাৰ জনজাতীয় গাঁওসমূহক বাছি বাছি উচ্ছেদৰ লক্ষ্য কৰি লৈছে। সংৰক্ষিত বনাঞ্চল প্রতিষ্ঠাৰ হকে এনে উচ্ছেদৰ জাননী জাৰি কৰা বুলি দাবী কৰিলেও বন বিভাগৰ চক্রান্ত ইতিমধ্যে ফাদিল হৈছে।

আমাৰ গাঁৱৰ মাটিৰ ভূগৰ্ভত প্ৰচুৰ পৰিমাণে ক’লা হীৰা কয়লা সঞ্চিত হৈ আছে। সেয়েহে এই মাটি আমাৰ পৰা বলপূর্বক কাঢ়ি লৈ পৰৱৰ্তী সময়ত. কোনো মাফিয়াক গতাই দিয়াৰ স্বাৰ্থত ইমান গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে। আমাৰ উপলব্ধি কৰাত বহু দেৰি হ’ল। জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰৰ মূল উদ্দেশ্য হৈছে স্থান ভূমিপুত্ৰসকল চিৰকালৰ কাৰণে বিলুপ্ত কৰা।’

মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত বাস কৰা ভূমিপুত্ৰ জনজাতীয় লোকসকলক এক ছেকেও সময় শান্তিত থাকিবলৈ দিয়া নাই বুলি খেদ প্রকাশ কৰি গাঁওবুঢ়া হাকিয়া চেমাই কয় য়ে সম্প্রতি জনজাতীয় লোকসকল জীৱন-জীবিকা এবি পিতৃ পুৰুষে গঢ়ি থৈ যোৱা ভেটি-মাটি ৰক্ষাৰ স্বাৰ্থত আইন-আদালত, চৰকাৰী কার্যালয় আদিত তাত বাটি কৰি ফুৰোতেই মাহৰ পাছত মাহ বাগৰি গৈছে।

চৰকাৰী উচ্ছেদৰ জাননী সম্পূর্ণ পূর্বপৰিকল্পিত বুলি অভিযোগ কৰি গাঁওবুঢ়া চেমাই কয় যে সংশ্লিষ্ট কর্তৃপক্ষৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ আয়ুক্ত কার্যালয়ত অভিযোগ দিয়া, অসম চৰকাৰৰ মুখ্যমন্ত্রীকে ধৰি সকলো সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ লগতে দেশৰ ৰাষ্ট্রপতি, প্রধানমন্ত্রী, জনজাতীয় পৰিক্ৰমা মন্ত্রণালয়, বাষ্ট্রীয় মানৱ অধিকাৰ আয়োগ আদিত অভিযোগ দাখিল কৰা হৈছে, স্মাৰকপত্ৰৰ জৰিয়তে বিষয়টোৰ গভীৰতা বুজাবলৈ চেষ্টা কৰা হৈছে যদিও কাৰো পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নগ’ল।

তথাকথিত কল্যাণকামী ৰাষ্ট্ৰৰ জনপ্রতিনিধি, প্রশাসন যন্ত্রক সমালোচনা কৰি গাঁওবুঢ়া চেমাই কয়, ‘তেওঁলোকক কেবল মাটি আৰু মাটিৰ তলৰ কয়লা লাগে, আমাক নালাগে। আমাৰ ইতিহাস, সভ্যতা আৰু আমাৰ সুৰক্ষিত ভৱিষ্যত তেওঁলোকৰ কাম্য নহয়; বৰঞ্চ তেওঁলোকে বিচাৰে আমি অসম এৰি গুচি যোৱাটোহে।

সেয়েহে আমি অৰুণাচল প্রদেশ চৰকাৰক আনুষ্ঠানিকভাবে স্মাৰকপত্র যোগে আবেদন জনাইছো যাতে মাৰ্ঘেৰিটাৰ জনজাতীয় গাঁওসমূহক চামিল কৰি ৰক্ষা কৰে। অসম চৰকাৰ, জাতীয় দল-সংগঠন কোনোৱেই আমাক কোনো কালে অসমীয়া বুলি ভাবিবলৈ সুযোগ নিদিলে। এয়া আমাৰেই দুর্ভাগ্য!’

উল্লেখ্য, মাৰ্ঘেৰিটাৰ জনজাতি’বেল্ট এণ্ড ব্লক ‘সমূহত দিনে-নিশাই বহিৰাগত পুঁজিপতিয়ে স্থানীয় বিধায়ক তথা জিলা প্রশাসনৰ আশীর্বাদ লৈ আগ্রাসী ৰূপত শ শ ফ’কলেন ব্যৱহাৰ কৰি অবাধে কয়লাৰ অবৈধ খনন চলাই যোৱাৰ সমান্তৰালকৈ বিভিন্ন অজুহাতত স্থানীয় জনজাতীয়সকলক এফালৰ পৰা উচ্ছেদ কৰি সমূহীয়াভাবে বিতাৰণ কৰা প্রক্রিয়াও দ্রুতগতিত অব্যাহত আছে।

ফলস্বৰূপে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত চামিল হোৱাই আত্মৰক্ষাৰ শেষ উপায় বুলি ভাবি লৈছে ভুক্তভোগী জনজাতীয় লোকসকলে। মাৰ্ঘেৰিটাত বাস কৰা ভূমিপুত্ৰ জনজাতীয়সকলৰ সমস্যাৰ সন্দৰ্ভত সদৌ অসম ট্রাইবেল সংঘৰ প্রাক্তন সভাপতি তথা বৰ্তমানৰ জনজাতীয় মহাসংঘ, অসমৰ কাৰ্যকৰী সভাপতি মিলন সোণোৱালে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘পাটকাইৰ বুকুত উপনিৱেশিক ব্ৰিটিছে কয়লাখনিৰ আৱিষ্কাৰ কৰা দিনৰ পৰা আজি পর্যন্ত ভূমিপুত্ৰসকলৰ ওপৰত চলি অহা অত্যাচাৰ, শোষণ, বঞ্চনাৰ অন্ত নপৰিল।

অতি দুর্ভাগ্যজনকভাবে বৰ্তমানৰ চৰকাৰখনে যি ধৰণে জনজাতীয়সকলৰ ওপৰত দমন-নিপীড়ন অব্যাহত ৰাখিছে, ই ব্রিটিছতকৈও বেছি ভয়ানক আৰু ক্ষতিকাৰক। মাৰ্ঘেৰিটাত যি ধৰণে জনজাতীয়ৰ ওপৰত চৰকাৰ আৰু মাফিয়া জঁপিয়াই পৰিছে ই প্ৰতিজন সচেতন নাগৰিকৰ চকু কপালত তুলিব।

আমি চৰকাৰ আৰু কয়লা মাফিয়াৰ এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে এক ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ বাবে প্রস্তুতি চলাই আছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ILLEGAL COAL MININGMargherita
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d