Home India Union Home Ministry Has Issued a Notification On Three New Bills:দেশৰ তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধিসূচনা জাৰি ১ জুলাই পৰা কাৰ্যকৰী হ'ব নতুন বিল কেইখন By publisher 11 months Ago ShareShareShareShare Union Home Ministry Has Issued a Notification On Three New Bills: অৱশেষত দেশত তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা ৷ ভাৰত গেজেটত জাৰি কৰা অধিসূচনা অনুসৰি এক জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩ ,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ আইন কেইখন দেশত কাৰ্যকৰী হ’ব ৷ উল্লেখ্য যে, সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত গৃহমন্ত্ৰী অমিত শ্বাহে উল্লিখিত বিল কেইখন সংসদত উদ্থাপন কৰিছিল আৰু সংসদত গৃহীত হৈছিল বিল তিনিখন। Share this: Categories: India, News Tags: Issued NotificationThree New BillsUnion Home Ministry Related Content Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ By publisher January 18, 2025 Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল By publisher January 18, 2025 Kho Kho : খো খো বিশ্বকাপ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল By publisher January 18, 2025 Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড By publisher January 18, 2025 ২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব By publisher January 18, 2025 Asom Jatiyo Bidyalaya অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন By publisher January 18, 2025