Home India Union Home Ministry Has Issued a Notification On Three New Bills:দেশৰ তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধিসূচনা জাৰি ১ জুলাই পৰা কাৰ্যকৰী হ'ব নতুন বিল কেইখন By publisher 1 year Ago ShareShareShareShare Union Home Ministry Has Issued a Notification On Three New Bills: অৱশেষত দেশত তিনিখন নতুন বিলক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা ৷ADVERTISEMENT ভাৰত গেজেটত জাৰি কৰা অধিসূচনা অনুসৰি এক জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা ২০২৩ ,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ আইন কেইখন দেশত কাৰ্যকৰী হ’ব ৷ উল্লেখ্য যে, সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত গৃহমন্ত্ৰী অমিত শ্বাহে উল্লিখিত বিল কেইখন সংসদত উদ্থাপন কৰিছিল আৰু সংসদত গৃহীত হৈছিল বিল তিনিখন। Share this: Click to share on X (Opens in new window) X Click to share on Facebook (Opens in new window) Facebook Click to share on LinkedIn (Opens in new window) LinkedIn Click to share on WhatsApp (Opens in new window) WhatsApp More Click to share on Pinterest (Opens in new window) Pinterest Click to share on Telegram (Opens in new window) Telegram Categories: India, News Tags: Issued NotificationThree New BillsUnion Home Ministry Related Content শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! By publisher May 11, 2025 আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ ! By publisher May 11, 2025 ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ By publisher May 11, 2025 ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব' By publisher May 11, 2025 গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু By publisher May 11, 2025 যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ ! By publisher May 11, 2025