Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

What to do if you Get Flies in your Ears:কাণত পৰুৱা সোমালে কি কৰিব !

এই সন্দৰ্ভত জানো আহক

publisher by publisher
February 27, 2024
in Lifestyle
Reading Time: 2 mins read
0
What to do if you Get Flies in your Ears:কাণত পৰুৱা সোমালে কি কৰিব !
7
SHARES
65
VIEWS
ShareShareShareShare

What to do if you Get Flies in your Ears:

নিজৰ অজানিতে কেতিয়াবা মানুহৰ কাণত পৰুৱা, আন কোনো পোক বা যিকোনো বস্তুৰ টুকুৰা সোমাব পাৰে। নিশা নিদ্রাৰত অৱস্থাত পোক-পৰুৱা, মকৰা আদি কাণত সোমোৱাৰ সম্ভাৱনা বেছি থাকে। এই সমস্যা বহুতৰে হয়। অসাৱধানতাৰ বাবে কাণত এইদৰে মকৰা-পৰুৱা আদি সোমোৱা অতি যন্ত্রণাদায়ক আৰু ভয়ৰ কাৰণ।

ADVERTISEMENT

দুই- তিনি বছৰীয়া শিশুৱে কেতিয়াবা খেলাৰ চলতে কোনো সৰু বস্তু নাক, কাণ বা মুখত ভৰাই দিয়ে। অৱশ্যে এনে অভ্যাস ডাঙৰ আছে। কটন বাড, চৰাইৰ পাখি, মেচৰ কাঠি, বন আদিৰে কাণ খজুৱায়, মলি গুচোৱাৰ চেষ্টা কৰে। এনে কার্যৰ সময়ত কাঠি ভাঙি বা কটন বাডৰ তুলা কাণৰ ভিতৰত থাকি যাব পাৰে।

RelatedPosts

No Content Available

কি কি বস্তু কাণত সোমাব পাৰে ?

⇒ কটন বাড বা তুলাৰ অংশ; দিয়াচলাইৰ কাঠি, বল বিয়েৰিং; পেন্সিলৰ আগ; চৰাইৰ পাখি; চাউল, ডাইল, ধান, ফলৰ গুটি, মুড়ি, চিৰা আদি; ৰবব, কাগজ, ফোম বা ফেন, সৰু সৰু খেলাৰ অংশ আৰু অনেক; কেতিয়াবা জীৱন্ত মহ, মাখি, পৰুৱা, মকৰা, পঁইতাচোৰা আদিও কাণৰ ভিতৰত সোমাব পাৰে।

#উপসর্গসমূহ:

⇒ কাণত প্রবল অস্বস্তিৰ ভাব; কাণৰ বিষ; কাণেৰে কম শুনা; জীৱন্ত পোক-পৰুৱা কাণত সোমালে প্রবল অশান্তি, আনকি ভয়ৰো কাৰণ হ’ব পাবে।

# এনে অৱস্থাত কি কৰিব ?

মনত ৰাখিব, পোক বা পৰুবাক ততালিকে বাহিৰলৈ নুলিয়ালে সিহঁত মূৰ বা মস্তিষ্ক পাবগৈ পাৰে। কাণত কিবা বস্তু সোমালে প্রথম কৰণীয় হৈছে যিমান পাৰি সোনকালে উলিয়াই অনা।

ইয়াৰ বাবে আক্রান্তজনক ইএনটি বিশেষজ্ঞ চিকিৎসকৰ কাষলৈ নিব লাগিব। জীৱন্ত পোক কাণত সোমালে প্রথমে অলিভ অইল কাণত দিব লাগিব যাতে পোকটো মৰি যায়। তাৰ পাছত- বাহিৰ কৰিব লাগে।

অনভিজ্ঞ হাতেৰে বা খুচাখুচি নকৰিব। শিশুৱে ভয়ত কান্দিলে বা লৰচৰ কৰিলে বা ভয়ত অসহযোগ কৰিলে বলপূর্বক কাণত সোমোৱা বস্তু উলিয়াবলৈ চেষ্টা নকৰিব। বৰঞ্চ শিশুটিক হাস্পতালত অজ্ঞান কৰি কাণৰ পৰা সেই বস্তু উলিওৱাটোহে উত্তম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EarsGet Flies
publisher

publisher

Related Posts

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d