Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cow breeders will get subsidies:গোপালকসকলে অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত পাঁচ টকাকৈ ৰাজসাহায্য লাভ কৰিব:মুখ্যমন্ত্ৰী

publisher by publisher
March 2, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Cow breeders will get subsidies:গোপালকসকলে  অহা বছৰৰ পৰা  প্ৰতি লিটাৰ গাখীৰত পাঁচ টকাকৈ ৰাজসাহায্য লাভ কৰিব:মুখ্যমন্ত্ৰী
3
SHARES
29
VIEWS
ShareShareShareShare

Cow breeders will get subsidies:

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অধীনত সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্প (প্ৰতিদিনে ১৫০ হাজাৰ লিটাৰ)ৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকে।

ADVERTISEMENT

এয়া অসমত শ্বেত বিপ্লৱ গঢ়াৰ যাত্ৰাত এক অন্যতম পদক্ষেপ বুলি অভিহিত কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে শণিবাৰে পূৰবীৰ নৱতম সংযোজন পূৰবী আইচ ক্ৰীমও আনুষ্ঠানিকভাৱে মুকলি কৰে। সম্প্ৰসাৰিত দুগ্ধ প্ৰকল্পই দৈ, পনীৰ, আইচ ক্ৰীমকে ধৰি দুগ্ধজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে ৰাজ্যখনৰ জনসাধাৰণক বিভিন্ন প্ৰয়োজনীয় দুগ্ধজাত খাদ্য যোগান ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

তদুপৰি, মুখ্যমন্ত্ৰীয়ে গোপালকসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে অহা বছৰৰপৰা চৰকাৰৰ তৰফৰপৰা প্ৰতি লিটাৰ গাখীৰত পাঁচ টকাকৈ ৰাজসাহায্য দিয়াৰ কথা আজি ঘোষণা কৰে।

আনহাতে, আগন্তুক তিনি দিনৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড়ত দুগ্ধ সংসাধন গোট খোলাৰ বাবে পুঁজি মুকলি কৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই দূৰদৰ্শী পদক্ষেপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গোপালকসকলক অধিক উৎসাহিত কৰিব তথা যুৱপ্ৰজন্মক গোপালনৰ প্ৰতি আকৰ্ষিত কৰি স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰী বৰাই মন্তব্য কৰে।

তেওঁ কয়, ‘ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী দেশ। মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাই ৰাজ্যখনত আৰম্ভ হোৱা শ্বেত বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব আৰু এনেধৰণৰ বিপ্লৱে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিও সুদৃঢ় কৰাত যথেষ্ট অৰিহণা যোগাব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaCow breedersget subsidiesVeterinary Minister Atul bora
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d