Results Of The Gunotsav Will Be Announced On Thursday:বৃহস্পতিবাৰে ঘোষণা হ’ব গুণোৎসৱৰ ফলাফল

তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱ

gunuutsab

Results Of The Gunotsav Will Be Announced On Thursday:

চলিত শিক্ষাবৰ্ষৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱৰ ফলাফল ঘোষণা হ’ব বৃহস্পতিবাৰে ৷

উল্লেখ্য যে,গুণোৎসৱৰ পৰাই শিক্ষার্থীয়ে লাভ কৰিব ১০ শতাংশ নম্বৰ ৷ এই নম্বৰ যোগ দিয়া হ’ব বছৰেকীয়া পৰীক্ষাৰ মুঠ নম্বৰৰ সৈতে ৷

স্মতৰ্ৱ্য যে, এই নতুন নিয়ম প্ৰযোজ্য হ’ব এইবাৰৰ গুণোৎসৱৰ পৰাই ৷

Exit mobile version