Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Govt Employee :চৰকাৰী চাকৰিয়ালৰ সুখৰ দিনৰ অন্ত পৰিব, ২০২৩ চনৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম

publisher by publisher
November 29, 2022
in India, News
Reading Time: 3 mins read
0
Govt Employee :চৰকাৰী চাকৰিয়ালৰ সুখৰ দিনৰ অন্ত পৰিব, ২০২৩ চনৰ পৰা আৰম্ভ হ’ব নতুন নিয়ম
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

 Firing Incident In West bengal:নির্বাচনোত্তৰ হিংসাত জ্বলিছে পশ্চিমবংগ

Govt Employee :
চৰকাৰী চাকৰিয়ালৰ শান্তিৰ দিন অন্ত পৰিল । সচৰাচৰ আমাৰ সকলোৰে ধাৰণা যে , চৰকাৰী চাকৰি এটা পোৱা মানে জীৱনত সুখেই সুখ । জীৱনৰ বহু চিন্তা কমি যায় , মাহৰ প্ৰথম সপ্তাহতে দৰমহা পাব , নিজৰ ইচ্ছামতে ল’ব পাৰিব ছুটি ।

পুৱা ১০ বজাৰ পৰা কাৰ্যালয় আৰম্ভ হয় যদিও ১১ টা ১২ টা বজাত আহিলেই কোনো সমস্যা নাই , হাজিৰাৰ বহীত নপৰে ৰঙা দাগ । কৰ্মক্ষেত্ৰত যিয়েই নকৰক কিয় পদোন্নতি নিয়ম সাপেক্ষে হ’ব ।

ADVERTISEMENT

অৱশ্যে আপোনাৰ এই ধাৰণাৰ দিন আৰু উকলিল । এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালে কঠোৰ নিয়ম মানি চলিব লাগিব । কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰৰ চাকৰিয়ালে হওঁক মানিব লাগিব কৰ্ম সংস্কৃতিৰ নতুন নিয়ম ।

ইতিমধ্যে বহু চৰকাৰী দপ্তৰত কৰ্মচাৰীৰ পদোন্নতি কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া দেখা গৈছে । তেনে    ক্ষেত্ৰত দেশৰ উন্নয়নৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে নতুন শ্ৰমনীতিৰ প্ৰস্তুত কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই শ্ৰমনীতিক লৈ অৱশ্যে বিৰোধী দলে অভিযোগ কৰা পৰিলক্ষিত হৈছে । অভিযোগ অনুসৰি , এই নতুন শ্ৰমনীতিৰ কাৰণে বে-চৰকাৰী ক্ষেত্ৰত কোনো স্থায়ী চাকৰি আৰু নেথাকিব ।

যিহেতু চৰকাৰী চাকৰিত অনা এই নিয়মৰ বাবে বে-চৰকাৰী চাকৰিত বেয়া প্ৰভাৱ পৰিব । ইফালে পশ্চিমবংগৰ লগতে বহু কেইখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ এই নিয়ম মানি লৈছে । কেন্দ্ৰৰ সূত্ৰ অনুসৰি ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা এই নিয়ম আৰম্ভ হ’ব ।
নতুন শ্ৰমনীতি বা লেবাৰ কোড অনুযায়ী , চৰকাৰী কৰ্মীয়ে যদি এই নিয়ম মানি নচলে , কৰ্মদক্ষতা দেখুৱাব নোৱাৰে , হাজিৰা যদি ঠিকে নেথাকে , যদি দূৰ্নীতি বা কোনো অপৰাধজনিত কামত জড়িত হয় , তেন্তে কোনো ক্ষতিপূৰণ নিদিয়াকৈয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব ।

অন্য এক নিয়ম অনুসৰি , যদি কৰ্মচাৰীজনৰ চাকৰিৰ দিন বাকী আছে ,তেন্তে বাকী থকা মজুৰি হিচাপ কৰি পৰিশোধ কৰা হ’ব । কিন্তু কোনো কৰ্মচাৰী যদি শাস্তিমূলকভাৱে পঠোৱা হয় , তেন্তে তেওঁক চৰকাৰে কোনো ক্ষতিপূৰণ পৰিশোধ নকৰে ।

ইফালে নতুন শ্ৰমনীতিত তিনি মাহৰ মজুৰি দিয়াৰ কথা উল্লেখ কৰিছে যদিও যিকোনো এজন কৰ্মচাৰীক যিকোনো সময়ত বৰ্খাস্ত কৰাৰ নিয়মো উল্লেখ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত এতিয়া চৰকাৰী চাকৰিৰ সুখ শেষ হ’ল বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে । বিশেষজ্ঞৰ দাবী যে , এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালৰ জীৱন বে-চৰকাৰী চাকৰিয়ালৰ দৰে একে অৰ্থাৎ অনিশ্চয়তাৰে পৰিপূৰ্ণ আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল বুলি মন্তব্য কৰিছে ।

উল্লেখ্য যে , ভাৰতীয় ৰেল বিভাগত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে এই নিয়ম প্ৰয়োগ কৰিছে । ফলত বিগত বৰ্ষত ১৩৯ জন ৰেল বিভাগৰ উচ্চ পদস্থ চাকৰিয়ালক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

তেনেক্ষেত্ৰত এই তালিকাত যিমান দূৰ্নীতিত জড়িত অধিকাৰী আছে বা প্ৰতিযোগিতাত মিলি চলিব পৰা নাই তথা বয়স্ক কৰ্মচাৰী আছে , সেই সকলো চৰকাৰী কৰ্মচাৰী সময় থাকোতেই সাৱধান হোৱা ভাল ।

অন্যথা কোনো সময়ত হয়তো আপোনাৰো চাকৰি যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashwini VaishnabCentral GovernmentGovt EmployeeNew RulesState GovernmentWEST BENGAL
publisher

publisher

Related Posts

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d