Seven illegal Bangladeshis arrested from Navi Mumbai:সোমবাৰে দেশত বলবৎ কা’

কা' বলবত পাছতে নৱী মুম্বাইৰ পৰা গ্ৰেপ্তাৰ সাত অবৈধ বাংলাদেশীক

mumbai

Seven illegal Bangladeshis arrested from Navi Mumbai:

সোমবাৰে দেশত কা’ আইন বলবত হোৱাৰ পাছতেই নৱী মুম্বাইত গ্ৰেপ্তাৰ হ’ল আঠজন বাংলাদেশীক ৷

কোনো নথিপত্ৰ নোহোৱাকৈ বাংলাদেশী কেইজনে মুম্বাইত অবৈধভাৱে বাস কৰি আছিল ৷ কিন্ত মুম্বাই আৰক্ষীৰ ক্ৰাইম বাঞ্চে গোপন খবৰৰ ভিত্তিত নৱী মুম্বাইৰ এন আৰু আই সাগৰী আৰক্ষী থানাৰ অন্তৰ্গত বেলাপুৰৰ শ্বাহবাজ অঞ্চলত অৰ্তকিতে অভিযান চলাই উল্লিখিত বাংলাদেশী নাগৰিক কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত বাংলাদেশী কেইজনৰ বয়স ২০ৰ পৰা ৪০ ৰ ভিতৰত ৷

Exit mobile version