Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhishnuram Medhi Low College:বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ

ৰাষ্ট্ৰ শক্তিশালীকৰণত নাৰীৰ ভূমিকা অপৰিসীম আৰু শিক্ষিত নাৰীয়ে এখন শক্তিশালী সমাজ গঠন কৰাৰ লগতে জনসংখ্যা প্ৰতিৰোধত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিব - ময়ুৰ বৰা

publisher by publisher
March 8, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bhishnuram Medhi Low College:বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

Himanta Viswa Sarma:জৰুৰীকালীন অৱস্থাৰ ক’লা অধ্যায়ৰ ৫০ বছৰ উপলক্ষ্যে অনুষ্ঠিত মক পাৰ্লিয়ামেণ্ট ‘ অনুষ্ঠানত মুখ্যমন্ত্ৰী

National Road Safety Week In Guwahati:ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী

Bhishnuram Medhi Low College:

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্র সংগঠনে দেশ জুৰি আৰম্ভ কৰা মাই ভাৰত বিকশিত ভাৰত মূল লক্ষ্য হিচাপে লৈ কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্রৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মহানগৰীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ প্ৰত্যক্ষ সহযোগত জিলা ভিক্তিক প্ৰতিবেশী যুৱ সংসদ কাৰ্যসূচী অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড. ভূপেন মল্ল বুজৰবৰুৱাই ।

ADVERTISEMENT

অনুষ্ঠানত বক্তা অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নিৱন্ধকাৰ, সমালোচক ময়ুৰ বৰা, বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যাপক যথাক্রমে ড. লোহিত সৰকাৰ, ড. সংগীতা ৰানী কলিতা, ড. ডেইজী চাংমাই উপস্থিত থাকে। বক্তা অতিথিৰ ভাষনত ময়ুৰ বৰাই কয় যে এখন সুস্থ সমাজ আৰু এখন শক্তিশালী ৰাষ্ট্ৰত নাৰীৰ ভূমিকা অপৰিসীম।

শিক্ষিত নাৰীয়ে এখন শক্তিশালী সমাজ গঠন কৰিব আৰু জনসংখ্যা প্ৰতিৰোধত অগ্রগনী ভূমিকা গ্রহণ কৰিব। গতিকে নাৰীক অধিক শক্তিশালী আৰু শিক্ষিত কৰি তুলিবলৈ সকলোৱে আগভাগ লোৱা উচিত ৷ বৰ্তমান সময়ত ডিজিটেল ইণ্ডিয়াৰ আহিলাৰ অত্যাধিক ব্যৱহাৰে যুৱক যুৱতীক বিপথে পৰিচালিত কৰা দেখা যায়। গতিকে ইয়াৰ সঠিক ব্যবহাৰৰ জৰিয়তে প্ৰকৃত লাভালাভ গ্রহণ কৰি ব্যক্তিগত উন্নয়নৰ লগতে সমাজ তথা দেশক সমৃদ্ধিশালী কৰি তুলিব পাৰিব ৷

এই ক্ষেত্ৰত নবপ্ৰজন্মক আগবাঢ়ি আহিবলৈ বক্তাগৰাকীয়ে আহ্বান জনায় ৷ ময়ুৰ বৰাৰ লগতে অন্য অতিথিসকলৰ বক্তব্যই উপস্থিত যুৱ প্ৰতিনিধিসকলক আপ্লুত কৰে ৷ যুৱ সংসদৰ অংশ হিচাপে যুৱ প্ৰতিনিধি সকলৰ জৰিয়তে সংসদৰ এক চিত্ৰ – অধ্যক্ষ, প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি , চৰকাৰী সাংসদ, বিৰোধী সাংসদ আদি আসনত উপবিষ্ট কৰোৱাই “ম’ক পালিয়ামেন্ট” ৰ ( Mock Parliament) দৃশ্য ৰূপায়ণৰে কাৰ্যসূচীক এক অনন্য মাত্রা প্ৰদান কৰে।

উপস্থিত যুৱ প্ৰতিনিধিসকলে ম’ক পাৰলিয়ামেন্টৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত হয় ৷ নেহৰু যুৱ কেন্দ্র কামৰূপ মহানগৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্যই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যাৰ জৰিয়তে কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ দিনযোৰা যুৱ সংসদ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ বাবে নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচীৰ পৰ্যবেক্ষক জীৱন চন্দ্ৰ দ’লে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhishnuram Medhi Low CollegeKAMRUPMock ParliamentNehru yuba kendra
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d