Body of A Beautiful Model Was Found in a Mysterious Condition in Her Flat in Guwahati:মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ ফ্লেটত অঘটন !

ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ সুন্দৰী মডেলৰ মৃতদেহ, যুৱকৰে লীভ-ইনত আছিল যুৱতী গৰাকী ,প্ৰেমিকক গ্ৰেপ্তাৰ

girl

Body of A Beautiful Model Was Found in a Mysterious Condition in Her Flat in Guwahati:

মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অমৰাৱতী পথৰ হাউছ নং ১৬ত থকা এটা এপাৰ্টমেণ্টৰ ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী এগৰাকী সুন্দৰী মডেলৰ মৃতদেহ। ফ্লেটত উদ্ধাৰ হৈছে এগৰাকী সুন্দৰী মডেলৰ মৃতদেহ।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰেমিকৰ সৈতে একেলগে লীভ-ইনত আছিল তৃষ্ণা কাকতি নামৰ মডেল গৰাকী। কোঠাৰ ভিতৰত চীপ লোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতী মডেল গৰাকীৰ মৃতদেহ।

আনহাতে ,ঘটনাস্থলীত উপস্থিত হোৱা যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগ , এইয়া এক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড। ঘটনা সন্দৰ্ভত ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ

আনহাতে ,মৃত যুৱতী গৰাকীৰ স’তে লীভ-ইনত থকা প্ৰেমিক বিষ্ণুদেৱ কোচক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

Exit mobile version