Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GMCH Student:খ্ৰীষ্টানবস্তিৰ বাৰত সুৰাপান কৰি বাৰত মাৰপিট কৰা তিনি দোষী চিকিৎসক- ছাত্ৰৰ বিৰুদ্ধে কঠোৰ জিএমচি কৰ্তৃপক্ষ

তিনি দোষী চিকিৎসক- ছাত্ৰক ছমাহৰ বাবে বহিষ্কাৰ, উদ্ভণ্ডালি কৰা ১৫ জনক তিনি মাহৰ বাবে হোষ্টেলৰ পৰা বহিষ্কাৰ

publisher by publisher
November 24, 2023
in Assam, India, News
Reading Time: 2 mins read
0
GMCH Student:খ্ৰীষ্টানবস্তিৰ বাৰত সুৰাপান কৰি বাৰত মাৰপিট কৰা তিনি দোষী চিকিৎসক- ছাত্ৰৰ বিৰুদ্ধে কঠোৰ জিএমচি কৰ্তৃপক্ষ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

গোৱাৰ পাছত এইবাৰ ভুৱনেশ্বৰ! বিধ্বংসী জুইত ছাই হ’ল ৰুফটফ পানশালা

GMCH Student:

মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ জিএচ ৰোডৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত বৃহস্পতিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক আৰু ছাত্ৰৰ দল এটাই চৰম উদ্ভণ্ডালিয়ে বাৰৰ মেনেজাৰ – কৰ্মচাৰীক মাৰপিট কৰে।

ADVERTISEMENT

সুৰামত্ত হৈ বাৰখনত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিৰে তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে বাৰত সুৰাপান কৰি উদ্ভণ্ডালি কৰা ছাত্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে জিএম চি এইছ কৰ্তৃপক্ষই ৷ সেই অনুসৰি কনিষ্ঠ চিকিৎসক গোলাঘাটৰ শুভ্ৰশীষ শইকীয়া আৰু তৃতীয় বৰ্ষৰ ছাত্ৰ হোজাইৰ ঋষিকেশ বিপাক্ষ আৰু মঙলদৈৰ শশাংক কাশ্যপক জিএমচিৰ পৰা ছমাহৰ বাবে বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে অধ্যক্ষ ডা: অচ্যুত বৈশ্যই ।

আনহাতে কলেজৰ নামত কালিমা সনা সকলৰ বিৰুদ্ধে শীৰ্ঘেই কঠোৰ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ৷ বহিস্কৃত হোৱা তিনি ছাত্ৰ সহ উদ্ভণ্ডালি কৰা আন ১৫জনক তিনি মাহৰ বাবে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হয়।

উল্লেখ্য যে,বৃহস্পতিবাৰে নিশা১১-৩০ মান বজাত খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰস্থিত কেইনকো লাউঞ্জ এণ্ড বাৰত জিএমচিএইছৰ কেইজনমান এমবিবিএছ অধ্যয়নৰত ছাত্ৰই বাৰৰ কত্তব্যৰত কৰ্মচাৰীক উপযুপৰি প্ৰহাৰ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । বাৰ খনত উদ্ভণ্ডালিৰে তাণ্ডৱলীলা চলোৱা আটাইকেইগৰাকী শিক্ষাৰ্থী জিএমচিৰ ৪নং হোষ্টেলৰ আৱাসী আছিল ৷

আনহাতে জিএমচিৰ ৪নং হোষ্টেলৰ আৱাসী শিক্ষাৰ্থী কেইজনৰ প্ৰহাৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত বাৰ খনৰ মেনেজাৰজনক ইতিমধ্যে ভৰ্তি কৰা হয় এপ’ল’ হাস্পতালত ৷ বাৰৰ আন কৰ্মচাৰী সকলেও প্ৰতি আক্ৰমণ কৰাত আঘাতপ্ৰাপ্ত হয় মেডিকেলৰ শিক্ষাৰ্থী শুভ্ৰাংশু শইকীয়া আৰু হৃষীকেশ বিপাক্ষ ৷ ইপিনে বাৰ খনত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্ভেদ লাভ কৰি দিছপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, জিএমচিৰ নিৰ্ধাৰিত নিয়ম মতে হোষ্টেলত থকা শিক্ষাৰ্থীসকলে হোষ্টেলত প্ৰৱেশ কৰাৰ সময় নিশা ৯-৩০ বজা ৷ কিন্ত উল্লিখিত শিক্ষাৰ্থী কেই গৰাকীয়ে নিৰ্ধাৰণ নিয়ম ভংগ কৰি অতিৰিক্ত সময়ত বাহিৰত আছিল ৷

এনে ক্ষেত্ৰত এইটো স্পষ্ট হয় যে তেওঁলোক আটায়ে হোষ্টেলৰ নীতি–নিয়মো ভংগ কৰিছে। গতিকে ইয়াৰ বাবেই তেওঁলোকক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তিনিমাহৰ বাবে হোষ্টেলৰ পৰা বহিস্কৃত কৰা হৈছে বুলি প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 15 Students Expelled From Hostel For Three MonthsBarGMCHGmch Principal Dr.A .Baishya AnnouncedGMCH Students RiotsThree Students Expelled For Three Months
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d