List of remuneration fixed by artists during Rangali Bihu:এইবাৰ বিহুত গীত পৰিৱেশৰ বাবে শিল্পীসকলে ধাৰ্য কৰা মাননিৰ তালিকা

papon jubin

List of remuneration fixed by artists during Rangali Bihu:

নঙলামুখত বাপোতিসাহোন ৰঙালী বিহু ৷ মঞ্চ বিহু লৈ সাজু ৰাজ্যৰ ৰঙালী বিহু উদযাপন সমিতি সমূহ ৷ একেদৰে মঞ্চত গীত পৰিৱেশনৰ বাবে সাজু হৈছে জনপ্ৰিয় কন্ঠ শিল্পী সকল ৷

এইবাৰ বিহুত গীত পৰিৱেশৰ বাবে শিল্পীসকলে ধাৰ্য কৰা মাননিৰ তালিকা :

এইবাৰ মঞ্চত গীত পৰিৱেশনৰ বাবে এইবাৰ আটাইতকৈ বেছি মাননি ধাৰ্য কৰিছে অংগৰাগ পাপন মহন্তই ৷ তেওঁৰ মাননি হ’ল – ১০-১২ লাখ ৷ আনহাতে দ্বিতীয় সৰ্বাধিক মাননি ধাৰ্য কৰিছে জুবিন গাৰ্গে । তেওঁৰ মাননি হ’ল ১০-১২ লাখ ৷
তাৰ পিছত একাদিক্ৰমে আচুৰ্য্য বৰপাত্ৰ- ৭-৮ লাখ

নীল আকাশ-৬-৭ লাখ

শংকুৰাজ- ৫-৬ লাখ

দীক্ষু- ৩.৫-৪ লাখ

মন্টুমণি-৩-৩.৫ লাখ

কুসুম কৈলাশ-৩.৪-৪ লাখ

ৰাকেশ ৰিয়ান- ৩.৪-৪ লাখ

ভৃগু কাশ্যপ- ৩-৪ লাখ

কৃষ্ণমনি চুতীয়া ৩-৩.৫০ লাখ

মৌচম গগৈ-২.৩-৩ লাখ

জুবলি- ৪-৫ লাখ

সুবাসনা দত্ত- ৩.৫-৫ লাখ

প্রিয়ংকা ভৰালী- ৩.৫-৫ লাখ

বর্ণালী কলিতা- ৩.৫-৪ লাখ

দীপলিনা- ৩-৪ লাখ

ৰূপম ভূঞা ২-২.৫০ লাখ

ৰিছা ভৰদ্বাজ ২.৫০-৩.৫০ লাখ

নির্মালী দাস- ২-৩.৫ লাখ

ময়ূৰী দত্ত- ৩-৩.৫ লাখ

বিপিন চাওদাং ২-৩ লাখ

Exit mobile version