Young Boy From Panbazar To ISIS:
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই এই খন গুৱাহাটীতে খোপনি পুতিছে বিশ্বত্ৰাস দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আই এচ আই এচ ৷
ADVERTISEMENT
খোদ মহানগৰী মাজমজিয়াৰ পাণবজাৰৰ পৰা আই এছ আই এছলৈ গ’ল এজন যুৱক ৷ ইতিমধ্যে তৌছিফ আলী ফাৰুকী নামৰ যুৱকজনে ই-মেইল যোগে সদৰী কৰিলে আইছিছৰ প্ৰতি সমৰ্থনৰ কথা ৷
আনহাতে ,যুৱকেজনে নিজকে গুৱাহাটীস্থ ভাৰতীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ(আইআইটি) ছাত্ৰ বুলি পৰিচয় দিয়ে ৷ তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত। পিতৃৰ নাম আজমত আলী ফাৰুকি।
উল্লেখযোগ্য, দুদিন পূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল আই এচ আই এচ ইণ্ডিয়াৰ দুজন শীৰ্ষ নেতাক ৷