Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Four MLAs Openly Support Himanta Biswa Sarma:হিমন্ত বিশ্ব চৰকাৰলৈ মুকলি সমৰ্থন ৪ বিধায়কৰ

বিজেপি বিধায়িনী দলৰ কক্ষত উপস্থিত চাৰি কংগ্ৰেছী বিধায়কৰ, বিধায়ক শশীকান্ত, বসন্ত দাসৰ সমৰ্থন ,বিজেপি চৰকাৰলৈ মুকলি সমৰ্থন কংগ্ৰেছ বিধায়ক ছিদ্দেক আহমেদৰ, মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা ল’লে বসন্ত দাসে

publisher by publisher
February 14, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Four MLAs Openly Support Himanta Biswa Sarma:হিমন্ত বিশ্ব চৰকাৰলৈ মুকলি সমৰ্থন ৪ বিধায়কৰ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Four MLAs Openly Support Himanta Biswa Sarma:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰাৰ পিছতে কংগ্ৰেছত অঘটন ৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে অসমৰ ৰাজনীতিক দেখা গ’ল এক কংগ্ৰেছৰ চাৰিজনকৈ বিধায়কে চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়াই ।

ADVERTISEMENT

আজি বিধানসভাৰ বিজেপি বিধায়িনী দলৰ কক্ষত হঠাতে উপস্থিত হয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বসন্ত দাস ৷ পুৱাই দুয়োগৰাকী বিধায়কে মুকলিকৈ চৰকাৰৰ কামকাজৰ প্ৰতি মুকলি সমৰ্থন থকাৰ ঘোষণা কৰে ৷

বিজেপি বিধায়িনী কক্ষত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোচা পিন্ধাই সেৱা লয় বসন্ত দাসে ৷ একেদৰে মুখ্যমন্ত্ৰীৰ স’তে হাত মতবিনিময় কৰে কমলাক্ষ দে পুৰকায়স্থ,দুই কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দেক আহমেদ আৰু শশীকান্ত দাসে ৷

আনহাতে দুই কংগ্ৰেছী বিধায়কৰ চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কংগ্ৰেছৰ ২ বিধায়কে প্ৰধানমন্ত্ৰীৰ প্ৰতি সমৰ্থন জনাইছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কামক সমৰ্থন জনাব। ইয়াৰ পূৰ্বে বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে সমৰ্থন জনাইছিল বিজেপি চৰকাৰক। এতিয়া মুঠ ৪গৰাকী কংগ্ৰেছ বিধায়কে বিনাচৰ্তে চৰকাৰখনক সমৰ্থন জনাব।

দুইজনকৈ কংগ্ৰেছৰ বিধায়কৰ মুকলি সমৰ্থনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক এতিয়া অধিক শক্তিশালী কৰিব। অৱশ্যে কংগ্ৰেছৰ নতুন নিয়ম অনুসৰি বিধায়কে মন্ত্ৰীৰ অনুষ্ঠানত যাব নোৱাৰে। তৎস্বত্বেও কিন্ত এতিয়াও সাতজন কংগ্ৰেছ বিধায়কৰ স’তে আমাৰ যোগাযোগ অব্যাহত আছে ৷ শীৰ্ঘেই তেওঁলোকক দেখা বিজেপি বিধায়িনী দলত ৷ মই এতিয়াৰ পৰা চৰকাৰী কৰ্মসূচী লৈ কংগ্ৰেছৰ বিধায়কৰ সমষ্টিলৈ গ’লে তেখেত সকলৰ ঘৰত যাম৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আচলতে আছিল ভাৰত তড়ো যাত্ৰা । ৰাহুলৰ স’তে কোনো কংগ্ৰেছ বিধায়ক নাই ৷ চমুকৈ ক’বলৈ গ’লে তেওঁলোকৰ দেহা কংগ্ৰেছত কিন্ত মনটো বিজেপিত । ৰাজিৱ ভৱনৰ প্ৰতিটো ডাৱৰ বাতৰি আমাৰ নখ দৰ্পণত ৷ তাত আমাৰ মানুহ মজুত আছে ৷

আনহাতে ২০২৬ ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০ আসন পাব ৷ একেদৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পিছত দেবব্ৰত শইকীয়া বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

সাংবাদিকে লোকসভা নিৰ্বাচন সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,লোকসভা নিৰ্বাচনত ১১+ হ’ব ,১২ টো এতিয়াও নিশ্চিত নহয়। ১৩ আৰু ১৪ আমি নাপাওঁ ৷কিন্ত টিকট ঘোষণাৰ পাছতে কম ৷

আনহাতে শাসক দলক সমৰ্থন দিয়াৰ সন্দৰ্ভত কমলেক্ষ দে পুৰুকায়স্থই কয়,মই দাদা ব্ৰিগেডৰ সদস্য আছিলোঁ, তেওঁৰ পৰামৰ্শ মতে কাম কৰি আছিলোঁ ৷

ইপিনে ইজনৰ পাছত সিজনকৈ কংগ্ৰেছৰ বিধায়ক বিজেপি মুখী হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে কয়,’কংগ্ৰেছ দলে অসমত বিজেপিক সাৰ-পানী যোগাই আছে’।

ৰাজ্যত এতিয়া বিৰোধীৰ ভূমিকা লৈ আছে এআইইউডিএফে ৷ আমি পূৰ্বতেও কৈছিলো কংগ্ৰেছৰ সৰহ সংখ্যক বিধায়ক মুখ্যমন্ত্ৰীৰ স’তে প্ৰত্যেক্ষ যোগাযোগত আছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Basanta DasBJP GovtFour Congress MLAs Openly SupportHimanta Biswa SarmaKamalakhyadey Purkayastha
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d