Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

NRI Sidhartha Chowdhury:১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত আয়োজিত ‘আইআইটি ২০২৪’ ৰ বৈশিক সন্মিলনৰ অধ্যক্ষৰ বাবে নিৰ্বাচিত প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ চৌধুৰী

অলপতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় বঁটা

publisher by publisher
December 24, 2023
in Assam, India, News
Reading Time: 1 min read
0
NRI Sidhartha Chowdhury:১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত আয়োজিত ‘আইআইটি ২০২৪’ ৰ বৈশিক সন্মিলনৰ অধ্যক্ষৰ বাবে নিৰ্বাচিত প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ চৌধুৰী
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

NRI Sidhartha Chowdhury:

সমাগত নতুন বৰ্ষৰ ১২ ৰ পৰা ১৪ জানুৱাৰীলৈ ৱাশ্বিংটন ডিচিত অনুস্থিত হ’ব আইআইটি ২০২৪ ৰ বৈশিক সন্মিলন। পেনেল আইটি এলুমিনি এছাচিনছ”এ আয়োজন কৰা বিশ্বস্তৰীয় মান্যতাপ্ৰাপ্ত আইআইটিৰ বৈদেশিক সন্মিলনখনৰ এইবাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে আমেৰিকাত প্ৰতিষ্ঠিত প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ চৌধুৰীয়ে।

ADVERTISEMENT

দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বাশ্বিংটনৰ নিবাসী প্ৰবাসী অসমীয়া সিদ্ধাৰ্থ (সিদ) চৌধুৰীয়ে। তেওঁ লগতে কয় যে আইআইটি ২০২৪ ৰ কেন্দ্ৰীয় বিষয় হ’ল “এখন ভাল পৃথিৱীৰ উদ্ভাৱন “। সন্মিলনখনে আমেৰিকা আৰু ভাৰতৰ লগতে সমগ্র বিশ্বত সহযোগিতা তথা জ্ঞানৰ আদান প্রদানৰ উপৰি উদ্যমিতাক আগবঢ়াই সকলোৰে বাবে এক সুন্দৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত চৰ্চাৰ এক মঞ্চ প্ৰদান কৰিব।

মই ২০০৯ – ২০১৪ লৈ “পেন আইআইটি ইউ এছ এ” (PAN IIT USA) এলুমিনী এছ’চিয়েছন বোর্ড ৰ সদস্য আৰু ২০১১-২০২৩ লৈ “পেন আইআইটি ইউ এছ এ “ৰ অধক্ষ্যৰূপে সেৱা আগবঢ়াই আহিছোঁ । সন্মিলনত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব।” অনাগত সময়ৰ অসমৰ জৈৱ্য বৈচিত্ৰ আৰু শিক্ষার্থীসকলৰ বাবে তেওঁ কাম কৰি যাব বুলি সংবাদমেলত মন্তব্য কৰে।

প্ৰয়াত গুণাভিৰাম চৌধুৰী আৰু মাতৃ বিভা চৌধুৰীৰ পুত্ৰ সিদ্ধাৰ্থ চৌধুৰী (সিদ) ৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ ডন বস্কো হাইস্কুল আৰু কটন কলেজৰ পৰা শিক্ষা গ্ৰহণ কৰি ১৯৯২ চনত আই আই টি (IIT) খড়গপুৰৰ পৰা এৰ’স্পেছ ইঞ্জীনিয়াৰিংত বিটেক (BTech)স্নাতক সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত ১৯৯৪ চনত আমেৰিকাৰ ৱাশ্বিংটন ডিচিত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।

আত্মবিশ্বাস আৰু কঠোৰ সাধনাৰ ফলত সিদ্ধাৰ্থ চৌধুৰীয়ে ২০০৮ চনত ক্ৰীডেঞ্চ মেনেজমেণ্ট শ্বলুশ্বন নামৰ এটি কোম্পানী স্থাপন কৰে। ক্ৰীডেঞ্চ গ্ৰুপ অৱ কোম্পানী একমাত্ৰ অসমীয়াৰ দ্বাৰা প্ৰতিষ্ঠিত আটাইতকৈ ডাঙৰ বৈদেশিক কোম্পানী, য’ত বৰ্তমান হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাৰ্যনিবাহ কৰি আছে।

উল্লেখ্য যে, ক্ৰীডেঞ্চ প্ৰতিষ্ঠান হৈছে ইঞ্জিনীয়াৰিং, স্বাস্থ্য সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশ ফাৰ্ম, আমেৰিকা চৰকাৰক সেৱা প্ৰদান কৰা আটাইতকৈ ডাঙৰ ব্যক্তিগত প্ৰতিষ্ঠান। ক্ৰীডেঞ্চে আমেৰিকাৰ সুৰক্ষা প্ৰণালী আৰু সৈন্যৰ যুদ্ধ বিমানৰ সৈতে জড়িত।

প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় সুৰক্ষা আইটি (IT) প্ৰণালীবোৰক ছাইবাৰ আক্ৰমণৰ পৰা DevSecOps, ক্লাউডীয় প্ৰযুক্তি , ভাৰ্চুৱেল ৰিয়েলীটি আৰু AI/ML (এই/এম.এল) ৰ প্ৰয়োগ কৰি সুৰক্ষা প্ৰদান কৰাৰ লগতে বিশ্বব্যাপী মানবীয় সহায়তা প্ৰদান কৰাৰ উপৰি মহামাৰী, সংক্ৰামক ৰোগ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বৈদেশিক সহায়তাও প্ৰদান কৰি আহিছে।

উল্লেখ্য যে এইগৰাকী প্ৰবাসী অসমীয়াই তেওঁৰ কৰ্মৰাজিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে আইআইটিৰ প্ৰাক্তন ছাত্ৰৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। উল্লেখ্য যে, সিদ্ধাৰ্থ চৌধুৰীয়েই হৈছে এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সন্তান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DispurNRI Sidhartha ChowdhuryPAN IIT USApreesmeet address
publisher

publisher

Related Posts

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d