Mackenzie, The World’s Fourth Richest Woman, Has Donated Rs 53 Billion:৫৩ বিলিয়ন টকা দান দিলে বিশ্বৰ চতুর্থ ধনাঢ্য মহিলা মেকেঞ্জীয়ে

mek

Mackenzie, The World’s Fourth Richest Woman, Has Donated Rs 53 Billion:

বিশ্বত এনে একাংশ ধনাঢ্য ব্যক্তি আছে যিসকলে প্ৰচুৰ ধন উপাৰ্জন কৰাৰ লগতে সেই ধন নানা সামাজিক কাম-কাজত দান কৰি আহিছে। এনে এগৰাকী দানী অর্বুদপতি হিচাপে পৰিচিত হ’ল মেকেন্দ্রী স্কট।

এমেজনৰ সহ প্রতিষ্ঠাপক মেকেন্দ্রীয়ে ৬৪০ নিযুক্ত মার্কিন ডলাৰ অর্থাৎ ৫৩ বিলিয়ন টকাৰো অধিক ধন দান কৰিলে। মেকেঞ্জীয়ে এই ধনৰাশি ৩৬১ টা স্বেচ্ছাসেৱী সংগঠনৰ মাজত বিলাই দিলে। পূর্বেও এইগৰাকী ধনাঢ্য মহিলাই বৃহৎ পৰিমাণৰ ধন দান দিছিল।

২০১৯ত এমেজনৰ প্রতিষ্ঠাপক তোফ বেজ’ছৰ স’তে বিবাহ বিচ্ছেদৰ পাছত মেকেন্দ্রীয়ে ক্ষতিপূৰণ হিচাপে ১৬৫ বিলিয়ন ডলাৰ লাভ কৰিছিল। ফ’বছৰ তথ্য অনুসৰি মেকেঞ্জীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৭.৫ বিলিয়ন ডলাৰ। সাম্প্ৰতিক বিশ্বৰ তেওঁ চতুর্থ সবাতোকৈ ধনাঢ্য মহিলা হিচাপে পৰিচিত।

মেকেজীয়ে তেওঁৰ জীৱনকালত মুঠ সম্পত্তিৰ অর্ধেকাংশ দান দিয়াৰ বাবে সংকল্প লৈছে। এই প্রক্রিয়া অব্যাহত ৰাখি এইবাৰ তেওঁ ৫৩ বিলিয়ন টকা দান হিচাপে ৩৬১ টা এনজিঅ’ক বিলাই দিলে।

Exit mobile version