Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

FIFA World Cup 2022 : বিশ্বকাপতেই ক’ভিডৰ ক্ষতিপূৰণৰ লক্ষ্য

বিশ্বাসঘাটক আখ্যা দি ফুটবলৰ অভিভাৱক সংস্থাৰ বিৰুদ্ধে ক্ৰীড়া আদালতৰ দ্বাৰস্থ জাৰ্মানী

publisher by publisher
November 25, 2022
in International, News, Sports
Reading Time: 1 min read
0
FIFA World Cup 2022 : বিশ্বকাপতেই ক’ভিডৰ ক্ষতিপূৰণৰ লক্ষ্য
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

কাটাৰে পুনৰ মুকলি আকাশমাৰ্গ, স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ইণ্ডোগ’ সেৱা!

‘যুদ্ধ বিৰতি সন্দৰ্ভত কাটাৰত আলোচনা আৰম্ভ ’, জনালে হামাছে!

FIFA World Cup 2022 :

মানৱাধিকাৰৰ পৰিৱৰ্তে আৰ্থিক মুনাফাক অগ্ৰাধিকাৰ দি সমস্যত পৰিছে বিশ্ব ফুটবলৰ অভিভাৱক সংস্থা ফিফা । প্ৰতাৰক-বিশ্বাসঘাতক আখ্যা দি ফিফাৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতৰ দ্বাৰস্থ হ’ল জাৰ্মান ফুটবল ফেডাৰেছন । ইয়াৰ সমান্তৰালভাৱে বুধবাৰে নিশা জাপানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে খেলপথাৰত ফিফাৰ পদক্ষেপৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে জাৰ্মানীৰ খেলুৱৈসকলে । আনকি জাৰ্মানীৰ এগৰাকী মন্ত্ৰীও গেলাৰীত বহি খেল উপভোগ কৰাৰ সময়ত এই প্ৰতিবাদৰ সংগী হ’ল । আৰ্থিক মুনাফাৰ স্বাৰ্থতে ফিফাই কাটাৰ প্ৰশাসনৰ মানৱাধিকাৰ খৰ্ব কৰা আইনৰ সন্মুখত নতশিৰ কৰাৰ অভিযোগ কৰাৰ লগতে ইয়াৰ প্ৰতিবাদৰ পৰা বিৰত থাকিবলৈ ইউৰোপৰ সাতখন দেশক বাধ্য কৰোৱাৰ অভিযোগ উঠিছে ।

ADVERTISEMENT

উল্লেখ্য যে ৰক্ষণশীল দেশ কাটাৰত সমকামিতা নিষিদ্ধ । সমকামী, ৰূপান্তৰকামী আদিৰ প্ৰৱেশো দেশখনত নিষিদ্ধ । বিশ্বকাপতো ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ লোকক নিষিদ্ধ কৰা হয় । ইয়াৰ প্ৰতিবাদতে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ সমৰ্থনত অধিনায়কৰ ‘আৰ্ম বেণ্ড’ত ‘ৱান লাভ’ চিহ্ন অংকন কৰি খেলপথাৰত নমোৱাৰ সিদ্ধান্ত লৈছিল ইউৰোপৰ সাত দেশ জাৰ্মানী, ইংলণ্ড, নেদাৰলেণ্ড, ৱেলছ, বেলজিয়াম, ছুইজাৰলেণ্ড আৰু ডেনমাৰ্কে । যদিও ফিফাৰ তৰফৰ পৰা এই সিদ্ধান্তত বাধা আৰোপ কৰা হয় । আনকি ইউৰোপ ফুটবলৰ অভিভাৱক সংস্থা উৱেফাক চাপ দি সাত দলৰ অধিনায়কক শাস্তি প্ৰদানৰ ভাবুকিও দিয়া হয় ।

খেলুৱৈসকল যাতে শাস্তিৰ সন্মুখীন নহয়, তাৰ বাবে সাময়িকভাৱে তেনে প্ৰতিবাদ স্থগিত ৰখা হয় যদিও এই ক্ষেত্ৰত আগভাগ লোৱা জাৰ্মান ফুটবল ফেডােৰছনে ফিফাৰ বিৰুদ্ধে ক্ৰীড়া আদালতলৈ যোৱাৰ সিদ্ধান্ত লয় । কালিয়ে জাৰ্মানীয়ে ফিফাক প্ৰতাৰক, বিশ্বাসঘাতক আখ্যা দি আন্তৰ্জাতিক ক্ৰীড়া আদালতত আবেদন জনায় । সেইদৰে জাৰ্মান খেলুৱৈসকলে খেলৰ আগমুহূৰ্তত হাতেৰে মুখ বন্ধ কৰি অভিনৱ প্ৰতিবাদ জনায় । তদুপৰি জাৰ্মানীৰ আভ্যন্তৰীণ বিভাগৰ মন্ত্ৰী নেন্সী ফাচৰেৰ হাততো ‘ৱান লাভ’ আৰ্মবেণ্ড দেখা যায় ।

লক্ষ্যণীয়ভাৱে মন্ত্ৰীগৰাকীয়ে ভিআইপি ব’ত ফিফাৰ সভাপতি জিঅ’ভান্নি ইনফেণ্টিন’ৰ কাষত বহিয়ে খেলখন উপভোগ কৰে । কালি ড’হাত উপস্থিত হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত ফাচেৰে কয়, ‘যিদৰে ফুটবল সংস্থাসমূহক চাপত পেলোৱা হৈছে, সেয়া একেবাৰেই উচিত হোৱা নাই । অত্যাচাৰ তথা বৈষম্যৰ বিৰুদ্ধে ফিফাই আমাৰ কাষত থিয় দিয়া নাই, সেই কথা ভাবিব‌ই নোৱাৰি । আধুনিক সময়ত এই কাৰ্য একেবাৰেই ঠিক নহয় ।’

ইয়াৰ পূৰ্বে জাৰ্মান ফুটবল ফেডােৰছনে এক বিবৃতিত কয় যে দেশৰ ফুটবল ফেডােৰছনে যি মূল্যবোধত বিশ্বাস কৰে, তাৰ প্ৰতীকৰূপেই আৰ্মবেণ্ড পৰিধানৰ সিদ্ধান্ত লোৱা হৈছিল । নিজৰ কথা কোৱাৰ অধিকাৰ বিচৰা হৈছিল । কোনো ৰাজনৈতিক বাৰ্তা দিবলৈ বিচৰা হোৱা নাছিল । ফিফাৰ সিদ্ধান্তত ক্ষোভ প্ৰকাশ কৰি জাৰ্মান ফেডাৰেছনৰ এজন কৰ্মকৰ্তাই কয়, ‘আমাক এক চৰম পৰিস্থিতিত পেলোৱা হৈছিল । এক প্ৰকাৰৰ ব্লেকমেইল কৰা হৈছে । তেওঁলোকেই আমাক এই পথলৈ যাবলৈ বাধ্য কৰিছে ।’

ষ্টিফেন ছিম’ন নামৰ কৰ্মকৰ্তাজনে লগতে কয়, ‘প্ৰতিযোগিতাৰ সঞ্চালকে ইংলণ্ড শিবিৰলৈ গৈ একপ্ৰকাৰৰ সতৰ্কবাণী শুনাই আহিছে । শৃংখলা ভংগৰ নানা অভিযোগ তোলা হ’ব বুলি ভাবুকি দিছে । তেওঁৰ বক্তব্য গ্ৰহণযোগ্য বুলি আমি ভবা নাই ।’ প্ৰাথমিকভাৱে ‘ৱান লাভ’ আৰ্মবেণ্ড পৰিধান নকৰাৰ সিদ্ধান্ত ল’লেও সেয়া চূড়ান্ত নহয় বুলি সদৰী কৰি লগতে ফিফাক কটাক্ষ কৰি ছিম’নে কয়, ‘বিষয়টো আমাৰ বাবে দুখজনক । আমি মানুহবোৰ একেই আছো । আমাৰ মূল্যবোধত কোনো পৰিৱৰ্তন ঘটা নাই । আমি সেই ধৰণৰ প্ৰতাৰক নহয়, যিসকলে প্ৰথমে নিজৰ মূল্যবোধৰ দাবী কৰিলেও পাছত স্থিতি সলনি কৰে । আমি বিশ্বাসঘাতক হয় ।’

উল্লেখ্য যে যোৱা নিশা জাপানৰ বিপক্ষে জাৰ্মানীৰ অধিনায়ক মেনুৱেল নূ্যয়েৰে ‘ৱান লাভ’ আৰ্মবেণ্ড পৰিধান নকৰাকৈ খেলপথাৰত অৱতীৰ্ণ হয় । অৱশ্যে জাৰ্মান ফুটবল ফেডাৰেছনে নিশ্চিত কৰিব বিচাৰিছে যাতে দেওবাৰে ন্যূয়েৰে স্পেইনৰ বিপক্ষে ‘ৱান লাভ’ আৰ্মবেণ্ড পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে । সেয়ে কালিয়ে জাৰ্মান ফুটবল ফেডাৰেছনে লুজানেস্থিত আন্তৰ্জাতিক ক্ৰীড়া আদালতত ফিফাৰ নিৰ্দেশৰ স্থগিতাদেশৰ আবেদন জনায় । লগতে জৰুৰী ভিত্তিত ৪৮ ঘণ্টাৰ ভিতৰতে শুনানিৰো আবেদন জনাইছে ।

কাটাৰৰ বৈষম্যমূলক আইন-প্ৰচুৰ বিতৰ্ক সত্ত্বেও বিশ্বকাপত বিনিয়োগকাৰীৰ ভিৰ

ইপিনে, বিশ্বকাপৰ আগৰে পৰাই নানা বিতৰ্কক জৰ্জৰিত কাটাৰ সমালোচনাৰ মুখত পৰিলেও ফুটবল মহাৰণৰ আয়োজকক এৰি যোৱা নাই বিনিয়োগকাৰীয়ে । বৰঞ্চ পূৰ্বৰ তুলনাত কাটাৰ বিশ্বকাপত বিনিয়োগকাৰী কোম্পানীৰ সংখ্যা বৃদ্ধিহে পাইছে । এইবাৰ মুঠ ৭৬টা কোম্পানীয়ে বিনিয়োগ কৰিছে । নানা ধৰণৰ বিতৰ্ক সত্ত্বেও বিনিয়োগকাৰীৰ ভিৰে স্বাভাৱিকতে বহুতকে আচৰিত কৰি তুলিছে । ইয়াৰ প্ৰধান কাৰণ হিচাপে উঠি আহিছে বিপুল লাভৰ অংকটো । এইবাৰৰ বিশ্বকাপৰ পৰি বিপুল পৰিমাণৰ উপাৰ্জনৰ আশা কৰিছে বিনিয়োগকাৰী কোম্পানীসমূহে । সেই বাবেই সমকামী সম্পৰ্কক সমৰ্থন কৰা দৰ্শকক ষ্টেডিয়ামত প্ৰৱেশত বাধা, বীয়েৰ নিষিদ্ধ কৰা, দৰ্শকক ষ্টেডিয়ামত গান গোৱাতো বাধা দিয়া আদি বিভিন্ন বিতৰ্ক সত্ত্বেও এই কোম্পানীসমূহে বিশ্বকাপৰ পৰা আঁতৰি যোৱা নাই ।

এইবাৰৰ বিশ্বকাপত পোনপটীয়া স্পনছ’ৰ হিচাপে আছে সাতটা কোম্পানী । সেইদৰে অংশগ্ৰহণকাৰী ৩২টা দলক স্পনছ’ৰ কৰিছে আন ৬৯টা কোম্পানীয়ে । এক সংবাদ সংস্থাই জনোৱা মতে, এই কোম্পানীসমূহৰ অধিকাংশই এনে দেশৰ য’ত মনৱাধিকাৰ, সমকামী সম্পৰ্ক আদি অন্যতম গুৰুত্বপূৰ্ণ আলোচ্য বিষয় । কোম্পানীসমূহ নিজৰ দেশত মানৱাধিকাৰক কেন্দ্ৰ কৰি সক্ৰিয় হ’লেও কাটাৰত নীৰৱ হৈ আছে । মুঠ ৭৬টা কোম্পানীৰ ভিতৰত ২০টাই জনাইছে যে তেওঁলোক মানৱাধিকাৰ ৰক্ষাত বদ্ধপৰিকৰ । সেয়ে বিশ্বকাপ চলি থকা সময়ত তেওঁলোকে নিজৰ প্ৰচাৰৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে । অৱশ্যে কেনে পৰিৱৰ্তন আনিব সেয়া তেওঁলোকে সদৰী কৰা নাই । আকৌ ১৩টা কোম্পানীয়ে জনাইছে যে তেওঁলোকে ইতিমধ্যে নিজৰ প্ৰচাৰৰ পদ্ধতি সলনি কৰিছে । অৱশ্যে বাকী কোম্পানীকেইটাই সম্পূৰ্ণ নীৰৱতা অৱলম্বন কিৰছে ।

বিনিয়োগকাৰী আঁতৰি নোযোৱাৰ প্ৰধান কাৰণটো হৈছে চলিত বিশ্বকাপৰ দৰ্শকৰ সংখ্যা । প্ৰায় পাঁচশ কোটি দৰ্শকে এইবাৰ বিশ্বকাপ চাব, যি সংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশ । এই বিপুল সংখ্যক দৰ্শকে পোনপটীয়াকৈ ৭৬টা কোম্পানীৰ বিজ্ঞাপন প্ৰত্যক্ষ কৰিব । ফলত তেওঁলোকৰ প্ৰচাৰো বেছি হ’ব । এই প্ৰচাৰৰ লোভেই কোম্পানীসমূহে সম্বৰণ কৰিব পৰা নাই ।

ইউৰোপৰ এক মিডিয়া বিশ্লেষক ছাৰা ছিম’নে এই প্ৰসংগত কয়, ‘এইবাৰৰ বিশ্বকাপত সবাতোকৈ বেছি বিশ্লেষণ হ’ব । পাঁচ বা ১০ বছৰৰ পূৰ্বে মানৱাধিকাৰক লৈ যি আন্দোলন হৈছিল, এতিয়া তাতকৈ বেছি হয়; কিন্তু সবাতোকৈ ওপৰত আছে আৰ্থিক মুনাফা । চাৰি বছৰৰ অন্তৰালত এই সুযোগ পায় কোম্পোনীবোৰে । তেওঁলোকে কিয় এই সুযোগ হেৰুৱাব । তদুপৰি ক’ভিডৰ সময়ত আৰ্থিক ক্ষতি প্ৰায় সকলো কোম্পানীৰে হৈছে । সেই ক্ষতি পূৰণৰো সুযোগ আছে তেওঁলোকৰ । তাকেই কামত লগাইছে তেওঁলোকে ।’

উল্লেখ্য যে ফিফায়ো আৰ্থিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে কাটাৰ প্ৰশাসনৰ সকলো দাবী বিনা বাক্যব্যয়ে মানি লৈছে । চাৰি বছৰৰ পূৰ্বে ৰাছিয়া বিশ্বকাপত ফিফাৰ প্ৰায় ৪৪ হেজাৰ কোটি টকা আয় হৈছিল । এইবাৰ সেই আয় কে’বা গুণে বাঢ়িব পাৰে । সেয়ে যাৱতীয় বিতৰ্ক ফিফাই ঢাকি ৰাখিব বিচাৰিছে । কাটাৰৰ সকলো নিৰ্দেশ মানি ৱৈ ফিফাই যিদৰে ইউৰোপৰ সাতখন দেশক প্ৰতিবাদ সাব্যস্ত নকৰিবলৈ চাপ দিছে, সেইদৰে ফিফাৰ সভাপতি ইনফেণ্টিন’ৱে বীয়েৰ নিষিদ্ধ কৰাৰ সন্দৰ্ভত কয়, ‘তিনি ঘণ্টা বীয়েৰ পান নকৰিলে কাৰো মৃত্যু নহয় ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FIFAQatarWorld Cup
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d