Drugs With Paddlar Arrested:খানাপাৰাত এছটিএফৰ অভিযানত ড্ৰাগছসহ আটক মহিলা

drugs 3

Drugs With Paddlar Arrested:

মহানগৰীত এছটিএফে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰস্থিতি লোৱাৰ মাজতে আজি পুৱাই এছ টি এফে খানাপাৰাৰ পৰা ড্রাগছসহ গ্রেপ্তাৰ কৰে এগৰাকী মহিলাক।

ধৃত মহিলাগৰাকীৰ পৰা জব্দ কৰা হয় ৫৬টা ড্রাগছভৰ্তি কণ্টেইনাৰ। তেওঁৰ নাম চুন বানু বেগম ৷ ঘৰ বৰাগাঁৱত ৷ ইতিমধ্যে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক বশিষ্ট আৰক্ষীয়ে জেৰা চলাই আছে ৷

Exit mobile version