Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi CM Arvind Kejriwal Sent to judicial custody till April 15:ন্যায়িক জিম্মালৈ প্ৰেৰণ অৰবিন্দ কেজৰিৱালক

দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিয়ালক প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ, ১৫ এপ্রিল পর্যন্ত জেলত থাকিব লাগিব কেজৰিৱাল

publisher by publisher
April 1, 2024
in India, News
Reading Time: 2 mins read
0
Delhi CM Arvind Kejriwal Sent to judicial custody till April 15:ন্যায়িক জিম্মালৈ প্ৰেৰণ অৰবিন্দ কেজৰিৱালক
1
SHARES
10
VIEWS
ShareShareShareShare

Delhi CM Arvind Kejriwal Sent to judicial custody till April 15:

সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ১৫ এপ্ৰিললৈ বৃদ্ধি কৰে আদালতে। কেজৰিৱালে সহযোগ নকৰাৰ অভিযোগ কৰে আদালতত ইডিয়ে ।

ADVERTISEMENT

আনহাতে ,অৰবিন্দ কেজৰিৱালৰ অধিবক্তাই তেওঁক সাংবাদিক নীৰজা চৌধাৰীৰ ভাগৱত, ৰামায়ণ আৰু ‘প্ৰধানমন্ত্ৰীয়ে কেনেকৈ সিদ্ধান্ত লয়’ তিনিখন কিতাপ পঢ়িবলৈ অনুমতি দিবলৈ অনুৰোধ দাখিল কৰে।

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

উল্লেখ্য যে,ইডিৰ জিম্মা শেষ হোৱাৰ পিছত বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতত আজি হাজিৰ কৰোৱা হয় কেজৰিৱালক। দিল্লী আদালতত হাজিৰ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি কেজৰিৱালে কয় যে ‘পিএমই যি কৰিছে সেয়া দেশৰ বাবে ভাল নহয়’।

স্মতৰ্ৱ্য যে,দিল্লী আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জড়িত থকাৰ অভিযোগত কেজৰিৱালক গ্ৰেপ্তাৰ কৰি ইডিৰ জিম্মাত ৰখা হৈছিল।

মনকৰিবলগীয়া যে,কেজৰিৱালৰ আইনী কাৰ্য্যবিধিৰ প্ৰস্তুতি চলোৱাৰ লগে লগে পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গৰ ৰাউজ এভিনিউ আদালতৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল ৷ আদালত চৌহদত উপস্থিত আছিল দিল্লীৰ জ্যেষ্ঠ মন্ত্ৰী আতিশী আৰু কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল।

যোৱা বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত ইডিয়ে কেজৰিয়ালক হাজিৰ কৰি অৰবিন্দ কেজৰিৱালৰ জিম্মাত থকা সময়সীমা অতিৰিক্ত চাৰিদিন ম্যাদ বৃদ্ধিৰ পোষকতা কৰি ইডিয়ে আদালতক অৱগত কৰে যে কেজৰিৱালৰ পত্নীৰ এটা ম’বাইল ফোনৰ পৰা তথ্য আহৰণ কৰা হৈছে আৰু ইয়াৰ ওপৰত তদন্ত অব্যাহত আছে।

আনহাতে,২১ মাৰ্চত কেজৰিৱালক তেওঁৰ চৰকাৰী বাসগৃহ চৌহদত তালাচীৰ সময়ত জব্দ কৰা আন চাৰিটা ডিজিটেল ডিভাইচৰ তথ্য আদালতক অৱগত কৰে ইডিয়ে ৷ আনহাতে, কেজৰিৱালে প্ৰয়োজনীয় পাছৱৰ্ড বা লগইন প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ সময় বিচাৰি আদালতত অৱগত কৰে কেজৰিয়ালৰ অধিবক্তাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arvind KejriwalEDjudicial custody till April 15
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d