Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

উপযুক্ত তথ্য প্রমাণ নথকাৰ বাবেই আদালতে দোষমুক্ত ঘোষণা কৰে কেজৰিয়াল আৰু মনীষ ছিচোদিয়াক, ৰাউজ এভিনিউ আদালতৰ সিদ্ধান্তক লৈ অসন্তুষ্ট চিবিআই,উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব

publisher by publisher
February 27, 2026
in National
Reading Time: 1 min read
0
Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

Arvind kejriwal:

দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ৰাউছ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ লগতে আন ২৩জন লোকক দোষমুক্ত ঘোষণা কৰিলে।

ADVERTISEMENT

উল্লেখ্য যে আম আদমী পাৰ্টীৰ নেতা দুগৰাকীৰ বিৰুদ্ধে আদালতত প্ৰমাণ দাখিলত ব্যৰ্থ হয় চিবিআই। প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰা হয় দুয়োকে ৷ শুনানীত সুৰা কেলেংকাৰীৰ গোচৰক ভিত্তিহীন আখ্যা আদালতৰ ৷

উল্লেখযোগ্য , উক্ত গোচৰত ৫ মাহ জেলত থাকিব লগীয়া হৈছিল কেজৰীৱাল ৷ একেটা গোচৰত ১৭ মাহ জেলত আছিল মনিষ ছিচোডিয়া

আনহাতে,দিল্লী সুৰা কেলেংকাৰীত ক্লীন চিট লাভ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আবেগিক হৈ পৰে ৷

কান্দি কান্দি কেজৰিৱালে কয়, যোৱা কেইবছৰমানৰ পৰা বিজেপিয়ে সুৰা কেলেংকাৰীৰ কথা কৈ আহিছে আৰু আমাৰ বিৰুদ্ধে অভিযোগ সমতল কৰি আহিছে। আজি আদালতে সকলো অভিযোগ খাৰিজ কৰি সকলো অভিযুক্তক দোষমুক্ত কৰিলে। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। সত্যই প্ৰাধান্য লাভ কৰিছে। আপক ধ্বংস কৰিবলৈ সকলো শীৰ্ষ নেতাক জেলত ভৰোৱা হৈছিল।”

কেজৰিৱালে আৰু কয় যে, “এয়া সম্পূৰ্ণ ভুৱা গোচৰ আছিল। কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত নহয়। মই মোৰ জীৱনত কেৱল সততাহে উপাৰ্জন কৰিছো। আদালতে কৈছে যে কেজৰিৱাল, মনীষ চিছ’দিয়া, আৰু আপ কঠোৰভাৱে সৎ। বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে, ভাল কাম কৰি ক্ষমতালৈ অহা আৰু তাৰ পিছত মিছা গোচৰ ৰুজু কৰি আমাক জেলত ভৰোৱাত স্বাধীন ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৷

ইপিনে, ৰাউজ এভিনিউ আদালতৰ সিদ্ধান্তক লৈ অসন্তুষ্ট চিবিআই ৷ আদালতৰ সিদ্ধান্তৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে চিবিআই-এ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalDeclaration Of AcquittalDelhi Liquor ScamManish SisodiaRouse Avenue Dist Court
publisher

publisher

Related Posts

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Rahul Gandhi Announced: পহিলা নৱেম্বৰত দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দান কঁপাব ১০ লক্ষাধিকে !

Supreme Court:ন্যায়াধীশ নিযুক্তিৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমতি লৈছিল চন্দ্রচূড়ে

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d