Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Riyan Parag: টি- টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত ৰিয়ান পৰাগ

ধাৰাবাহিকভাৱে পৰাজয় লক্ষ্ণৌ, দিল্লী,মুম্বাইৰ, ষ্টাইক ৰেডত পিছ পেলালে বিৰাট কোহলিকো, সর্বাধিক ৰাণ সংগ্ৰহকাৰীৰূপে কমলা ৰঙৰ টুপীৰো অধিকাৰী হ'ল ৰিয়ান

publisher by publisher
April 2, 2024
in India, News
Reading Time: 2 mins read
0
Riyan Parag: টি- টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত ৰিয়ান পৰাগ
2
SHARES
18
VIEWS
ShareShareShareShare

Riyan Parag:

চলিতবৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে তিনিখনকৈ মেচত জয়ৰে অৰ্জন কৰে হেট্ৰিক ৷ এইবাৰ দলটোৰ সফলতাৰ আৰঁত আছে অসম তনয় ৰিয়ান পৰাগ ৷ ৰিয়ান পৰাগৰ অদমনীয় দুৰ্দান্ত প্ৰদৰ্শনৰ ফলতে দলটোৱে একেৰাহে তিনিখনত মেছতে বিজয় সোৱাদ পাবলৈ সক্ষম হৈছে ৷

ADVERTISEMENT

riyan 4ৰিয়ানে ইখনৰ পাছত সিখনকৈ মেছতে দুৰ্দান্ত ইনিংছ খেলিছে ৷ প্ৰতিপক্ষ দলৰ বাবে ৰিয়ান যেন এতিয়া অপ্ৰতিৰোধ্য ৷

RelatedPosts

Rajasthan Royals training camp in Guwahati:গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ

Riyan Parag in Team India:টিম ইণ্ডিয়াত স্থান পালে অসম সন্তান ৰিয়ান পৰাগে

IPL High Voltage Match In Barsapara On May 15 And 19:১৫ আৰু ১৯ মে’ত বর্ষাপাৰাত আই পি এল হাইভল্টেজ মেচ

উল্লেখ্য যে,যাৱতীয় সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দি চলিত আইপিএলত জিলিকি উঠিছে অসম-সন্তান ৰিয়ান পৰাগ। সোমবাৰে উপর্যুপৰি তৃতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ হৈ মেচ-বিজয়ী অর্ধশতৰাণ অৰ্জন কৰি ৰিয়ানে নিজৰ প্ৰতিভাৰ প্রতি সুবিচাৰ কৰিলে। ৰিয়ানৰ আন এক দায়িত্বশীল ইনিংছৰ সুবাদতে ৰাজস্থান ৰয়েলছে মুম্বাই ইন্ডিয়ানছক ছয় উইকেটত পৰাজিত কৰে। ৰিয়ানে ৩৯টা বলত ৫৪ ৰাণ কৰি অপৰাজিত হৈ ৰয়।

riyan 5উল্লেখ্য যে যোৱাবাৰৰ আইপিএলত ব্যর্থ হোৱাৰ বাবে ৰিয়ান প্ৰচুৰ সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে এইবাৰ ঘৰুৱা ক্রিকেটত প্ৰচুৰ ৰাণ কৰি তেওঁ ফৰ্মত থকাৰ ইংগিত দিছিল। আইপিএলত প্রথমখন মেচতে তেওঁ ৪৩ ৰাণৰ এটা দায়িত্বশীল ইনিংছ খেলিছিল। যাৰ বাবে ৰাজস্থান দলৰ ক্ৰিকেট সঞ্চালক শ্রীলংকাৰ কিংবদন্তি ক্রিকেটাৰ কুমাৰ ছাংগাক্কাৰায়ো মন্তব্য কৰিছিল যে ৰিয়ান এতিয়া বহু সলনি হৈছে আৰু নিজৰ দায়িত্ব বুজি পোৱা হৈছে। ইয়াৰ পাছতে তেওঁ দলৰ দ্বিতীয়খন মেচত দিল্লী কেপিটেলছৰ বিপক্ষে অপৰাজিত ৮৩ ৰাণৰ ইনিংছটোৰে সমগ্ৰ দেশৰ ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

আনহাতে,সোমবাৰৰ ইনিংছটোৰে ৰিয়ানে দিলে তেওঁৰ পৰিণত মস্তিষ্কৰ প্ৰমাণ। উল্লেখ্য যে মুম্বাই দলে ন উইকেটত ১২৫ ৰাণহে সংগ্ৰহ কৰিছিল। অৱশ্যে
কম ৰাণসংখ্যা অনুসৰণ কৰিও ৰাজস্থান দল এটা সময়ত বিপদত পৰিছিল। যশস্বী জয়ছোৱাল (১০), জ’ছ বাটলাৰ (১৩) আৰু অধিনায়ক সঞ্জু ছেমছন
(১২) সোনকালে আউট হোৱাত সকলো দায়িত্ব ৰিয়ানৰ ওপৰত পৰে। অৱশ্যে তেওঁ দলক নিৰাশ নকৰিলে। প্ৰথম অৱস্থাত অতি সতর্কতাৰে এক এক ৰাণ
লোৱা ৰিয়ানে অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন (১৬)ৰ স’তে দলৰ ইনিংছ আগুৱাই নিয়ে। যেতিয়াই দলৰ বিজয় নিশ্চিত হ’ল, তেতিয়াই তেওঁ পৰিচিত আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। দলৰ জয়ৰ বাবে ১৫ ৰাণ বাকী থকা অৱস্থাত ৰিয়ানে পীযুষ চাওলাৰ ক্ৰমাগত তিনিটা বলত দুটা ছয় আৰু এটা বাউণ্ডেৰীৰে নিজৰ অর্ধশতৰাণ সম্পূৰ্ণ কৰাৰ লগতে ৰাজস্থানকো বিজয়ী কৰায়।

riyan 2তেওঁৰ ইনিংছটোত আছিল পাঁচটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ। উল্লেখ্য যে ৰিয়ানে এই পর্যন্ত তিনিখন মেচৰ পৰা ১৮১ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে ৰিয়ানে বিৰাট কোহলিক চেৰ পেলাই আজুৰি আনিলে সন্মানীয় ‘অৰেঞ্জ কেপ’। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে ৰাজস্থান ৰয়েলছ।

উল্লেখযোগ্য ,আইচিচি টি টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে ৰিয়ান পৰাগৰ দুৰ্দান্ত ফৰ্মে টিম ইণ্ডিয়াত তেওঁ স্থানলাভৰ বাবে প্ৰৱল দাবীদাৰ হৈ পৰিছে ৷

সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এক ৰাজকীয় ইনিংছ খেলি ৰিয়ান পৰাগে ৩৯টা বলত ৪ টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৫৪ ৰান সংগ্ৰহৰে অপৰাজিত হৈ থাকে ।

riyan 3আনহাতে ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰজায়েণ্টছৰ বিৰুদ্ধেও ৪৩ ৰান আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪৫টা বলত ৭টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৮৪ ৰানৰে অপৰাজিত ইনিংছৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IPLRajasthan RoyalsRiyan Parag
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d