Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

চাৰি মে’ৰ পৰা দেশত বলবৎ হ’ব তৃতীয় পৰ্যায়ৰ তলাবন্ধ ♦ কি কি থাকিব খোলা আৰু বন্ধ

publisher by publisher
May 2, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
Updates From Northeast States
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Himanta Viswa Sarma:জুবিন গাৰ্গৰ জন্মদিনাই আহিল ভাল খবৰ

Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা

ৰেড, গ্ৰীণ, অৰেঞ্জ জ’ন কি?

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে শুক্ৰবাৰে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত চাৰি মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ তৃতীয় পৰ্যায়ত দুসপ্তাহৰ বাবে তলাবন্ধৰ ঘোষণা কৰিছে ৷

ADVERTISEMENT

এই সময়ছোৱাত বিভিন্ন কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহক লক্ষ্য কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাত সেউজীয়া আৰু কমলাৰঙী অঞ্চলত কেতবোৰ ৰেহাই দিয়া হৈছে৷

♦ৰেড, গ্ৰীণ, অৰেঞ্জ জ’ন কি?

ভাৰতৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ৩০ এপ্ৰিলত এক পত্ৰত উল্লেখ কৰা তথ্যৰ মতে কৰ’নাত সংক্ৰমিত জিলাসমূহ ৰঙা, সেউজীয়া আৰু কমলা ৰঙেৰে চিহ্নত কৰি চিনাক্ত কৰা হৈছে৷ সেউজীয়া জিলাসমূহ হৈছে সেইবোৰ জিলা য’ত বিগত ২১ দিনত এজনো লোকো ক’ভিড-১৯ত আক্ৰান্ত হোৱা নাই ৷

ৰঙা জিলাসমূহ সেইবোৰ জিলা, য’ত মুঠ সক্ৰিয় ঘটনা, নিশ্চিত ঘটনাৰ দুগুন হোৱাৰ লগতে ব্যাপক পৰীক্ষণ আৰু নিৰীক্ষণৰ তথ্য লাভ কৰা হৈছে ৷

ঠিক সেইদৰে যিবোৰ সেউজীয়াও নহয়, ৰঙাও নহয়, সেই জিলাসমূহকে কমলাৰঙী বুলি ধৰা হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰতি সপ্তাহৰ মুৰে মুৰে ৰঙা, সেউজীয়া আৰু কমলাৰঙী জিলাসমূহৰ সম্পৰ্কে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তথ্য যোগান ধৰি থাকিব লাগে ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ উপৰি সকলো ৰাজ্যই নিজাকৈ অতিৰিক্ত জিলা ৰঙা, সেউজীয়া আৰু কমলাৰঙী হিচাপে অন্তৰ্ভূক্ত কৰিব পাৰে৷

♦পৌৰনিগম অঞ্চল সমূহত কি থাকিব ?

দেশৰ অধিকাংশ জিলাত ইয়াৰ চাৰিসীমাৰ ভিতৰত এক বা ততোধিক পৌৰ নিগম আছে ৷ এইটো নিৰীক্ষণ কৰা হৈছে যে ঘন বসতিপ্ৰধান পৌৰনিগমত অধিক লোকৰ মাজত সম্পৰ্ক ৰক্ষা হয়, তেনে ক্ষেত্ৰত সেই পৌৰ নিগমত জিলাখনৰ বাকী ঠাইবোৰৰ তুলনাত ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ আশংকা অধিক৷ নতুন নিৰ্দেশনাত এনে জিলাসমূহক দুটা মণ্ডলত ভাগ কৰা হৈছে, এটা সেই পৌৰনিগমৰ ভিতৰত আৰু আনটো ইয়াৰ চাৰিসীমাৰ বাহিৰত পৰিব৷

যদি বিগত ২১ দিনৰ ভিতৰত এই অঞ্চলটোত কোনো লোক ক’ভিড-১৯ত আক্ৰান্ত নহয়, তেনেহ’লে ইয়াক সামগ্ৰিক ৰঙা বা কমলাৰঙী জিলাৰ এটা পৰ্যায় নিম্ন হিচাপে বিবেচনা কৰা হ’ব৷ এনে ক্ষেত্ৰত যদি ৰঙা হয়, তেতিয়া সেই অঞ্চলটো কমলা আৰু যদি কমলা হয় তেতিয়া ইয়াক সেউজীয়া হিচাপে ধৰা হ’ব৷

তেনে ক্ষেত্ৰত এই অঞ্চলত অৰ্থনৈতিক কাম-কাজ সম্পাদন কৰিব পাৰিব৷ পৌৰনিগম থকা জিলাৰ ক্ষেত্ৰতহে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব৷

♦নিয়ন্ত্ৰিত এলেকা কি?

দেশত অতি স্পৰ্শকাতৰ এলেকা, য’তক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্যৰা itখি ৰঙা বা কমলা এলেকাত পৰিলে তাক নিয়ন্ত্ৰিত এলেকা বুলি গণ্য কৰা হ’ব৷ এইবোৰ অতিশয় সংক্ৰমণৰ আশংকা থকা এলেকা৷ এই এলেকা প্ৰতিৰোধমুলক ব্যৱস্থাৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলা প্ৰশাসনে তাত আক্ৰান্ত লোক, কিমান দূৰলৈকে বিয়পিছে ইত্যাদিৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিব৷

স্থানীয় প্ৰশাসনে সকলোৱে ঘৰত তথা নিয়ন্ত্ৰিত এলেকা আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাটো সুনিশ্চিত কৰিব৷ এই নিয়ন্ত্ৰিত এলেকাত যোগাযোগ চিনাক্তকৰণ, ঘৰে ঘৰে নিৰীক্ষণ কৰা, তেওঁলোকৰ আশংকাৰ ভিত্তিত ঘৰ/প্রতিষ্ঠানিক কোৱাৰেণ্টাইন কৰা আৰু ক্লিনিকেল ব্যৱস্থাপনাৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা তীব্রতৰ কৰিব ৷

এই এলেকাটো জৰুৰী চিকিৎসা আৰু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ বাদে মানুহৰ আহ-যাহ কৰিব নোৱাৰাকৈ কঠোৰ ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰা হ’ব৷ কোনো ধৰণৰ কাম কাজত অনুমোদন দিয়া নহ’ব৷

♦তৃতীয় পৰ্যায়ৰ তলাবন্ধত কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছে?

নতুন নিৰ্দেশনাৰ অধীনত সমগ্ৰ দেশত এক সীমিতসংখ্যক কাম-কাজত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ নিষেধাজ্ঞা আৰোপ কৰা ক্ষেত্ৰসমূহৰ ভিতৰত বিমান, মেট্ৰ’ ৰে’ল ভ্ৰমণ, পথেৰে আন্তঃৰাজ্যিক যাতায়াত, বিদ্যালয় , মহাবিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান, প্ৰশিক্ষণ আৰু কছিং চেণ্টাৰ, আতিথ্য সেৱা যেনে হোটেল-ৰেষ্টুৰেণ্ট, জনসমাগম হোৱা স্থান যেনে- চিনেমা হল, মল, জীম, ক্ৰীড়া প্ৰকল্প ইত্যাদি; সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আৰু অন্যান্য সমাগম আৰু ধৰ্মীয়নুষ্ঠান বা ৰাজহুৱা উপাসনা স্থান বন্ধ ৷ অৱশ্যে গৃহ মন্ত্ৰালয়ৰ অনুমতি সাপেক্ষে নিৰ্দিষ্ট উদ্দেশ্যত বিমান, ৰে’ল আৰু পথেৰে কোনো লোকে ভ্ৰমণ কৰিব পাৰিব৷

♦১৪৪ ধাৰাৰ বলবৎ কোন সময়ত কৰা হৈছে ?

নতুন নিৰ্দেশনাত জনসাধাৰণক কল্যান আৰু সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেয়েহে ‘নিশা সাত বজাৰ পৰা পিছদিনা পুৱা সাবজালৈ’ বিনা কাৰণত কোনো ব্যক্তিৰ চাল-চলনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত ১৪৪ ধাৰাৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব৷ এই সকলো এলেকাত জৰুৰী চিকিৎসাজনিত কাৰণৰ বাবে ৬৫ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি, ৰুগীয়া ব্যক্তি, অন্তঃসত্তা মহিলা আৰু ১০ বছৰৰ তলৰ ল’ৰা-ছোৱালী ঘৰৰ ভিতৰতে থাকিব লাগিব ৷ ৰঙা, কমলা আৰু সেউজীয়া এলেকাত চিকিৎসাৰ বৰ্হিবিভাগ সামাজিক দুৰত্ব মানি খোলা ৰখাৰ অনুমতি দিয়া হ’ব যদিও নিয়ন্ত্ৰিত এলেকাত অনুমতি দিয়া নহয়৷

♦ ৰঙা এলেকাসমূহত কি কি নিষেধাজ্ঞা আৰোপ কৰা হৈছে ?

ৰঙা এলেকাসমূহত নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ সমগ্ৰ দেশত আৰোপ কৰা নিষেধাজ্ঞাৰ অতিৰিক্তি আন কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ সেইসমূহৰ ভিতৰত চাইকেল আৰু অ’টো ৰিক্সা চলোৱা, টেক্সি আৰু কেব চলোৱা; অন্তঃ আৰু আন্তঃজিলাত বাছ চলোৱা আৰু নাপিতৰ কাম-কাজ, স্পা আৰু চেলুন বন্ধ৷

♦ ৰঙা এলেকাসমূহত কি কি অনুমতি দিয়া হৈছে ?

সীমাৱদ্ধতাৰ মাজেৰে ৰঙা এলেকাসমূহত আন কিছুমান কাম-কাজৰ বাবে অনুমতি দিয়া হৈছে। অনুমতি থকা কামৰ বাবে ব্যক্তি তথা ব্যক্তিগত বাহনৰ চলাচল কৰিবলৈ দিয়া হ’ব, য’ত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত দুজনতকৈ অধিক (চালকৰ উপৰিও)ব্যক্তি উঠিব নোৱাৰিব আৰু দুচকীয়া বাহনত অকলে যাব পাৰিব।

বিশেষ অৰ্থনৈতিক খণ্ড (এচ ই জেড), ৰপ্তানিমুখী কেন্দ্ৰ (ই অ’ ইউ), ঔদ্যোগিক অঞ্চল, ঔদ্যোগিক আৱাসিক অঞ্চল আদিত থকা নগৰাঞ্চলৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত নিয়ন্ত্ৰণ সাপেক্ষে কাম চলাই নিয়াৰ অনুমতি দিয়া হৈছে।

ঔষধ, চিকিৎসা সামগ্ৰী, চিকিৎসা সঁজুলি, এইসমূহৰ কেঁচামাল আৰু ইন্টাৰমেডিয়েটছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ অনুমতি দিয়া হৈছে। যিবিলাক সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন সেইসমূহৰ যোগান শৃংখল চলাই নিবলৈ, তথ্য-প্ৰযুক্তিৰ হাৰ্ডৱেৰ নিৰ্মাণৰ চলাই নিবলৈ, কেইবাটাও শ্বিফটত কাম কৰিব পৰাকৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি জুট উদ্যোগ আৰু পেকেজিং সামগ্ৰীৰ নিৰ্মাণ কাৰখানাসমূহ খুলিবলৈ দিয়া হৈছে।

নগৰাঞ্চলৰ য’ত য’ত শ্ৰমিকে থাকি লৈ কাম কৰিব পাৰে আৰু শ্ৰমিকসকল বাহিৰৰ পৰা আহিব নালাগে তেনে ঠাইত আৰু পুনঃনৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহত নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে।

দোকানত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে আন সামগ্ৰী ৰাখিবলৈ দিয়া নহয়। অৱশ্যে অকলশৰীয়াকৈ থকা সকলো দোকান, চুবুৰীৰ দোকান, আবাসিক কমপ্লেক্সৰ লগত থকা দোকান আদিৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ হ’লেও বা নহ’লেও, নগৰাঞ্চলতো এইসমূহ খুলি ৰখাৰ অনুমতি দিয়া হৈছে।

ই বাণিজ্যৰ লগত জড়িত কামৰ বাবে ৰে’ড জ’নত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতহে অনুমতি দিয়া হৈছে। ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ত প্ৰয়োজন অনুসৰি ৩৩% কৰ্মচাৰী উপস্থিত থাকিব পাৰিব আৰু বাকীসকলে ঘৰৰপৰাই কাম চলাব লাগিব।

সকলো চৰকাৰী কাৰ্যালয়ত উপ সচিৱ পৰ্যায়ৰপৰা আৰম্ভ কৰি উচ্চ পৰ্যায়ৰ সকলো জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব লাগিব আৰু তাৰ তলৰ পৰ্যায়ত প্ৰয়োজন অনুসৰি ৩৩% কৰ্মচাৰী উপস্থিত থাকিব পাৰিব।

অৱশ্যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, আৰক্ষী, কাৰাগাৰ, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি নিৰ্বাপণ আৰু জৰুৰী সেৱা, দুৰ্যোগ ব্যৱস্থাপনা আৰু আনুসঙ্গিক সেৱা, ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ, আৱকাৰী বিভাগ, ভাৰতীয় খাদ্য নিগম, নেশ্যনেল কেডেট কৰ্পছ, নেহৰু যুৱ কেন্দ্ৰ আৰু পৌৰ সেৱাৰ ক্ষেত্ৰত সকলো কাম-কাজ কোনো সীমাৱদ্ধতা অবিহনে চলি থাকিব।

ৰাজহুৱা সেৱা যোগান সুনিশ্চিত কৰা হ’ব আৰু তাৰবাবে প্ৰয়োজনীয় কৰ্মচাৰী নিয়োগ কৰা হ’ব।ৰে’ড জ’নত আন বহু কাম-কাজৰ বাবে অনুমতি দিয়া হৈছে। এম জি এনৰেগাৰ কামকে ধৰি গ্ৰাম্যাঞ্চলত নিৰ্মাণৰ কাম, খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰ, ইটা-ভাটা আদি বহু কামৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।

তদুপৰি শ্বপিং মলৰ বাদে গ্ৰাম্যাঞ্চলত সামগ্ৰীৰ প্ৰকাৰৰ ক্ষেত্ৰত কোনো বিভাজন নোহোৱাকৈ সকলো দোকান খুলিবলৈ দিয়া হৈছে। খেতি চপোৱা, পৰিষ্কাৰ কৰা, ক্ৰয়-বিক্ৰয় আৰু যোগান শৃংখলত বিপণন আদি সকলো ধৰণৰ কৃষিকৰ্মৰ বাবে অনুমতি দিয়া হৈছে।

থলুৱা আৰু সাগৰীয় মাছকে ধৰি পশুপালনৰ সকলো কাম-কাজৰ অনুমতি আছে। সকলো ধৰণৰ ৰোপণ কাৰ্য, ইয়াৰ বিপণন আৰু প্ৰস্তুতকৰণৰ অনুমতি দিয়া হৈছে।

আকাশী এম্বুলেন্সেৰে চিকিৎসাকৰ্মী আৰু ৰোগীৰ পৰিৱহণকে ধৰি সকলো স্বাস্থ্যসেৱা (আয়ুসকে ধৰি) কাৰ্যকৰী হৈ থাকিব। বেংক, ননবেংকিং বিত্তীয় প্ৰতিষ্ঠান, বীমা আৰু কেপিটেল মাৰ্কেটৰ কাম-কাজ, ঋণদাতা সমবায় সমিতিসমূহকে ধৰি বিত্তীয় খণ্ডৰ গৰিষ্ঠভাগেই খোলা থাকিব।

শিশুগৃহ, বৃদ্ধাশ্ৰম, দৰিদ্ৰ-মহিলা-বিধৱা আদি ৰখা গৃহসমূহ খোলা থাকিব আৰু অংগনৱাড়ীৰ কাম-কাজ চলি থাকিব। ৰাজহুৱা ব্যৱস্থা যেনে, শক্তি, পানী, অনাময়, পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা, টেলিসংযোগ, ইন্টাৰনেট, কোৰিয়াৰ আৰু ডাক সেৱা আদি চলি থাকিব।

ৰে’ড জ’নত প্ৰায়ভাগ বাণিজ্যিক আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত প্ৰিন্ট আৰু বৈদ্যুতিন সংবাদ মাধ্যম, তথ্য-প্ৰযুক্তি আৰু ডাটা, কল-চেন্টাৰ আদি তথ্য-প্ৰযুক্তিগত সেৱা, শীতল ভঁৰাল আৰু গোদাম সেৱা, ব্যক্তিগত সুৰক্ষা আৰু ফেচিলিটী ব্যৱস্থাপনা সেৱা আৰু পূৰ্বতে উল্লেখ কৰাৰ দৰে নাপিতৰ বাদে আন সকলো স্বনিয়োজিতভাৱে সেৱা আগবঢ়োৱাসকলৰ বাবে কাম-কাজ চলাই নিবলৈ অনুমতি দিয়া হৈছে। ঔষধ, চিকিৎসা সামগ্ৰী, চিকিৎসা সঁজুলি, এইসমূহৰ কেঁচামাল আৰু ইন্টাৰমেডিয়েটছ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনৰ অনুমতি দিয়া হৈছে।

যিবিলাক সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন, সেইসমূহৰ যোগান শৃংখল অবিৰত ৰাখিবলৈ, তথ্য-প্ৰযুক্তিৰ হাৰ্ডৱেৰ নিৰ্মাণ, কেইবাটাও শ্বিফটত কাম কৰিব পৰাকৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি জুট উদ্যোগ আৰু পেকেজিং সামগ্ৰীৰ নিৰ্মাণ কাৰখানাসমূহ খুলিবলৈ দিয়া হৈছে।

♦কমলা এলেকাসমূহত কি কি অনুমতি দিয়া হৈছে ?

ৰেড জ’নত সম্পাদন কৰিবলৈ দিয়া কাৰ্যাৱলীৰ উপৰিও অ’ৰেঞ্জ জ’নত টেক্সি আৰু কেৱ সেৱা অব্যাহত ৰাখিব পাৰিব, অৱশ্যে এগৰাকী চালক আৰু দুগৰাকী যাত্ৰীহে কঢ়িয়াব পাৰিব। কেৱল অনুমোদিত কাৰ্যৰ বাবেহে ব্যক্তি আৰু বাহনে আন্তঃজিলা যাতায়াত কৰিব পাৰিব।

চাৰিচকীয়া বাহনত চালকৰ উপৰিও সৰ্বাধিক দুগৰাকী লোকে যাতায়াত কৰিব পাৰিব আৰু দুচকীয়া বাহনত দুজন লোকে যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছে।

♦সেউজীয়া এলেকাসমূহত কি কি অনুমতি দিয়া হৈছে ?

সমগ্ৰ দেশতে যিবোৰ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰি ৰখা হৈছে, সেই সীমিতসংখ্যক কাৰ্য বা সেৱাৰ বাদে বাকীবোৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত গ্ৰীণ জ’নত অনুমতি প্ৰদান কৰা হৈছে। তথাপি বাছবোৰত থকা আসনৰ মুঠ সংখ্যাৰ ৫০ শতাংশ যাত্ৰীহে পৰিবহন কৰাব পাৰিব আৰু বাছ ডিপো বোৰতো ৫০ শতাংশ সামৰ্থ্যৰে বাহন চালনা কৰিব লাগিব।

♦অতিৰিক্ত নিৰ্দেশাৱলী

সামগ্ৰী কঢ়িওৱা সকলো বাহনলৈ অনুমতি প্ৰদান কৰা হৈছে। কোনো ৰাজ্য বা কেন্দ্ৰ শাসি অঞ্চলেই সীমান্ত পাৰ হৈ অহা সামগ্ৰীৰ বাহন ৰখাব নোৱাৰিব। লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে পণ্য সামগ্ৰীৰ যোগান শৃংখলা আৰু সেৱা অব্যাহত ৰখাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই অনা বাহনৰ এনে যাতায়াতৰ বাবে কোনো পৃথক অনুমতি পত্ৰৰ প্ৰয়োজন নহ’ব।

♦বিশেষভাৱে নিষিদ্ধ নোহোৱা কাৰ্যাৱলী, অথবা এইসমূহ পৰামৰ্শাৱলীৰ অধীনত বিভিন্ন মণ্ডল বা জ’নত বাধা-নিষেধৰ স’তে অনুমতি দিয়া কামসমূহৰ বাদে অন্যান্য সকলো কাৰ্যাৱলীয়েই অনুমতিপ্ৰাপ্ত কাৰ্যৱলী হিচাপে গণ্য কৰা হ’ব। তথাপি, ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰাথমিক উদ্দেশ্য আগত ৰাখি প্ৰয়োজন সাপেক্ষে তেনেধৰণৰ নিষেধাজ্ঞাৰে সৈতে ইতিমধ্যে অনুমতি দি ৰখা কাৰ্যাৱলীৰ বাহিৰেও কেৱল নিৰ্ধাৰিত কিছু কাৰ্যলৈ অনুমতি দিয়া হ’ব পাৰে।

♦তিনি মে’, ২০২০ তাৰিখ পৰ্যন্ত তলাবন্ধৰ সন্দৰ্ভত জাৰি কৰি ৰখা নিৰ্দেশাৱলীৰ অধীনত ইতিমধ্যেই যিবোৰ কাৰ্য সম্পাদন কৰাৰ বাবে অনুমতি দিয়া হৈছে সেইবোৰ কাৰ্য কৰাৰ বাবে নতুনকৈ বা পৃথকে কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই। ভাৰতত থকা বিদেশী লোকৰ যাতায়াতৰ ব্যৱস্থা কৰা; কোৰেণ্টাইনত থকা লোকক মোকলাই দিয়া; ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ যাতায়াত; ভাৰতীয় নাবিকসকলৰ ছাইন-অন আৰু ছাইন-অফ, প্ৰব্ৰজনকাৰী শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য লোকসকলক স্থলপথ আৰু ৰে’লপথেৰে যাতায়াত কৰোৱাৰ দৰে দিশসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’ট’কল বা SOP অনুসৰিয়েই পৰিচালিত হ’ব।

♦ ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহক এই লকডাউনৰ নীতি-নিৰ্দেশাৱলী কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে কোনো পৰিস্থিতিতে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই নিৰ্দেশাৱলী অমান্য কৰিব নোৱাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covd-19INDIA FIGHTS CORONA VIRUSLockdownMinistry of Home Affairs
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d