Five Drugs Paddlar Arrested : ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ মাৰাথন অভিযান

বিভিন্ন স্থানত চলোৱা অভিযানত আটক এজন যুৱক সহ চাৰি মহিলা

drugs 1

Five Drugs Paddlar Arrested :

নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযানৰ মাজতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে

মহানগৰীৰ গান্ধীবস্তিত চানমাৰি আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাহিদুল ইছলামক আটক কৰে ৷ জাহিদুলৰ পৰা জব্দ কৰে ৮০০ ৰো অধিক নিচাযুক্ত টেবলেট আৰু ১০০ৰো অধিক চিৰিঞ্জ।

আনহাতে,পানবজাৰ আৰক্ষীৰ অভিযানত আটক হয় আন চাৰিগৰাকী মহিলা ড্ৰাগছ পেডলাৰ ৷ তেওঁলোকৰ পৰা জব্দ কৰা হয় ১০০টা ড্রাগছভৰ্তি কণ্টেইনাৰ।

ইতিমধ্যে ধৃত পাঁচ ড্ৰাগছ পেডলাৰক সুকীয়া সুকীয়াকৈ চানমাৰি আৰু পানবজাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷

Exit mobile version