10 Crore Defamation Case Against CM Himanta Biswa Sharma Has been Filed by Bhupen Kumar Bora:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০কোটি টকাৰ মানহানি গোচৰ ভূপেন কুমাৰ বৰাৰ

bhupencm

10 Crore Defamation Case Against CM Himanta Biswa Sharma Has been Filed by Bhupen Kumar Bora:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০কোটি টকাৰ মানহানি গোচৰ তৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক আৰু সমাজত ভাৱমূৰ্তি নষ্ট হ’ব পৰা তথা দলৰ ক্ষতি হ’ব পৰা মন্তব্য আগবঢ়াইছিল।

বিশেষকৈ ভূপেন বৰা শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহিব জাতীয় অনেকধৰণৰ কথা কোৱাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজি আদালতৰ দ্বাৰস্থ হৈছে আৰু গোচৰটো ইতিমধ্যে ন্যায়ালয়ত পঞ্জীভূক্ত হৈছে।

Exit mobile version