Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Same Sex Marriage : উচ্চতম ন্যায়ালয়ত অব্যাহত সম লিংগ বিবাহক আইনী মর্যাদা প্ৰদানৰ শুনানি অব্যাহত

সম লিংগ বিবাহৰ দৰে জটিল বিষয়ত সংসদক সিদ্ধান্ত ল’বলৈ দিয়ক : কেন্দ্ৰ

publisher by publisher
April 27, 2023
in India, News
Reading Time: 2 mins read
0
Same Sex Marriage : উচ্চতম ন্যায়ালয়ত অব্যাহত সম লিংগ বিবাহক আইনী মর্যাদা প্ৰদানৰ শুনানি অব্যাহত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Same Sex Marriage :

যোৱা ২৩ এপ্ৰিলত বাৰ কাউন্সিল অৱ ইণ্ডিয়াই সর্বোচ্চ ন্যায়ালয়ক সম লিংগ বিবাহৰ দৰে স্পর্শকাতৰ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব সংসদক অৰ্পণ কৰিবলৈ আবেদন জনাইছিল।উল্লেখ্য যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভণিৰে পৰাই সম লিংগ বিবাহৰ আইনী স্বীকৃতিৰ বিৰুদ্ধাচৰণ কৰি আহিছে।কেন্দ্ৰীয় চৰকাৰৰ মতে, এয়া কেৱল এক নগৰীয়া চিন্তাধাৰাহে। এই স্বীকৃতিৰ ফলত পৰম্পৰাগত বিবাহ ব্যৱস্থা ভাঙি পৰিব বুলিও কেন্দ্ৰই কৈছে।

ADVERTISEMENT

অৱশ্যে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে আৰম্ভণিৰে পৰাই কেন্দ্ৰৰ স’তে দ্বিমত পোষণ কৰি আহিছে। তেওঁ কয় যে সমকামিতা যে কেৱল নগৰীয়া বিষয় এই কথা প্ৰমাণ কৰিবলৈ চৰকাৰৰ হাতত কোনো পৰিসংখ্যা নাই।তদুপৰি তেওঁ কয় যে দুজন একে লিংগৰ মানুহৰ মাজত সম্পৰ্ক কেৱল শাৰীৰিক নহয়, ই মানসিক, সৃষ্টিশীল সম্পর্কও। নাৰী-পুৰুষৰ সংজ্ঞা কেৱল জননাংগৰ ওপৰত নিৰ্ভৰ নকৰে বুলিও তেওঁ কয়।

২০১৮ৰ ছয় ছেপ্টেম্বৰত দেশৰ সংবিধানৰ পৰা ৩৭৭ অনুচ্ছেদ সংশোধন কৰি সমকামিতাক অপৰাধমুক্ত কৰাৰ কথাও কেন্দ্ৰীয় চৰকাৰক আঙুলিয়াই দিছে মুখ্য ন্যায়াধীশে।তেওঁ প্ৰশ্ন কৰে যে যদিহে সমকামিতা অপৰাধ নহয়, তেন্তে দুজন প্রাপ্তবয়স্ক সমলিংগ মানুহৰ বিবাহৰ দৰে স্থিতিশীল সম্পৰ্কত বান্ধ খোৱাত বাধা ক’ত।

তদুপৰি এই সম্পৰ্কীয় গোচৰৰ পূৰ্বৰ এক শুনানিত মুখ্য ন্যায়াধীশে কৈছিল যে বিবাহ সম্পর্কে আমাৰ প্রচলিত ধাৰণা নতুনকৈ সংজ্ঞায়িত কৰিব লাগিব।এই পৰিস্থিতিত বুধবাৰে পঞ্চম দিনৰ শুনানিত ছলিচিটৰ জেনেৰেল মেহতাই কয়, ‘আচল প্ৰশ্নটো হ’ল বিবাহ কি আৰু কাৰ মাজত তাকে লৈ কোনে সিদ্ধান্ত ল’ব।’এই প্ৰসংগত শুনানিত উত্থাপিত হৈছে ৰাষ্ট্ৰসংঘৰ এক প্রতিবেদনৰ প্ৰসংগ। য’ত কোৱা হৈছে ‘পাৰস্পৰিক সন্মতিত প্রাপ্তবয়স্ক দুজন মানুহৰ মাজত শাৰীৰিক সম্পর্ক স্থাপন হ’লে তাক কোনোমতে অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।এই ক্ষেত্ৰত তেওঁলোকৰ লিংগ,যৌন পছন্দ, যৌন পৰিচয়, বিবাহ, একো কথাই বিবেচিত নহয়।’

দুজন বিপৰীত লিংগৰ, সম লিংগ অথবা তেওঁলোকৰ মাজত এজন বা দুজন যদি ৰূপান্তৰকামীও হয়, এই পৰিস্থিতিতো যৌন সম্পর্ক পাৰস্পৰিক সন্মতিত স্থাপন হ’লে সেয়া অপৰাধ নহয় বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Article 377HomosexualitySame Sex Relationshipsame-sex marriageSupreme Court
publisher

publisher

Related Posts

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d