Flying Squad Raid in Ganeshguri:মহানগৰীৰ গণেশগুৰিত ফ্লায়িং স্কোৱাডৰ অভিযান

অভিযানত জব্দ ২ লাখ ১৫ হাজাৰ টকা

flying

Flying Squad Raid in Ganeshguri:

লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত পঞ্চাশ হাজাৰ ওপৰৰ টকা নিয়াত নিৰ্বাচন আয়োগৰ বাধাৰোপৰ মাজতে মহানগৰীৰ গণেশগুৰিত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ প্ৰায় দুই লক্ষাধিক টকা ৷

ৰিতেশ আগৰৱালা নামৰ লোকজনৰ পৰা ফ্লায়িং স্কোৱাডে জব্দ কৰে ২ লাখ ১৫ হাজাৰ টকা ৷ আগৰৱালাৰ এছ এচ১৯আৰ ৮৭৭৭ নম্বৰৰ বাহন খনত ফ্লায়িং স্কোৱাডে উদ্ধাৰ কৰে উল্লিখিত পৰিমাণৰ ধন খিনি ৷

Exit mobile version