Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union government Has Increased NREGA Wages:নির্বাচনী আচৰণ বিধি বলৱতৰ মাজতে এনৰেগাৰ মজুৰি বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে

আন ৰাজ্যত ১০ শতাংশৰ বিপৰীতে অসমত মজুৰি ৩.৯৩ শতাংশহে বৃদ্ধি

publisher by publisher
March 29, 2024
in Assam, India, News
Reading Time: 1 min read
0
Union government Has Increased NREGA Wages:নির্বাচনী আচৰণ বিধি বলৱতৰ মাজতে এনৰেগাৰ মজুৰি বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Union government Has Increased NREGA Wages:

নির্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে বৃদ্ধি কৰিলে এমজি এনৰেগাৰ শ্ৰমিকৰ মজুৰি। এই সিদ্ধান্তই নিঃসন্দেহে শ্রমিকসকললৈ সুখবৰ কঢ়িয়াই আনিছে যদিও নির্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে মজুৰি বৃদ্ধিৰ সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। অহা পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ প্ৰতিখন ৰাজ্যতে এমজি এনৰেগা আঁচনিৰ অধীনত থকা জৱকার্ডপ্রাপ্ত শ্রমিকসকলৰ দৈনিক মজুৰি তিনিৰ পৰা ১০ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে। কেন্দ্রীয় চৰকাৰে আজি এই প্রসংগত সদৰী কৰিছে যে মজুৰি বৃদ্ধিৰ জাননী জাৰি কৰাৰ পূর্বে কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রণালয়ে  নির্বাচন আয়োগৰ অনুমতি বিচাৰিছিল।

ADVERTISEMENT

যিহেতু মজুৰিৰ হাৰ প্ৰতি বছৰেই সংশোধন হয়, সেয়েহে আগন্তুক বৰ্ষৰ বাবেও এই হাৰ বৃদ্ধিৰ ক্ষেত্ৰত নির্বাচন আয়োগে কোনো হকা-বাধা নকৰিলে। অসমতো মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আইন (এমজি এনৰেগা)ৰ অধীনত অহা পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্রমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে মাথোঁ ৩.৯৩ শতাংশ হাৰত।

উল্লেখ্য যে অসমত এই পর্যন্ত সর্বমুঠ জৱকার্ড বিতৰণ কৰা হৈছে ৬৮.৯২ লাখ পৰিয়ালক। ইয়াৰে ভিতৰত মুঠ শ্ৰমিকৰ সংখ্যা ১১৬.৮৬ লাখ। ৰাজ্যখনত প্রায় ৬৯ লাখ জৱকার্ড যোগান ধৰিলেও মজুৰিৰ হাৰ তেনেই কম হোৱাৰ লগতে শ্রমিকে কাম বিচাৰিলেও নোপোৱাৰ পৰিপ্ৰেক্ষিতত এমজি এনৰেগাৰ অধীনত কাম কৰাৰ ধাৰাবাহিকতা বহুলাংশে হ্রাস পাইছে। ফলত সম্প্রতি ৰাজ্যখনত সক্রিয় হৈ থকা জৱকাৰ্ডৰ সংখ্যা ৪২.২১ লাখলৈ হ্রাস পোৱাৰ লগতে সক্রিয় শ্রমিকৰ সংখ্যা ৬৩.৯৮ লাখলৈ হ্রাস পাইছে।

ৰাজ্যখনত এমজি এনৰেগাৰ অধীনত কাম লাভৰ আশা পৰিত্যাগ কৰাৰ মূলতেই হ’ল শ্ৰমিকৰ মজুৰিৰ হাৰ তেনেই নিম্নমানৰ। সেয়েহে ৰাজ্যখনত এমজি এনৰেগাৰ শ্ৰমিকৰ মজুৰিৰ হাৰ দেশৰ আন ৰাজ্যৰ সমহাৰত বৃদ্ধি কৰাটো নিতান্তই প্রয়োজন আছিল যদিও অসম চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে ৬৩ লাখ এমজি এনৰেগা শ্রমিকৰ দৈনিক মজুৰিৰ হাৰ মাথোঁ ৩.৯৩ শতাংশ হাৰতহে বৃদ্ধি কৰিছে। এমজি এনৰেগাৰ শ্ৰমিকৰ প্ৰতি অসম চৰকাৰৰ চূড়ান্ত উদাসীনতাৰ বিপৰীতে ৰাজস্থানত দেশৰ ভিতৰতে সৰ্বাধিক ১০.৩৯ শতাংশ হাৰত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে। অর্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষত শ্রমিকৰ দৈনিক মজুৰি ২৩১ টকাৰ বিপৰীতে আগন্তুক বিত্তীয় বৰ্ষত এই হাৰ ২৫৫ টকালৈ বৃদ্ধি পাব।

ইফালে, বিহাৰ আৰু ঝাৰখণ্ড চৰকাৰে ৰাজ্য দুখনত শ্ৰমিকৰ মজুৰি দ্বিতীয় সৰ্বাধিক আঠ শতাংশ হাৰত বৃদ্ধিত অনুমোদন জনাইছে। আকৌ কর্ণাটক, অন্ধ্রপ্রদেশ আৰু তেলেংগানাতো শ্রমিকৰ মজুৰি আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ১০ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ ফলত কৰ্ণাটকৰ শ্রমিক দৈনিক ৩৪৯ টকাকৈ মজুৰি লাভ কৰিব।

ইফালে, ক্ষুদ্র ৰাজ্যসমূহৰ ভিতৰত গোৱাত সর্বাধিক ১০.৬ শতাংশ হাৰত মজুৰি বৃদ্ধি কৰা হৈছে। গোৱাত পূর্বে শ্ৰমিকৰ দৈনিক মজুৰিৰ হাৰ আছিল ৩২২ টকা। ১০.৬ শতাংশ হাৰত বৃদ্ধিৰ সূত্ৰে ৰাজ্যখন শ্রমিকৰ দৈনিক মজুৰিৰ হাৰ ৩৫৬ টকালৈ বৃদ্ধি পাব। উল্লেখ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰই পূৰ্বৰ চাৰি বছৰৰ তুলনাত ১৭.৮ শতাংশ হাৰত এনৰেগালৈ আবণ্টিত ধনৰ পৰিমাণ হ্ৰাস কৰি ৬০ হেজাৰ কোটি টকা আবণ্টন দিছিল।

পুঁজি আৱণ্টনৰ হাৰ হ্ৰাস পোৱাৰ সূত্ৰে ৰাষ্ট্ৰজুৰি এমজি এনৰেগাৰ অধীনত কাম কৰা শ্ৰমিকসকলে তেনেই নিম্ন হাৰৰ মজুৰিৰে কাম কৰিবলৈ বাধ্য হৈছিল। কেন্দ্ৰীয় চৰকাৰে দেশৰ আন কে’বাখনো বৃহৎ ৰাজ্যত অধিক হাৰত মজুৰি বৃদ্ধিত অনুমোদন জনোৱাৰ বিপৰীতে অসমৰ এমজি এনৰেগা শ্ৰমিকসকলৰ মজুৰিৰ হাৰ তেনেই নিম্ন পৰিমাণতহে বৃদ্ধি কৰাৰ বিষয়টোক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECINREGA WagesUnion government Has Increased
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d