Puranigudam Car Fire: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ পথত দাউ দাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন

fire image main

Puranigudam Car Fire:

পুৰণিগুদামৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ পথত দাউ দাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন। বাপুজী ভৱনৰ সমীপত ৰখাই থোৱা অৱস্থাত এএছ ০১-এফ কিউ-৩৬২৭ নম্বৰৰ বাহন খন হঠাৎ জ্বলি উঠিল ।

নিশা জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাহনখন। বাহনখন কোনো সন্দেহ জনক লোকে এৰি থৈ যোৱাৰ সন্দেহ । কেনেদৰে গাড়ীখন জুইত পুৰি চাৰ খাৰ হৈছে তাক লৈ ৰাইজ আতংকিত হৈ পৰিছে।

Exit mobile version