Cooking gas cylinder prices fell:দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম !

lpg

LPG gas cylinder prices fell:দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম !

লোকসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে এক মে’ৰ শ্ৰমিক দিৱসৰ দিনটোতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ।

অইল কোম্পানী সমূহে হ্ৰাস কৰিলে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৷  প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস হৈছে ১৯ টকা ৷ নতুন দাম আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন দাম।  গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে ১৯.৫০ টকাকৈ। গুৱাহাটীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব১৯৯১.৫০ টকা ৷
আনহাতে,ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত দামৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

Exit mobile version