Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Price of Potatoes Has been Increased to Rs 30:নিশাটোতে আলুৰ দাম বৃদ্ধি ৩০ টকালৈ

বজাৰৰ খবৰ ল'বলৈ আহৰি নাই ছ'চিয়েল মিডিয়াত ব্যস্ত যোগান মন্ত্রীৰ,আগ্ৰাৰ চন্দ্ৰমুখী-বেংগলৰ জ্যোতি আলু কিলোত ১০ টকাকৈ বাঢ়িল,সুযোগ লৈ কৃত্রিম নাটনিৰ সৃষ্টি-নিৰ্বাচনী বৰঙণি আদায়ৰ মাধমাৰ দিছে গ্রাহকক

publisher by publisher
April 17, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Price of Potatoes Has been Increased to Rs 30:নিশাটোতে আলুৰ দাম বৃদ্ধি ৩০ টকালৈ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Price of Potatoes Has been Increased to Rs 30:

গৰমৰ প্রকোপ যিমান বাঢ়িছে, তাতকৈয়ো অধিক তিক্ততা কঢ়িয়াই আনিছে আলুৰ দামে। নির্বাচন আৰু বিহুৰ ধামখুমীয়াৰ সূযোগ গ্রহণ কৰি নিশাটোৰ ভিতৰতে বৃদ্ধি পালে আলুৰ দাম। আগ্রাৰ চন্দ্রমুখী আলুৰ খুচুৰা দাম চাৰিদিন পূর্বে প্রতি কিলোগ্রামত ২২ টকা আছিল যদিও আজি গুৱাহাটীত চন্দ্রমুখীৰ দাম বৃদ্ধি পাইছে ৩০ টকালৈ।
ইফালে, পশ্চিমবংগৰ পৰা অহা জ্যোতি আলুৰ দাম পূর্বে আছিল কিলোগ্রামত ১৮ টকা, আজি সেই আলুৰ দাম বাঢ়িছে ২৮ টকালৈ। মুঠতে অভাৱনীয় হাৰত হঠাতে বৃদ্ধি পাইছে আলুৰ দাম।

ADVERTISEMENT

অভিযোগ মতে, আলুৰ পাইকাৰী ব্যৱসায়ী মহলে ভিন্ন ৰাজনৈতিক দলক আদায় দিয়া নির্বাচনী পুঁজিৰ জোৰা মাৰিবলৈকে এনেদৰে প্ৰাক্ নির্বাচনী কালছোৱাত বৃদ্ধি কৰিছে আলুৰ মূল্য। শাসকীয় পক্ষকে ধৰি ৰাজনৈতিক দলক আদায় দিয়া নির্বাচনী বৰঙণিৰ অজুহাতত নিশাটোৰ ভিতৰতে আলুৰ দাম বৃদ্ধিৰ পৰিণতিত সমাজৰ প্ৰতিটো স্তৰৰ লোকক চুই যোৱা আলুৰ দাম বৃদ্ধিৰ বিষয়টোক লৈ উদ্বিগ্ন হোৱা নাই চৰকাৰ- প্রশাসন।

ইফালে, সমাগত লোকসভা নিৰ্বাচনৰ সুযোগ লৈ ব্যৱসায়ী মহলে এই পর্যন্ত শীতলগৃহৰ পৰা আলু বজাৰলৈ উলিয়াই দিয়া নাই। ফলত চাহিদা অনুপাতে পর্যাপ্ত আলু নথকাৰ সুযোগ লৈ দাম বঢ়াই মুনাফা লুটিছে ব্যৱসায়ী মহলে। এক কথাত চৰকাৰ-প্ৰশাসনৰ গা এৰা দিয়া মনোভাবৰ পূৰ্ণ সুযোগ গ্রহণ কৰি ব্যৱসায়ী মহলে দেশৰ বজাৰত আলুৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰি মুনাফা লুটিছে।

উল্লেখ্য যে চাৰিদিন পূর্বে গুৱাহাটীত উন্নতমানৰ আগ্ৰাৰ আলুৰ প্ৰতি কুইণ্টলৰ পাইকাৰী দৰ আছিল ১,৭০০ টকাৰ পৰা ১,৮০০ টকা; কিন্তু হঠাতে আলুৰ পাইকাৰী মূল্য ঊর্ধ্বগামী হয় ২,৩০০ টকাৰ পৰা ২,৫০০ টকালৈ। পাইকাৰী বজাৰত আলুৰ মূল্য ২,৫০০ টকাকৈ ক্ৰয় কৰাৰ পাছত স্বাভাৱিকতে আলুৰ খুচুৰা মূল্য আজি ঊর্ধ্বগামী হৈছে প্রতি কিলোগ্রামত ৩০ টকালৈ।

প্রাক্ নির্বাচনী কালছোৱাত এনেদৰে আলুৰ মূল্য নিশাটোৰ ভিতৰতে বৃদ্ধি পোৱাৰ বিষয়টোক লৈ এতিয়া গ্রাহক আৰু ব্যৱসায়ীৰ মাজত ঠায়ে ঠায়ে সংঘাতৰ সৃষ্টি হৈছে। নিশাটোৰ ভিতৰতে আলুৰ দাম ৩০ টকালৈ বৃদ্ধি পোৱাৰ বিষয়টো মানি ল’ব পৰা নাই বহু গ্রাহকে। গতিকে খুচুৰা ব্যৱসায়ীৰে তর্কযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে বহু গ্রাহকক।

অৱশ্যে হঠাতে আলুৰ দাম বৃদ্ধিৰ কাৰণ সন্দৰ্ভত গুৱাহাটীৰ পাইকাৰী আলু ব্যৱসায়ী সন্থাৰ অজুহাতৰ শেষ নাই। সন্থাৰ বিষয়ববীয়াই সদৰী কৰা মতে, কেৱল অসমতে নহয়, সমগ্র দেশতে আলুৰ দাম বাঢ়িছে। উৎসতে আলুৰ দাম বৃদ্ধিৰ কাৰণ সন্দৰ্ভত তেওঁলোকে কয় যে বতৰৰ প্ৰতিকূলতাৰ বাবে এইবাৰ আলুৰ উৎপাদন সন্তোষজনক নাছিল। নাচিকৰ কৃষি বিশেষজ্ঞৰ উদ্ধৃতি দি সন্থাই সদৰী কৰে যে বিগত শীতৰ সময়ত নিম্নচাপৰ বাবে হোৱা বৰষুণে আলুৰ উৎপাদনত ব্যাঘাত ঘটে।

নৱেম্বৰত আলুৰ বীজ সিঁচাৰ সময়ত নিম্নচাপৰ বাবে হোৱা বৰষুণ সূত্রে বহু পলমকৈহে আলুৰ বীজ ৰোপণ কৰা হৈছিল। আনকি যোৱা জানুৱাৰীতো বহু কৃষকে আলুৰ বীজ ৰোপণ কৰিছিল। বহু কৃষিভূমিত এনেদৰে অতি পলমকৈ আলুৰ বীজ ৰোপণৰ সূত্রে উৎপাদন সন্তোষজনক নহ’ল। ৰোপণৰ সময়ত প্রচণ্ড ঠাণ্ডাৰ বাবেও প্ৰভাৱিত হৈছিল আলুৰ খেতি। ফেব্ৰুৱাৰীৰ শেষভাগৰ পৰা আৰম্ভ কৰি মাৰ্চলৈকে আলু পথাৰৰ পৰা উঠাই শীতলগৃহলৈ প্ৰেৰণ কৰিছিল।

যিহেতু আলুৰ উৎপাদন এইবাৰ তুলনামূলকভাবে কম, সেয়েহে শীতলগৃহৰ পৰা বজাৰলৈ আলু প্ৰেৰণ নকৰা পৰ্যন্ত দাম বাঢ়িবই। এই ক্ষেত্রত স্বাভাৱিকতে চৰ্চালৈ আহিছে আলুৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰা ব্যৱসায়ী মহলৰ প্ৰসংগ। এনেদৰে বিভিন্ন অজুহাত দাঙি ধৰি ব্যৱসায়ী মহলে সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাইছে।

লক্ষ্যণীয় যে আলুৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা সত্ত্বেও বজাৰক লৈ মূৰ ঘমাব বিচৰা নাই ৰাজ্যৰ বিয়াগোম যোগান বিভাগটোরে। স্বয়ং যোগান মন্ত্রীজনে পুৱাতে উঠি শাৰীৰিক ব্যায়াম-অনুশীলনীৰ ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি দিনৰ দিনটো নিৰ্বাচনী প্ৰচাৰৰ কামতে ব্যস্ত আছে। যাৰ ফলত বজাৰত সৃষ্টি হোৱা অস্বাভাৱিক পৰিস্থিতিৰ বিষয়টো দৃষ্টিগোচৰ হোৱা নাই যোগান মন্ত্ৰীজনৰ। একেদৰে বিহুৰ বন্ধ কটাই এতিয়াও কর্তব্যলৈ ওভতাৰ অৱকাশ পোৱা নাই ৰাজ্যৰ যোগান বিভাগটোৰ বৰমূৰীয়াসকলে।

ফলত বজাৰত ব্যৱসায়ীয়ে কিমান দামত আলু বিক্ৰী কৰিছে, আলুৰ পাইকাৰী আৰু খুচুৰা মূল্যৰ ব্যৱধান কিমান, সেই দিশসমূহ চৰজমিন পৰীক্ষা কৰাৰ কথা ভাবিবই পৰা নাই বিভাগে। যোগান বিভাগৰ এনে নিষ্কর্মা স্বভাৱৰ পৰিণতিত গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যতে ব্যৱসায়ীয়ে বিভিন্ন অজুহাত দেখুৱাই নিজ খেয়ালখুচি মতে আলুৰ দাম নির্ধাৰণ কৰি লুটৰাজ চলাইছে।

নিৰ্বাচনৰ প্ৰাক্‌ মূহূৰ্তত এনেদৰে অসাধু ব্যৱসায়ীয়ে আলুৰ দাম বঢ়াই মুনাফা লুটাৰ বিষয়টোরে স্বাভাৱিকতে এতিয়া অসন্তুষ্ট কৰি তুলিছে সৰ্বসাধাৰণ গ্রাহক ৰাইজক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati MARKRTIncreased to Rs 30Price of Potatoes
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d