Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে

মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো থকা ধুবুৰী ক্ষুদ্ৰ ভাৰত: প্ৰিয়ংকা গান্ধী

publisher by publisher
May 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে
0
SHARES
4
VIEWS
ShareShareShareShare

Piyanka Gandhi Visit Dhubri:

লোকসভা নিৰ্বাচনৰ দুটাকৈ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত সাত মে’ত অনুষ্ঠিত হ’ব লগা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে বিজেপি, কংগ্ৰেছকে ধৰি প্ৰতিটো সৰু- বৰ দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ অসমতো সাত মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ  ভোটদান পৰ্ব।

ADVERTISEMENT

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰি যোৱাৰ পাছত আজি ধুবুৰীত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৷ দিল্লীৰ পৰা চাৰ্টাড বিমানেৰে ৰূপচী বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে দুপৰীয়া বালাজানত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰিয়ংকা গান্ধীয়ে।

RelatedPosts

Artificial Flood:মহানগৰীত যমদূতহে হৈছে নতুন নলা ব্যৱস্থা, দৌৰাত্ম্য কমিছনভোগীৰ

 Theft Arrested: Theft Arrested:সাতটা চোৰাং গৰু সহ দুই সৰবৰাহকাৰী আটক আগমনিত 

Parbotjhora :পৰ্বতঝোৰাত সংঘটিত হৈছে এক অজব ঘটনা

বালাজানত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল জনসভাত অংশ লৈ কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷‘জয় আই অসম’ ধ্বনিৰে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ উদাত্ত ভাষণত কয়,‘ধুবুৰী এনে এখন ঠাই য’ত মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো আছে। যাৰবাবে ধুবুৰী ক্ষুদ্ৰ ভাৰত ৰূপে পৰিচিত ।

ৰাহুল গান্ধীয়ে এইখন ধুবুৰীৰ পৰাই আৰম্ভ কৰিছিল ন্যায় যাত্ৰা ৷ এই যাত্ৰাই সৰ্বস্তৰৰ ৰাইজৰ সহাৰী পাবলৈ সক্ষম হৈছিল । দেশত শেহতীয়াকৈ অব্যাহত থকা ৰাজনীতি সৰ্বসাধাৰণৰ বাবে নহয় ৷ ধনবল,বাহুবল থকা সকলৰ বাবেহে এতিয়াৰ ৰাজনীতি ৷ যাৰ ফলস্বৰূপে দেশৰ শাসনত পুনৰ অধিস্থিত হ’বৰ বাবে ধনবল,বাহুবল সকলো ব্যৱহাৰ কৰিছে ৷ দেশৰ অগাধ ধন, গণতান্ত্ৰিক ব্যৱস্থা নিজৰ কৰি লৈছে। চাহ বাগিছাৰ শ্ৰমিক সকলে পোৱা নাই নিজৰ প্ৰাপ্য মজুৰি,ছয় জনগোষ্ঠীয়ে নেপালে জনজাতিকৰণ ৷

কোটি কোটি নিবনুৱাই নেপালে সংস্থাপন,বজাৰত খাদ্য সামগ্ৰী আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এইয়াই মোদীজীৰ আৰ্শীবাদ বুলি মন্তব্য কৰে গান্ধীয়ে ৷
এনে প্ৰেক্ষাপটত বিজেপিৰ বিকল্প ৰূপে কংগ্ৰেছৰ পক্ষত ৰাইজে মতদান কৰক ৷ কথা দিলো কংগ্ৰেছে চাহ বাগিছাৰ শ্ৰমিকক চাৰিশ টকালৈ বৃদ্ধি কৰিব মজুৰি ৷ কোঁচ ৰাজবংশীৰ জনজাতিকৰণ কৰা হ’ব ৷ একেদৰে সকলো জাতি – জনগোষ্ঠীৰ কৰা হ’ব গণনা ৷
আনহাতে অসমত এতিয়া চলি আছে মাফিয়াৰ চৰকাৰ বুলি তিৰ্যক মন্তব্য কৰে ৷ সভা খনত এপিচিচিৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন সহ বহু কেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DHUBRIelection campaignLoksabha Election 2024piyanka GandhiPublic MeetingRakibul Hussain
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d