Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব

দেশৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰা কে'বাগৰাকী হাই প্ৰফাইল ৰাজনীতিকৰ

publisher by publisher
May 6, 2024
in India, News
Reading Time: 2 mins read
0
Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব
2
SHARES
18
VIEWS
ShareShareShareShare

Polling Will be Held in 95 Constituencies in 12 States Tomorrow:

দেওবাৰে নির্বাচনী প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পাছতে মঙলবাৰে সমগ্র দেশজুৰি মুঠ ১২খন ৰাজ্যৰ ৯৫টা সমষ্টিক সামৰি অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ পর্ব। লক্ষ্যণীয় যে অহা মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণক লৈ সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে ৷

ADVERTISEMENT

কিয়নো নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা কে’বা গৰাকী হাই প্ৰফাইল জ্যেষ্ঠ ৰাজনীতিকে নিয়ন্ত্ৰণ কৰি আহিছে দেশৰ ৰাজনীতি ৷ এই সকল ৰাজনীতিকৰে সাত মে’ত
ভাগ্য নিৰ্ণয় কৰিব ১২খন ৰাজ্যৰ ৯৫টা সমষ্টিৰ ভোটাৰে ৷তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ পর্বক লৈ উৎকণ্ঠাৰ মূলতেই হ’ল মঙলবাৰে ইভিএমত বন্দী হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ৰাজনৈতিক ভবিষ্যৎ। একেদৰেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতে যুঁজত অৱতীর্ণ হ’ব মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, প্রাক্তন মুখ্যমন্ত্রী দিগ্বিজয় সিং, কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী, ডিম্পল যাদৱ, সুপ্রিয়া ছুলেকে ধৰি কে’বাগৰাকীও জ্যেষ্ঠ ৰাজনীতিবিদ।

RelatedPosts

মহাৰাষ্ট্ৰ আৰু দিল্লীত ঘাটি স্থাপন কৰিছে ১০ হেজাৰ পাকিস্তানী!

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

Amit Shah’s comments on CAA: কা’ সন্দৰ্ভত শ্বাহৰ মুখত বাংলাদেশ প্ৰসংগ

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত ১৩ মে’ত চতুর্থ পর্যায়, ২০ মে’ত পঞ্চম পর্যায়, ২৫ মে’ত ষষ্ঠ পর্যায় আৰু এক জুনত সপ্তম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। তাৰ পাছতে চাৰি জুনত ভোট গণনা কৰা হ’ব।

তৃতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে প্রস্তুতি সম্পূৰ্ণ হোৱা ৯৫টা সমষ্টিৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব ক্রমে অসম, কর্ণাটক, মধ্যপ্রদেশ, বিহাৰ, চত্তিছগড়, গোৱা, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, দাদৰা আৰু নগৰ হাভেলি/দমনডিউ।

উল্লেখ্য যে গুজৰাটৰ গান্ধীনগৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অহা সাত মে’ত ৰাজনৈতিক ভাগ্য নির্ণিত হ’ব। উল্লেখ্য যে ক্রমাগতভাবে দ্বিতীয়বাৰলৈ গান্ধী নগৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অমিত শ্বাহৰ বিৰুদ্ধে কংগ্রেছে সমষ্টিটোত প্রার্থিত্ব দিছে সোণাল পেটেলক। ২০১৯ৰ নিৰ্বাচনত কেন্দ্রীয় গৃহমন্ত্রীজনে কংগ্রেছ প্রার্থী চি জে ছাব্রাক ৫.৫৫ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ইফালে, মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত শিৱৰাজ সিং চৌহান, গুণা-শিৱপুৰী সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ৰাজগড় সমষ্টিত ভাগ্য নির্ণয় হ’ব জ্যেষ্ঠ কংগ্রেছ নেতা দিগ্বিজয় সিঙৰ। আকৌ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত নির্ণিত হ’ব মুলায়ম সিং যাদৱ পৰিয়ালৰ সদস্য ডিম্পল যাদৱ, আদিত্য যাদৱ আৰু অক্ষয় যাদৱৰ ভাগ্য। আকৌ মহাৰাষ্ট্ৰৰ বাৰামতি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ কন্যা সুপ্রিয়া ছুলে আৰু অজিত পাৱাৰৰ পত্নী সুনেত্রা পাৱাৰৰ ভাগ্য বন্দী হ’ব ইভিএমত।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shahdimpal YadabLoksabha Election 2024Third Phase Poll
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d