Results of the HS Final Examination Will be Announced Tomorrow:কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

সামাজিক মাধ্যম এক্স যোগে সদৰি শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ

ranoj pegu

Results of the HS Final Examination Will be Announced Tomorrow:

সকলো উৎকণ্ঠাৰ অন্তত বৃহস্পতিবাৰে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ কাইলৈ পুৱা ৯ বজাত প্রকাশ পাব ফলাফল।

আজি সামাজিক মাধ্যম ‘এক্স ‘ত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে। উল্লেখ্য যে,সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ মাজতে সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে,দহ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব ৷

Exit mobile version