Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Today Results of HSLC Examination Have Been Announced:সকলো উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল

publisher by publisher
April 20, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Today Results of HSLC Examination Have Been Announced:সকলো উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল
7
SHARES
66
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Today Results of HSLC Examination Have Been Announced:

সকলো উৎকণ্ঠাৰ অন্তত আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ঘোষণা হয় এই ফলাফল। উল্লেখ্য যে,পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১০ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব। তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল’ব পাৰিব।

ADVERTISEMENT

আনহাতে আজি মেট্ৰিক পৰীক্ষাৰ ঘোষিত ফলাফলত পাঁচ শীৰ্ষ স্থানপ্ৰাপ্ত সকল হ’ল যোৰহাটৰ প্রজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈ(৫৯৩ নম্বৰ),বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু নিকেতনৰ ঝর্ণা শইকীয়া(৫৯০), মাজুলীৰ আইলেণ্ড একাডেমী, কমলাবাৰীৰ মানস প্রতীম শইকীয়া (৫৮৮ নম্বৰ),বৰপেটাৰ সৰুপেটাৰ ষ্টেলা মেৰিছ স্কুলৰ বেদান্ত চৌধুৰী৫৮৮ নম্বৰ), নগাঁৱৰ ৰামনুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দেৱশ্রী কাশ্যপ (৫৮৮ নম্বৰ)

আনহাতে,মেট্ৰিকৰ ফলাফলত শীৰ্ষ পাঁচত থকা জিলা কেইখন হ’ল ছিৰাং (৯১.২ শতাংশ),নলবাৰী (৮৮.১ শতাংশ),ডিমা হাচাও (৮৭.৩ শতাংশ), বাক্সা (৮৬.৯ শতাংশ) আৰু শিৱসাগৰ ৮৫.১ শতাংশ ৷

উল্লেখযোগ্য যে বছৰ বছৰ ধৰি চলি অহা স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে। এই কথা সদৰী কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। একেদৰে এইবাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ । মাৰ্কশ্বীটখনেই হ’ব প্ৰমাণ পত্ৰ ।

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৯১৩ টা পৰীক্ষা কেন্দ্ৰত মুঠ ৪ লাখ ২৭ হাজাৰ ৯২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

শনিবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫. ৭শতাংশ। ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হয় ৭৪.৪ শতাংশ ৷ আনহাতে তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল ৮০ শতাংশ।

মেট্ৰিক পৰীক্ষাৰ আজি ঘোষিত ফলাফলত ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১,০৫,৮৭৩ গৰাকী। দ্বিতীয় বিভাগত ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত ৬০,৬৮০ গৰাকীয়ে আৰু লেটাৰ মাৰ্ক লাভ কৰে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

স্মতৰ্ৱ্য যে, চলিতবৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উত্তীৰ্ণ হয় ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা ১,৮৭,৯০৪ গৰাকীৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা হয় ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ হয় ১০ গৰাকী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam HSLC  Result'2024seba announced
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d