Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Diabetes During Pregnancy:গৰ্ভাৱস্থাত যদি হয় ডায়েবেটিছ !

publisher by publisher
May 11, 2024
in Lifestyle, Health
Reading Time: 3 mins read
0
Diabetes During Pregnancy:গৰ্ভাৱস্থাত যদি হয় ডায়েবেটিছ !
2
SHARES
20
VIEWS
ShareShareShareShare

Diabetes During Pregnancy:

গর্ভাৱস্থাত বহু মহিলা ডায়েবেটিছ অর্থাৎ মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায়। বহু সময়ত গৰ্ভধাৰণৰ কালছোৱাত মহিলাসকলৰ তেজত চুগাৰ বৃদ্ধি পায়। এই সময়ছোৱাত পেনক্রিয়াছে অতিৰিক্ত ইনছুলিন উৎপাদন হোৱাৰ ফলত গর্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ ওজন বৃদ্ধি পায়। ফলত গর্ভৱতী মহিলাই ‘প্রিমেচিউৰ’ অর্থাৎ সময়ৰ পূৰ্বে সন্তান জন্ম দিয়াৰ সম্ভাৱনাও অধিক হয়। তদুপৰি গৰ্ভাৱস্থাত তেজত চুগাৰ বৃদ্ধি পালে তেনে মহিলা গেষ্টেষ্ট’নাল ডায়েবেটিছত আক্রান্ত হ’ব পাৰে। গৰ্ভাৱস্থাত মহিলাসকলে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ পৰা কিদৰে ৰেহাই লাভ কৰিব পাৰিব, সেই সন্দৰ্ভত সবিশেষ উপায় আগবঢ়োৱা হ’ল-

ADVERTISEMENT

#কিয় হয় এই সমস্যা ?

RelatedPosts

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে

গৰ্ভধাৰণৰ পাছত মহিলা এগৰাকীৰ শৰীৰত ব্লাড ছুগাৰৰ মাত্ৰাৰ তাৰতম্য ঘটে। বহু মহিলাৰে এই সময়ছোৱাত চুগাৰৰ পৰিমাণ বাঢ়ি যায়। ফলত গৰ্ভৱতী মহিলাৰ শৰীৰৰ ওজন অধিক বৃদ্ধি হয়। এই সেই মহিলাগৰাকী গেষ্টেট’নাল ডায়েবেটিছত আক্রান্ত হোৱাৰ পূর্ণ শংকা থাকে। সঠিক সময়ত এই সমস্যা চিনাক্ত কৰি সঠিক চিকিৎসা গ্রহণ নকৰিলে গৰ্ভস্থ সন্তান ভবিষ্যতে ডায়েবেটিছত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।

dibetis 2#’প্রিমেচিউব বেবী’জন্মৰ শংকা বাঢ়ে:

গর্ভাৱস্থাত পেনক্রিয়াছে অত্যধিক ইনছুলিন তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে; কিন্তু সেই ইনছুলিনে ব্লাড ছুগাৰ হ্ৰাস কৰিব নোৱাৰে। এই অতিৰিক্ত ইনছুলিন গৰ্ভস্থ শিশুৰ শৰীৰত মেদ বা চর্বি হিচাপে জমা হ’বলৈ ধৰে। ফলত গর্ভস্থ সন্তানৰ ওজন অধিক বৃদ্ধি হয়। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে ‘প্রিমেচিউৰ বেবী’ অর্থাৎ নির্দিষ্ট সময়ৰ পূৰ্বে সন্তান জন্ম দিয়াৰ সম্ভাৱনা প্রকট হয়।

সময়ৰ আগতে সন্তানৰ জন্ম হ’লে তেনে শিশু বিভিন্ন সমস্যাত আক্রান্ত হোৱাৰ শংকা থাকে। এনে শিশুক বিশেষ যতন লোৱাৰ লগতে বহু সময়ত অধিক দিন চিকিৎসকৰ নিৰীক্ষণত ৰাখিব লাগিব পাৰে। সেয়েহে গৰ্ভধাৰণৰ কালছোৱাত তেজত চুগাৰ বাঢ়িলে লগে লগে অভিজ্ঞ চিকিৎসকৰ জৰিয়তে প্রয়োজনীয় চিকিৎসা গ্রহণ কৰা অতি জৰুৰী।

# প্ৰতিৰোধ কৰিব কিদৰে ?

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ছুগাৰ বৃদ্ধি এক গুৰুত্বৰ সমস্যা যদিও ই অস্বাভাৱিক নহয়। বহু মহিলাই গৰ্ভধাৰণ কৰোতে এই জটিল সমস্যাত আক্রান্ত হৈ আহিছে। কিন্তু এই সমস্যাটোৰ পৰা গৰ্ভৱতী মহিলাসকলে নিজকে আঁতৰাই ৰাখিব পাৰিব। গৰ্ভাৱস্থাত দেখা দিব পৰা চুগাৰ বৃদ্ধিৰ সমস্যাৰ পৰা নিজক সুৰক্ষিত ৰাখিব বিচাৰিলে মহিলাসকলে তলত দিয়া নিয়মসমূহ মানি চলিব লাগিব-

$ গৰ্ভধাৰণৰ পূৰ্বে পৰিপুষ্টি বিশেষজ্ঞৰ জৰিয়তে নিজৰ বাবে খাদ্য তালিকা এখন যুগুত কৰি লওক। যিসমূহ খাদ্য খালে শৰীৰত চুগাৰ বৃদ্ধি পায়, তেনেবোৰ খাদ্য ডায়েট তালিকাৰ বাহিৰত ৰাখক। যিসমূহ শাক- পাচলি খালে শৰীৰত ইনছুলিন বৃদ্ধি পায়, তেনেবোৰ খাদ্য গৰ্ভধাৰণৰ পূৰ্বে আৰু সময়ছোৱাত অধিক পৰিমাণত গ্রহণ কৰক। আঁহযুক্ত খাদ্য, মাহজাতীয় খাদ্য, সতেজ ফল, সেউজীয়া পাচলি অধিক পৰিমাণত গ্ৰহণ কৰক।

$পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ পিতৃ-মাতৃৰ ডায়েবেটিছ থাকিলে সতর্ক হওক। কিয়নো বংশগত কাৰণত এই ৰোগ হ’ব পাৰে। এই ক্ষেত্রত বিশেষ সাৱধানতা অবলম্বন কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

$ মিঠা খাদ্য, পানীয়, চেনি সম্পূর্ণ বৰ্জন কৰক।

$ফাষ্ট ফুড, জাংক ফুড নাখাব। এইবোৰ খাদত অত্যধিক কার্বহাইড্রেট, চর্বি থাকে যি চুগাৰ বৃদ্ধি কৰিব পাৰে।

$ নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস গঢ়ক। যোগাসন ডায়েবেটিছ ৰোধৰ যথেষ্ট সহায়ক। খোজ কঢ়াৰ অভ্যাসেও গর্ভাৱস্থাত মহিলাসকলক মধুমেহত আক্রান্ত হোৱাৰ পৰা সকাহ দিব পাৰে ৷

$ কার্ব হাইড্রেটযুক্ত আহাৰ গ্ৰহণৰ পৰা আঁতৰি থাকক৷

$ গর্ভাৱস্থাত ডায়েবেটিছ হ’লে চিকিৎসকৰ পৰামৰ্শত ‘ইনছুলিন গ্রহণ কৰাটো জৰুৰী।

$ চিকিৎসকৰ অনুমতি অবিহনে কোনো ঔষধ গৰ্ভাৱস্থাত গ্রহণ নকৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiabetesDiabetes Dietinsulin InjectionPregnancy
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d